Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assamese gk mock test (Part 8)

 অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assamese gk mock test (Part 8)

অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assamese gk mock test (Part 8)
অসমীয়া সাধাৰণ জ্ঞান ২০২১

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat আদিৰ । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ 


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):
  • অসমীয়া সাধাৰণ জ্ঞান কুইজ Part 6 - Assamese gk Mock test / Quiz
  • অসমীয়া সাধাৰণ জ্ঞান কুইজ Part 7 - Assamese gk Mock test / Quiz
  • 1➤ দূৰদর্শনযােগে সম্প্রচাৰিত প্রথম অসমীয়া ছবিখনৰ নাম কি?

    2➤ অসমত মঞ্চৰ জন্মদাতা কোন?

    3➤ প্রথম অসমীয়া ভ্রাম্যমাণ থিয়েটাৰৰ নাম কি?

    4➤ অসমীয়া ভাষাত বুৰঞ্জী ৰচনা কৰা প্রথমগৰাকী ব্যক্তি কোন আছিল?

    5➤ 'হাচা-কেকান' অসমৰ কোনটো জনগােষ্ঠীৰ কৃষি উৎসৱ?

    6➤ 'খেৰাই নৃত্য' কোনটো জনগােষ্ঠীৰ ধর্মীয় নৃত্য?

    7➤ 'বায়ুখ' কোনটো জনগােষ্ঠীৰ উল্লেখযােগ্য কৃষি উৎসৰ?

    8➤ মিজোসকলে বাঁহৰ সহায়ত কৰা নৃত্যবিধ কি?

    9➤ হাজোৰ পােৱামক্কা মছজিদটো কোনে নির্মাণ কৰিছিল?

    10➤ অসমৰ মাটিৰ জৰীপ কার্য প্রথমতে কোনে প্রবর্তন কৰে?

    11➤ হিন্দু ধর্ম গ্রহণ কৰা প্রথম আহােম ৰজাজন কোন আছিল?

    12➤ আহােম আৰু মােগলৰ মাজত হােৱা শেষ ৰণখনৰ নাম কি আছিল?

    13➤ ধােদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নির্মাণ কৰিছিল?

    14➤ স্বর্গদেউ উপাধি গ্রহণ কৰা প্রথম আহােম ৰজা কোন আছিল?

    15➤ কোনজন আহােম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নির্মাণ কৰাইছিল?

    16➤ আটাইতকৈ কম বয়সৰ আহােম ৰজাজনৰ নাম কি?

    17➤ অসমৰ বুৰঞ্জীত কাক নকল আহােম (জলমবটা) আখ্যা দিয়া হৈছে?

    18➤ নেঘেৰিটিঙৰ শিৱদল কোনজন ৰজাই নির্মাণ কৰাইছিল?

    19➤ শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?

    20➤ ইতিহাস প্রসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰনাম কি?

    21➤ অসমৰ কোন ঠাইত সর্বপ্রথম ৰঞ্জীট্রফী খেল অনুষ্ঠিত হৈছিল?

    22➤ চিপাহী বিদ্রোহত জড়িত থকাৰ অপৰাধূত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন কোন আছিল?

    More Mock Test

    Download PDF

    Your score is

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.

    Top Post Ad

    Join Teligram Group Click Here
    Join Whatsapp Group Click Here
    Join Facebook Group Click Here
    Online Quiz Competition Register Now
    error: Content is protected !!