Type Here to Get Search Results !

Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan 1st Chapter

 Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan 1st Chapter 

Swadesh Adhyayan

প্ৰথম অধ্যায়ঃ Click here
দ্বিতীয় অধ্যায়ঃ Click here
তৃতীয় অধ্যায়ঃ Click here
চতুৰ্থ অধ্যায়ঃ Click here
পঞ্চম অধ্যায়ঃ Click here
ষষ্ঠ অধ্যায়ঃ Click here
অষ্টম অধ্যায়ঃ Click here
নৱম অধ্যায়ঃ Click here

উত্তৰ পূব ভাৰতত অসমঃ পৰিৱেশ ,ভূপ্ৰকৃতি , ব্ৰক্ষ্মপুত্ৰ নদ , জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক

       প্ৰয়োজনীয় তথ্য

• উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰদেশসমূহ – অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিম।
• উত্তৰ-পূৰ্বাঞ্চলৰ চৌপাশৰ বিদেশী ৰাষ্ট্ৰ – নেপাল, ভুটান, চীন, ম্যানমাৰ আৰু বাংলাদেশ।
•অসমৰ অৱস্থিতি – ২৪ ০৭ উত্তৰ আৰু ২৮°০′ উত্তৰ অক্ষাংশ, আৰু ৮৯°৫/ পূব আৰু ৯৬°১
পূব দ্রাঘিমাংশ।
•অসমৰ জলবায়ু – সেমেকা উপক্রান্তীয়। ২০১১ চনৰ পিয়ল অনুসৰি অসমৰ জনসংখ্যা – ৩১,২০৫,৫৭৬ জন।
•ব্ৰহ্মপুত্ৰৰ বিশেষত্ব - পৃথিৱীৰ ষষ্ঠ বৃহৎ নদী।
•পৃথিৱীৰ দ্বিতীয় বৃহৎ গেদ কঢ়িওৱা নদী (বছৰি ৪২০ নিযুত টন)।
•দুর্লভ প্রজাতিৰ শিহু (Platanish Gangetica) ৰ আৱাস।
•পৃথিৱীৰ মুখ্য পৰিভ্ৰমী চৰাইৰ পৰিভ্ৰমণৰ পথৰ ভিতৰত ব্ৰহ্মপুত্ৰ পথ অন্যতম।
•পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰৰ মাজতে। ১৯৮৮ চনৰ ১ ছেপ্টেম্বৰত শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ ৮৯১ কিলোমিটাৰ দীঘল নদীপথ দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় নদীপথ হিচাপে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা।


1.
ক. উত্তৰ-পূব পৰিষদ কোন চনত গঠন হয় ?
 উত্তৰ:-
উত্তৰ-পূব পৰিষদ 1971 চনত গঠন হৈছিল ।


খ. উত্তৰ-পূবাঞ্চলত ছিকিম ৰাজ্যিক কেতিয়া অন্তৰ্ভুক্ত কৰা হয় ?
উত্তৰ:-
উত্তৰ-পূবাঞ্চলত ছিকিম ৰাজ্যিক 2002 চনত অন্তৰ্ভুক্ত কৰা হয় ।


গ.অসম ৰাজ্য কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত ?
উত্তৰ:-
অসম ৰাজ্য সেমেকা জলবায়ু অঞ্চলৰ অন্তৰ্গত।

Read also প্ৰথম প্ৰেম- এটি ৰোমান্টিক লাভ ষ্টৰি
ঘ.2011 চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উত্তৰ :-
2011 চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব 397 জন।


ঙ.ভাৰতবৰ্ষৰ পৰিসীমাৰ ভিতৰত থকা ব্ৰহ্মপুত্র অববাহিকাৰ কিমান শতাংশ এলেকা অসমৰ ভিতৰত পৰিছে?
উত্তৰ :-
ভাৰতবৰ্ষৰ পৰিসীমাৰ ভিতৰত থকা ব্ৰহ্মপুত্র অববাহিকাৰ 33.33% এলেকা অসমৰ ভিতৰত পৰিছে।


চ.অসমৰ মাটি কেইপ্ৰকাৰৰ ?
উত্তৰ :-
অসমৰ মাটি চাৰি প্ৰকাৰৰ । পলসুৱা, পাহাৰীয়া আৰু লেটেৰাই মাটি ।

Read also নীলা খামৰ চিঠি - ৰোমান্টিক লাভ ষ্টৰি


2.

ক) উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ প্রদেশ কেইথন আৰু কি কি?
উত্তৰ :-
উত্তৰ পূৰ্বাঞ্চলৰ মুঠ প্ৰদেশ আঁঠখন । এইবোৰ হল - ১) অসম 
                      ২) অৰুণাচল প্ৰদেশ
                       ৩)মণিপুৰ
                       ৪) মিজোৰাম
                      ৫) মেঘালয়
                      ৬) নাগালেণ্ড 
                      ৭) ত্ৰিপুৰা
                       ৮) ছিকিম
(খ) উত্তৰ-পূব পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি?
উত্তৰ:-
উত্তৰ-পূব পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্য হল - সৰ্বাংঙ্গীন উন্নয়ন আৰু অৰ্থনৈতিক উন্নয়ন ।


(গ) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল।
উত্তৰ:-
ইয়াণ্ডাবু সন্ধি 1826 চনত ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত হৈছল ।

Birthday wishes quotes in assamese
(ঘ) উত্তৰ-পূৰ্বাঞ্চলৰ কোন দুখন ৰাজ্য ১৯৪৯ চনৰ পৰা ১৯৭২ চনলৈকে কেন্দ্রীয় শাসিত অঞ্চল হিচাপে আছিল। 

উত্তৰ :- উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ আৰু ত্ৰিপুৰা ১৯৪৯ চনৰ পৰা ১৯৭২ চনলৈকে কেন্দ্রীয় শাসিত অঞ্চল হিচাপে আছিল 


(ঙ) উত্তৰ-পূৰ্বাঞ্চালক কোন কেইখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে?
উত্তৰ :-
উত্তৰ-পূৰ্বাঞ্চালক নেপাল , ভূটান, চীন, ম্যানমাৰ আৰু বাংলাদেশে আগুৰি আছে।


(চ) ব্ৰহ্মপুত্ৰক পূর্ববর্তী নদী বুলি কিয় কোৱা হয়?
উত্তৰ:-
ব্ৰহ্মপুত্ৰক পূর্ববর্তী নদী বুলি জনা যায় কাৰণ ব্ৰক্ষ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে । ই পৃথিৱীৰ ষষ্ঠ বৃহৎ নদী

  For long questions  
  

More Mock Test

Download PDF

প্ৰশ্ন উত্তৰ কেইটা বন্ধু বৰ্গ সৈতে share কৰি দিবা 

বাকী কেইটা প্ৰশ্ন যদি লাগে Comment ত মোক জনাই দিবা মই Update কৰি দিম সকলোখিনি পাঠৰ মোৰ Note বনাৱা  আছে  


Post a Comment

28 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. 1st chapter for long question and answer s

    ReplyDelete
  2. Replies
    1. For long questions answere Click here t click kora

      Delete
  3. Replies
    1. Notes bonai thoka hoise hunkale upload kori dim

      Delete
    2. Sir 3no question.. answer diyanai kiyo

      Delete
    3. Muk only Swadesh Adhyayan questions paper lage . Class 12 t

      Delete
  4. sir can upload for English medium

    ReplyDelete
  5. Sir lastor question 2ta lagisil

    ReplyDelete
  6. Sir history part2r 1st chapter 2 r question ans lgisil

    ReplyDelete
  7. ষষ্ঠ অধ্যায়ঃ অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫) । ৰ উত্তৰ দিয়া নাই নেকিন চাৰ

    ReplyDelete
  8. যিটো বিছাৰি ফুৰিছোঁ সেইটো এ নাই।

    ReplyDelete
  9. Assam ot kiman jaju pojatir bah puwajai

    ReplyDelete
  10. ব্ৰহ্মপুত্ৰ নদীক কিয় উত্তৰ পূৰ্বাঞ্চলৰ জীৱনৰেখা বুলি কোৱা হয় ?

    Answer tu dibo sun

    ReplyDelete
  11. Sir dighal prasnar answer bilak dia nai nki

    ReplyDelete
  12. Replies
    1. Sir lesson 7 Tu kiyo diya nai..... Haituwai lagisila

      Delete
    2. Sir 7 Tu khunkale baki thoka bura khunkale diyok na..... Amar pohibo asa

      Delete
  13. 9th no lesson r notes bur diya nai j

    ReplyDelete

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!