Type Here to Get Search Results !

অসম সাহিত্য সভাৰ সভাপতি সকলৰ নাম(১৯১৭-২০২২) - assam sahitya sabha president name

 অসম সাহিত্য সভাৰ সভাপতি সকলৰ নাম

সভাপতিৰ নাম অধিৱেশনৰ স্থান চন
পদ্মনাথ গােহাঞিবৰুৱা শিৱসাগৰ ১৯১৭
চন্দ্রধৰ বৰুৱা গােৱালপাৰা ১৯১৮
কালিৰাম মেধি বৰপেটা ১৯১৯
হেমচন্দ্র গােস্বামী তেজপুৰ ১৯২০
অমৃতভূষণ দেৱ অধিকাৰী যােৰহাট ১৯২৩
কনকলাল বৰৱা ডিব্রুগড় ১৯২৪
লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটী ১৯২৪
ৰজনীকান্ত বৰদলৈ নগাঁও ১৯২৫
বেণুধৰ ৰাজখােৱা ধুবুৰী ১৯২৬
তৰুণৰাম ফুকন গােৱালপাৰা ১৯২৭
কমলাকান্ত ভট্টাচার্য যােৰহাট ১৯২৯
মফিজুদ্দিন আহমদ হাজৰিকা গােলাঘাট ১৯৩০
নগেন্দ্র নাৰায়াণ চৌধুৰী শিৱসাগৰ ১৯৩১
জ্ঞানদাভিৰাম বৰুৱা উত্তৰ লখিমপুৰ ১৯৩৩
আনন্দ চন্দ্র আগৰৱালা মঙলদৈ ১৯৩৪
ৰঘুনাথ চৌধাৰী তেজপুৰ ১৯৩৬
কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী ১৯৩৭
ময়িদুল ইছলাম বৰা যােৰহাট ১৯৪০
নীলমণি ফুকন শিৱসাগৰ ১৯৪৪
নীলমণি ফুকন ডিব্রুগড় ১৯৪৭
অম্বিকাগিৰী ৰায়চৌধুৰী মার্ঘেৰিটা ১৯৫০
সূর্যকুমাৰ ভূঞা শ্বিলং ১৯৫৩
নলিনীৱালা দেৱী যােৰহাট ১৯৫৪
যতীন্দ্রনাথ দুৱৰা গুৱাহাটী ১৯৫৫
বেণুধৰ শৰ্মা ধুবুৰী ১৯৫৬
পদ্মধৰ চলিহা তিনিচুকীয়া ১৯৫৮
অতুল চন্দ্র হাজৰিকা নগাঁও ১৯৫৯
ত্রৈলােক্যনাথ গােস্বামী মির্জা, পলাশবাৰী ১৯৬০
ত্রৈলােক্যনাথ গােস্বামী গােৱালপাৰা ১৯৬১
ৰত্নকান্ত বৰকাকতী নাজিৰা ১৯৬৩
মিত্ৰদেৱ মহন্ত ডিগবৈ ১৯৬৪
ডিম্বেশ্বৰ নেওগ নলবাৰী ১৯৬৫
বিনন্দ চন্দ্ৰ বৰুৱা উত্তৰ লক্ষীমপুৰ ১৯৬৬
নকুল চন্দ্ৰ ভূঞা ডিব্ৰুগড় ১৯৬৭
জ্ঞাননাথ বৰা তেজপুৰ ১৯৬৮
আনন্দ চন্দ্ৰ বৰুৱা বৰপেটা ১৯৬৯
উপেন্দ্ৰচন্দ্ৰ লেখাৰু ধিং ১৯৭০
তীৰ্থনাথ শৰ্মা মাকুম ১৯৭১
হেম বৰুৱা ধুবুৰী ১৯৭২
গিৰিধৰ শর্মা ৰঙীয়া ১৯৭৩
মহেশ্বৰ নেওগ মঙলদৈ ১৯৭৪
সত্যেন্দ্ৰনাথ নাথ শর্মা তিতাবৰ ১৯৭৫
যজ্ঞেশ্বৰ শৰ্মা টিহু ১৯৭৬
চৈয়দ আব্দুল মালিক অভয়াপুৰী ১৯৭৭
প্ৰসন্নলাল চৌধুৰী গোলাঘাট ১৯৭৮
অতুলচন্দ্ৰ বৰুৱা শুৱালকুছি ১৯৭৯
যতীন্দ্ৰনাথ গোস্বামী ৰহা ১৯৮০
সীতানাথ ব্রহ্মচৌধুৰী তিনিচুকীয়া ১৯৮১
সীতানাথ ব্রহ্মচৌধুৰী ডিফু ১৯৮২
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঙাইগাঁও ১৯৮৩
যোগেশ দাস বিহপুৰীয়া ১৯৮৫
বীৰেন বৰকটকী কামপুৰ ১৯৮৬
মহেন্দ্ৰ বৰা পাঠশালা ১৯৮৭
কীৰ্তনাথ হাজৰিকা হাইলাকান্দি ১৯৮৮
মহিম বৰা ডুমডুমা ১৯৮৯
নৱকান্ত বৰুৱা বিশ্বনাথ চাৰিআলি ১৯৯০
নিৰ্মলপ্ৰভা বৰদলৈ দুধনৈ ১৯৯১
লক্ষ্যধৰ চৌধুৰী গোৰেশ্বৰ ১৯৯২
ভূপেন হাজৰিকা শিৱসাগৰ ১৯৯৩
লীলা গগৈ মৰিগাঁও ১৯৯৪
হিতেশ ডেকা সৰ্থেবাৰী ১৯৯৫
লক্ষ্মীনন্দন বৰা বোকাখাত ১৯৯৬
নগেন শইকীয়া বিলাসীপাৰা ১৯৯৭
নগেন শইকীয়া হাওৰাঘাট ১৯৯৮
চন্দ্ৰ প্ৰসাদ শইকীয়া হাজো ১৯৯৯
হোমেন বৰগোহাঞি যোৰহাট ২০০০
হোমেন বৰগোহাঞি ডিব্ৰুগড় ২০০১
বীৰেন্দ্ৰ নাথ দত্ত কলগাছিয়া ২০০২
বীৰেন্দ্ৰ নাথ দত্ত উত্তৰ লক্ষীমপুৰ ২০০৩
কনকসেন ডেকা হোজাই ২০০৪
কনকসেন ডেকা ছিপাঝাৰ ২০০৫
কনকসেন ডেকা বেলশৰ ২০০৬
কনকসেন ডেকা চাপৰ ২০০৭
কনকসেন ডেকা দক্ষিণপাট ২০০৮
ৰংবং তেৰাং ধেমাজী ২০০৯
ৰংবং তেৰাং বৈঠালংছ' ২০১০
ৰংবং তেৰাং দেৰগাঁও ২০১১
ৰংবং তেৰাং লিডু ২০১২
ইমৰাণ শ্বাহ বৰপেটা ২০১৩
ডাঃ ধ্ৰুৱজ্যোতি বৰা কলয়াবৰ ২০১৪-১৫
ডাঃ ধ্ৰুৱজ্যোতি বৰা শিৱসাগৰ (শতবাৰ্ষিকী) ২০১৭
পৰমানন্দ ৰাজবংশী বৰডুমচা ২০১৮
পৰমানন্দ ৰাজবংশী ৰহা ২০১৯
কুলধৰ শইকীয়া শুৱালকুছি ২০২০
কুলধৰ শইকীয়া মাজুলী ২০২১
কুলধৰ শইকীয়া নাৰায়ণপুৰ ২০২২

অসম সাহিত্য সভা সাধাৰণ জ্ঞান

সকলৰ নাম, অসম সাহিত্য সভা ২০২১-২০২২, বৰ্তমান সাহিত্য সভাৰ সভাপতি নাম ,assam sahitya sabha ,president name list 2021
অসম সাহিত্য সভাৰ সভাপতি সকলৰ নাম

সাহিত্য সভাৰ সভাপতি সকলৰ তালিকা (১৯১৭-২০২২)

১.অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি গৰকীৰ  নাম কি 

উত্তৰঃ নীলিনীৱালা দেৱী । ১৯৫৪ চনত যোৰহাট অধিবেশনৰ সভাপতিত্ব কৰিছিল।

২.অসম সাহিত্য সভাৰ মুখ্য কার্যালয় কত অৱস্থিত ?

উত্তৰঃ অসম সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত।

৩.অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাই।১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশনত সভাপতিত্ব কৰিছিল। 

৪.বৰ্তমান অসম সাহিত্য সভাৰ সম্পাদক কোন ?

উত্তৰঃ বৰ্তমান অসমৰ সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!