Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assamese gk 2021

 অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assamese gk 2021

অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assamese gk 2021
Assamese gk 2021

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat আদিৰ । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলনখনৰ নাম কি?

2➤ প্রথম অসমীয়া চতুর্দশপদী কবিতাটোৰ নাম কি?

3➤ অমিত্রাক্ষৰ ছন্দত সাহিত্য ৰচনা কৰা প্রথমগৰাকী অসমীয়া কোন আছিল?

4➤ প্রথম অসমীয়া ব্যংগ আলােচনীখনৰ নাম কি?

5➤ অসম সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি কোন আছিল?

6➤ জ্ঞানপীঠ বটা লাভ কৰা প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?

7➤ অসম সাহিত্য সভাৰ প্রথম মহিলা সভানেত্রী কোন হৈছিল?

8➤ অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয়?

9➤ অসমত সহঃ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি?

10➤ অসম ফুটবল সন্থাৰ (১৯৪৬ চন) প্রথমগৰাকী সভাপতি কোন আছিল?

11➤ প্রথম অসমীয়া শিশু চলচ্চিত্রখনৰ নাম কি?

12➤ চলচ্চিত্রলৈ কূপায়িত হােৱা প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?

13➤ ভবেন্দ্রনাথ শইকীয়াই কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে?

14➤ নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়?

15➤ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ত হৈছিল?

16➤ অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত?

17➤ অসমৰ ক'ত গৰম পানীৰ উহ আছে?

18➤ অসমৰ জাপি শিল্প কোনখন জিলাত আছে?

19➤ অসম সাহিত্য সভাৰ প্রথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল?

20➤ অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা কিমান?

21➤ উপন্যাস সম্রাট বুলিলে কাক বুজায় ?

Download PDF

Your score is

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!