Type Here to Get Search Results !

Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan-2nd Chapter

 Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan-2nd Chapter



Hs 2nd year swadesh adhyayan question answer , Class 12 swadesh adhyayan 2nd Chapter

 


 দ্বিতীয় অধ্যায়ঃ অসমৰ জনদৃশ্যপট

     —জন-গাঁথনি

   — জনপ্ৰব্ৰজন সমস্যা আৰ সম্ভাৱনীয়তা

Hs 2nd Year Swadesh Adhyayan

                       জানিবলগীয়া কথা

• ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যা – ৩,১২,০৫,৫৭৬ 
● ২০১৯ চনৰ মাৰ্চৰ প্ৰাক্‌-কলন অনুসৰি জনসংখ্যা প্রায় ৩.৫০ কোটি
• ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ২.৬ শতাংশ 
● মাটিকালি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় ২.৪ শতাংশ
● কুৰি শতিকাৰ কালছোৱাত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ : ৮.১ গুণ 
• উক্ত কালছোৱাত ভাৰতত বৃদ্ধিৰ হাৰ: ৪.৩ গুণ
• নগৰীকৰণ প্ৰক্ৰিয়া : মন্থৰ, মাথো ১৪ শতাংশ
• জিলাৰ সংখ্যা : ৩৩ খন, পাহাৰীয়া জিলা ৩ খন
● মহকুমা : ৫৬ খন (২০১১ চন) 
● ৰাজহ চক্ৰ : ১৮৪ টা
• খিলঞ্জীয়া অধিবাসীসকলৰ মাজত নৃতাত্বিক, সামাজিক আৰু ধৰ্মীয়, ভাষিক আদি উপাদানসমুহৰ
বৈচিত্র্য বিৰাজমান। বৈচিত্র্যপূর্ণ জনশৈলীৰ সমাবেশৰ হেতুকে অতি সচেতনতাই অসমৰ সমাজ
সাংস্কৃতিক ঐক্যৰ অন্তৰায়ৰ সৃষ্টি কৰা দেখা যায়।
• শিল্প-বাণিজ্যৰ অনগ্ৰসৰতাৰ হেতু মুঠ কৰ্মৰত জনসংখ্যাৰ ৫২.৪ শতাংশ প্রাথমিক বৃত্তিৰ সৈতে
জড়িত।
• কৃষিজীৱি : ৪০ শতাংশ 
● কৃষি শ্রমিক : ১২.৪ শতাংশ
• দ্বিতীয় বৃত্তি : ১৪.০ শতাংশ
• তৃতীয় বৃত্তি : ২৪.৩ শতাংশ 
• চতুর্থক বৃত্তি : ৬.০ শতাংশ
● পঞ্চমক বৃত্তিঃ ৩.০ শতাংশ
● সাক্ষৰতাৰ হাৰ : ৭২.২ শতাংশ
• মহিলাৰ সাক্ষৰতাৰ হাৰঃ ৬৬.৩ শতাংশ
• মানৱ সম্পদ উন্নয়ন নিম্নমানৰ প্ৰচেষ্টা : লেহেমীয়া)
• জনবসতিৰ ঘনত্ব৩৯৭ প্রতি বর্গ কিলোমিটাৰত
• পাহাৰীয়া জিলা তিনিখনত ১২ প্রতি বর্গ কিলোমিটাৰত


১। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ’ল—

(ক) ৩.২১ কোটি (খ) ২.১৩ কোটি

(গ)৩.১২ কোটি (ঘ) ৩.৩৯ কোটি


উত্তৰঃ (গ)৩.১২ কোটি


২। ২০০১-২০১১ এই দশকটোত অসমত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান? 

(ক) ১৯.৬%

(খ) ১৭.৭% 

(গ) ১৭.১%

(ঘ) ১৬.৯%


উত্তৰঃ (ঘ) ১৬.৯%


৩। অসমত প্রাথমিক বৃত্তিত কিমান শতাংশ লোক নিয়োজিত হৈ আছে?

 (ক) ৬৮.২%

(খ) ৬০.৪%

(গ) ৬৫.০%

 (ঘ) ৫২.৪%

 

উত্তৰঃ (ঘ) ৫২.৪%


৪। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? 

(ক) ৭৪.২% 

(খ) ৭০.৪%

(গ) ৭৩.৩%

(ঘ) ৭২.২%


উত্তৰঃ (ঘ) ৭২.২%


 ৫। অসমত পঞ্চম বৃত্তিত (quinary activity) জড়িত লোকৰ সংখ্যা কিমান? 

 (ক) ৬.০%

(খ)৩.০%

(গ) ৭.২%

(ঘ) ১২.৪%


উত্তৰঃ (খ)৩.০%

Birthday wishes quotes in assamese

 ৬। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? 

(ক) ৩৯০ গৰাকী প্ৰতি বর্গ কি.মি. 

(খ) ৩৯৭ গৰাকী প্ৰতি বর্গ কি.মি.

(গ) ৩৭৯ গৰাকী প্ৰতি বর্গ কি.মি.

ঘ) ২৯৭ গৰাকী প্ৰতি বর্গ কি.মি.


উত্তৰঃ (খ) ৩৯৭ গৰাকী প্ৰতি বর্গ কি.মি.

Read also নীলা খামৰ চিঠি - ৰোমান্টিক লাভ ষ্টৰি

৭। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?

(ক) ৩৬.৬%

(খ) ৬৬.৩%

(গ) ৭১.৬%

(ঘ) ৬৩.৬%


উত্তৰঃ (ঘ) ৬৩.৬%


৮।অসমত পোনপ্ৰথমতে কোন চনত লোকপিয়ল কৰা হৈছিল?

(ক)১৯০১

(খ) ১৮৭২

(গ) ১৮৩০

(ঘ) ১৯৫১


উত্তৰঃ (ক)১৯০১ 

👉For Long questions Click here👈


                             👉Read also👈

Post a Comment

6 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. দ্বিতীয় ভাগ কিয় অহা নাই ?

    ReplyDelete
  2. Sir okol swadesh adhyanr a answer asy ne baki blg subjector o asy please jonabo🙏

    ReplyDelete
  3. Okol 1 bomburi a neko 2,3,4,5 nai neki

    ReplyDelete
  4. Iman kom baki khini answer nai dhet pagol kita

    ReplyDelete

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!