Type Here to Get Search Results !

Life of a driver Assamese book pdf | Life of a driver : Cabiner Ipare | লাইফ অৱ এ ড্ৰাইভৰ : কেবিনৰ ইপাৰে

 Life of a driver Assamese book pdf | Life of a driver : Cabiner Ipare |লাইফ অৱ এ ড্ৰাইভৰ : কেবিনৰ ইপাৰে

Life of a Driver


এজন ড্ৰাইভাৰৰ জীৱন (কেবিনৰ ইপাৰে) বেদনাৰে পৰিপূৰ্ণ যিয়ে এজন চালকক দুখত তললৈ লৈ যাব পাৰে। ৰূপম দত্ত নামৰ এজন ড্ৰাইভাৰে লিখা এই কিতাপখন ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ অন্যতম শ্ৰেষ্ঠ বিক্ৰেতা। এতিয়ালৈকে  এই কিতাপখনৰ প্ৰায় ৩০,৫০০ৰো অধিক কিতাপ  বিক্ৰী হৈছে।


    তেওঁৰ প্ৰথম কিতাপখনৰ দ্বাৰা খ্যাতি অৰ্জন কৰিছে, য'ত ৰাজপথত ঘটা তেওঁৰ কাহিনীবোৰ কোৱা হৈছে ।

      সহজ সৰল, কথোপকথনমূলক অসমীয়া ভাষাত লিখা, 488 পৃষ্ঠাৰ কিতাপখনত এই ৰূপম দত্তৰ নিশাৰ চুপাৰ ড্ৰাইভাৰ হিচাপে জীৱনৰচনা কৰিছে, যি অসমৰ ওজনি আৰু নামনি সকলো অতিক্ৰম কৰিছে।

   Life of a driver কিতাপখনৰ লেখকৰ মতে এইখন এখন কিতাপ বা এটা কাহিনী নহয়, এইখন কিতাপৰ প্ৰতিটো শব্দত আছে লেখকৰ অন্তৰৰ অনুভূতি। সততে ড্ৰাইভাৰসকলৰ প্ৰতি থকা নিম্ন ভাৱনা আৰু তিক্ত মনোভাৱে লেখকৰ অন্তৰত প্ৰতি দিনেই আঘাত দি গৈছিল৷ কিয়নো লেখকে প্রায় পোন্ধৰ বছৰ  নাইট ছুপাৰ চলাইছিল ।


      লেখকৰ মতে এজন ড্ৰাইভাৰৰ কষ্ট, কৰ্তব্যনিষ্ঠা সাধাৰণ জনগণক জ্ঞাত কৰাটো লেখকৰ প্ৰধান উদ্দেশ্য আছিল। এজন ড্ৰাইভাৰ আচলতে যে এজন মানৱ, তেওঁৰো পৰিয়াল আছে, তেওঁৰো প্ৰেয়সী আছে, তেওঁৰো অন্তৰ আছে, দুখ-বেদনা আছে সেয়া সকলোৱে জনাটো জৰুৰী।

       প্রথমে লেখকে এই কাহিনীবোৰ ফেচবুকত ‘অসমীয়া ফেচবুক’ নামৰ গ্ৰুপত প'ষ্ট কৰিছিলোঁ । পঢ়ুৱৈসকলৰ বিপুল সমৰ্থন, আদৰ আৰু মৰমৰ ফলত তেওঁ কাহিনীবোৰ এখন সুন্দৰ কিতপলৈ পৰিণত কৰিছিল।


  ৩০০ টকাৰ মূল্যৰ Life of a driver কিতাপখনত লেখকে ৰাজপথত   অতিবাহিত কৰা জীৱনৰ হৃদয়স্পৰ্শী কাহিনী আছে - যাৰ ভিতৰত আছে লেখকে লগ পোৱা বিভিন্ন জন মানুহৰ কথোপকথন , বিভিন্ন ঘটনা ইয়াৰ ওপৰিও তেওঁৰ পত্নীক কেনেদৰে লগ পাইছিল।

     নাইট ছুপাৰ চলোৱাৰ লেখকৰ সৰুৰে পৰা এটা সপোন আছিল । এজন গাড়ীৰ ড্ৰাইভাৰ হ'বলৈ প্ৰথমে হেণ্ডিমেন হব লাগে কিন্তু লেখকে হেণ্ডিমেন কৰা নাই চিধাই ডাইভাৰ কৰিছিল ।

    Life of a driver  কিতাপখনত লেখকে লিছা নামৰ এজনী ছোৱালীৰ কথা উল্লেখ কৰিছে লিছাৰ ঘৰ অৰুণাচল প্ৰদেশৰ , নামচাইত দু‌য়োৰ মাজত এটা ভাল সম্পৰ্ক  হৈ উঠিছিল কিন্তু তাই বিবাহিত আছিল , বিবাহিত আছিল যদিও তেওঁ লোকৰ মাজত বিছ্বেদ হৈছিল লিছা মাকৰ ঘৰত থকে তাইৰ নিজৰ এখন স্কুল আছে । লিছাৰ বেমাৰ হোৱাত লেখকেই তাইক হস্পিটেল লৈ গৈছিল ।

 

     এবাৰ মালিকে লেখকে যুদ্ধৰ বাবে দিনজান আৰ্মি কেম্পৰ পৰা পাছিঘাটলৈ আৰ্মি নিবলৈ কৈছিল । চীন ভাৰতৰ যুদ্ধ হৈ আছে কৈছিল । তাত এজন আৰ্মিয়ে লেখকক বন্দুক কেনেকৈ চলাই শিকাইছিল ।

Life of a driver Assamese book pdf | Life of a driver Assamese book |লাইফ অৱ এ ড্ৰাইভৰ : কেবিনৰ ইপাৰে

         Life of a driver  কিতাপখনৰ লেখকৰ পত্নী অংকিতাক ছুপাৰতে লগ পাইছিল । তাই লেখকে পঢ়া কলেজতে পঢ়িছিল তাই লেখকতকৈ জুনিয়ৰ আছিল । অংকিতাৰ ঘৰ গহপুৰত তাই দলং নিৰ্মাণ কৰা কোম্পানী এটাৰ ছুপাৰভাইচাৰ কৰিছিল শদিয়াত তাই  বেলতলাত থাকিছিল । এনেদৰে অহা যোৱা কৰি থাকোতে দুয়োৰে মাজত এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল । অৱশেষত তাইকে লেখকে বিয়া কৰায় ।

      লেখকে আগতে যদিও বেলেগৰ গাড়ী চলাইছিল পিছলৈ লেখকে নিজে দুখন বাছ কিনে ।

  "কিছুমান কঠিন পথ চলাওঁতে, আমি চালকসকলে সকলো সাৱধানতা অৱলম্বন কৰাটো নিশ্চিত কৰোঁ আৰু কেৱল আশা কৰিব পাৰোঁ যে বিপৰীত দিশৰ পৰা অহা চালক জনেও সেইবোৰো ল'ব। আমি বিশ্বাসৰ ওপৰত কাম কৰোঁ," লেখকে কয়। কিন্তু যদি এজন চালকৰ মৃত্যু হয় তেন্তে পৰিয়ালটোৰ বাবে কোনো সুৰক্ষা জাল নাই।


   তেওঁ কেৱল মানুহক বুজিব বিচাৰে যে এটা মহান চাকৰি নিশা চুপাৰ ড্ৰাইভাৰে কৰে। "যেতিয়া যাত্ৰা টো সম্পূৰ্ণ হয়, চালকজনক এটা সৰু ধন্যবাদ জনাব লাগে । তেতিয়া একেলগে কটোৱা দীঘলীয়া যাত্ৰাটো এটা মধুৰ সমাপ্তি হ'ব।"

    অতি সহজ সৰল হৃদয় চুই যোৱা লিখনি Life of a driver  কিতাপখন আপুনি অনলাইন বা বুক ষ্টৰ পৰা কিনিব পাৰিব ।

                     

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!