Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assam gk 2021 in assamese language (pdf download free)

 অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assam gk 2021 in assamese language (pdf download free)

অসমীয়া সাধাৰণ জ্ঞান ২০২১ , Assam gk 2021 in assamese language (pdf download free)
অসমীয়া সাধাৰণ জ্ঞান ২০২১

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL , PNRD , Panchayat আদিৰ । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

কুইজৰ নিয়মঃ প্ৰশ্নটোৰ তলত ৪টা উত্তৰ দিয়া আছে আপোনাৰ যিটো শুদ্ধ হয় বুলি ভাবে সেইটো উত্তৰত চুই দিব

Assam GK 2021 in Assamese language(Pdf) ,অসমীয়া সাধাৰণ জ্ঞান ২০২১ (pdf)

একেবাৰে শেষত আপুনি কিমান নম্বৰ পালে সেয়া চাব পাৰিব আৰু লগতে এই প্ৰশ্নোত্তৰ খিনিৰ pdf আকৰে Download কৰিব পাৰিব , Download কৰিবলৈ তলত Download বুটামটো চুই দিব তাৰ পিছত ৬০ ছেকেণ্ড সময় ৰব লগিব তাৰ পিছত আকৌ এটা Download PDF বুটাম আহিব তাত ক্লিক কৰব ।ধন্যবাদ আপোনাৰ দিন শুভ হওঁক ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ প্রথম অসমীয়া চলচ্চিত্র নির্মাতাগৰাকীৰ নাম কি?

2➤ অসমৰ মুঠ জিলাৰ সংখ্যা কিমান?

3➤ অসমৰ কোনখন অভয়াৰণ্যই বিশ্ব ঐতিহ্যক্ষেত্রৰ তালিকাত স্থান পাইছে?

4➤ মহাভৈৰৱ মন্দিৰ কোনখন জিলাত অৱস্থিত?

5➤ কেতিয়া অসম ব্রিটিছৰ অধীন হৈছিল?

6➤ শুৱালকুছি কিহৰ বাবে বিখ্যাত?

7➤ অসমত থকা ৰাষ্ট্রীয় উদ্যানৰ সংখ্যা কিমান?

8➤ ১৯৩৭ চনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্রতিনিধিত্ব কবিছিল?

9➤ বড়াে সাহিত্য সভা কেতিয়া গঠন হৈছিল?

10➤ অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত?

11➤ ১৯৫০ চনৰ ভূমিকম্পত সম্পূর্ণকূপে ধ্বংস হােবা অসমৰ নগৰখনৰ নাম কি?

12➤ ৫৪ নং বাষ্ট্ৰীয় ঘাইপথে সংযােজিত কৰা চহৰ দুখন কি?

13➤ ৰামধেনুৰ প্রথমগৰাকী সম্পাদক কোন আছিল?

14➤ প্রথম অসমীয়া মাহেকীয়া আলােচনী জোনাকীৰ প্রতিষ্ঠাপক সম্পাদকগৰাকীৰ নাম কি?

15➤ প্রথম মহিলা এ চি এছ বিষয়াগৰাকী কোন আছিল?

16➤ পৃথিৱীৰ সর্ববৃহৎ চি টি চি চাহ নিলাম কেন্দ্রটো ক'ত অৱস্থিত ?

17➤ আহােমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি?

18➤ মাইলছ ব্ৰন্সনে প্রস্তুত কৰা অসমীয়া ইংৰাজী অভিধানখনত মুঠ কিমান শব্দ সন্নিবিষ্ট আছিল?

19➤ চুতীয়া সাম্রাজ্যৰ শেষ ৰজাজনৰ নাম কি?

20➤ পৰাগ উৎসৱ কোনটো জনগােষ্ঠীয়ে পালন কৰে?

21➤ অসম উপত্যকা সাহিত্য বঁটা কোনে প্রদান কৰে?

22➤ তলৰ কোনজন অসমীয়াই দাণ্ডি যাত্রাত ভাগ লৈছিল?

23➤ প্রথম অসমীয়া চলচ্চিত্র 'জয়মতী' কোন চনত নির্মাণ কৰা হৈছিল?

24➤ মাধৰদেৱৰ নাটসমূহক কি বুলি জনা যায়?

25➤ আহােম যুগৰ শ্রেষ্ঠ কবিগৰাকীৰ নাম কি?

26➤ জোনাকী কোন চনত প্রকাশ পাইছিল?

27➤ অসমত বাংলা ভাষাৰ প্রচলন কোন চনৰ পৰা আৰম্ত হৈছিল?

28➤ গুৱাহাটীলৈ অহা প্রথম খ্রীষ্টান মিছনেৰীজনৰ নাম কি?

29➤ অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্তুণি কোনখন আলােচনীৰ মাধ্যমেৰে আৰম্ত হয়?

30➤ অসমীয়া ভাষাৰ প্রথম চনেট পুথিখন কোনে ৰচনা কৰিছিল?

31➤ কোনটো কবিতাৰে আধুনিক অসমীয়া কবিতাৰ আৰস্তুণি হৈছিল?

32➤ জ্যোতিপ্রসাদ আগৰৰালাৰ কবিতাপুথিখনৰ নাম কি ?

33➤ বিষ্ণুপ্রসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি?

34➤ অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজা যায়?

35➤ অসম ক্রিকেট এছচিয়েছন কোন চনত গঠন হৈছিল?

More Mock Test

Download PDF

Your score is

Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!