Type Here to Get Search Results !

Assam History GK 2021 in Assamese language (pdf) - Mock test - অসম ইতিহাস কুইজ ( pdf )

 Assam History GK in Assamese language (pdf) - Mock test - অসম ইতিহাস কুইজ ( pdf )

Assam History GK in Assamese language (pdf) , Mock test ,অসম ইতিহাস কুইজ ( pdf )
অসম ইতিহাস কুইজ

অসম ইতিহাস কুইজ ( pdf )

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL , PNRD , Panchayat আদিৰ । তেন্তে এই অসম ইতিহাস কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসম কুইজ

একেবাৰে শেষত আপুনি কিমান নম্বৰ পালে সেয়া চাব পাৰিব আৰু লগতে এই প্ৰশ্নোত্তৰ খিনিৰ pdf আকৰে Download কৰিব পাৰিব , Download কৰিবলৈ তলত Download বুটামটো চুই দিব তাৰ পিছত ৩০ ছেকেণ্ড সময় ৰব লগিব তাৰ পিছত আকৌ এটা Download PDF বুটাম আহিব তাত ক্লিক কৰব ।ধন্যবাদ আপোনাৰ দিন শুভ হওঁক ।

অসমীয়া সাধাৰণ জ্ঞান ২০২১


1➤ প্ৰথম আহোম বৰবৰুৱা কোন আছিল ?

2➤ আহোম সকলৰ শেষৰজন স্বৰ্গদেউ কোন আছিল?

3➤ আহোম সকলে প্ৰথমে ক'ত ৰাজধানী পাতিছিল?

4➤ মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?

5➤ আহোম সকলে কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল?

6➤ আহোম সকলৰ শেষৰজন স্বতন্ত্ৰ ৰজা কোন আছিল?

7➤ আহোম সকলৰ শেষ ৰাজধানী ক'ত আছিল?

8➤ কোনজন আহোম ৰজা দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?

9➤ কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ সৃষ্টি কৰিছিল?

10➤ আহোম স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল?

11➤ "শিঙৰি ঘৰত উঠা উৎসৱ" কোনজন আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হয়❓

12➤ কুৰুক্ষেত্র যুদ্ধত অংশ গ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?

13➤ যোগিনীতন্ত্র মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?

14➤ কিমান চনত ভাস্কৰ বৰ্মণ প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?

15➤ ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দৰ্পেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল

16➤ প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ব্ৰিটিছে অসমক কিমান টা অংশত বিভাজন কৰিছিল?

17➤ অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যৰত আছিল?

18➤ কোনখন সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম উল্লেখ কৰা হৈছে

19➤ ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল?

20➤ অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল?

More Mock Test

Download PDF

Your score is

Post a Comment

8 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!