Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assamese gk mock test (Part 8)

 অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assamese gk mock test (Part 8)

অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assamese gk mock test (Part 8)
অসমীয়া সাধাৰণ জ্ঞান ২০২১

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat আদিৰ । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ 


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):
  • অসমীয়া সাধাৰণ জ্ঞান কুইজ Part 6 - Assamese gk Mock test / Quiz
  • অসমীয়া সাধাৰণ জ্ঞান কুইজ Part 7 - Assamese gk Mock test / Quiz
  • 1➤ দূৰদর্শনযােগে সম্প্রচাৰিত প্রথম অসমীয়া ছবিখনৰ নাম কি?

    2➤ অসমত মঞ্চৰ জন্মদাতা কোন?

    3➤ প্রথম অসমীয়া ভ্রাম্যমাণ থিয়েটাৰৰ নাম কি?

    4➤ অসমীয়া ভাষাত বুৰঞ্জী ৰচনা কৰা প্রথমগৰাকী ব্যক্তি কোন আছিল?

    5➤ 'হাচা-কেকান' অসমৰ কোনটো জনগােষ্ঠীৰ কৃষি উৎসৱ?

    6➤ 'খেৰাই নৃত্য' কোনটো জনগােষ্ঠীৰ ধর্মীয় নৃত্য?

    7➤ 'বায়ুখ' কোনটো জনগােষ্ঠীৰ উল্লেখযােগ্য কৃষি উৎসৰ?

    8➤ মিজোসকলে বাঁহৰ সহায়ত কৰা নৃত্যবিধ কি?

    9➤ হাজোৰ পােৱামক্কা মছজিদটো কোনে নির্মাণ কৰিছিল?

    10➤ অসমৰ মাটিৰ জৰীপ কার্য প্রথমতে কোনে প্রবর্তন কৰে?

    11➤ হিন্দু ধর্ম গ্রহণ কৰা প্রথম আহােম ৰজাজন কোন আছিল?

    12➤ আহােম আৰু মােগলৰ মাজত হােৱা শেষ ৰণখনৰ নাম কি আছিল?

    13➤ ধােদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নির্মাণ কৰিছিল?

    14➤ স্বর্গদেউ উপাধি গ্রহণ কৰা প্রথম আহােম ৰজা কোন আছিল?

    15➤ কোনজন আহােম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নির্মাণ কৰাইছিল?

    16➤ আটাইতকৈ কম বয়সৰ আহােম ৰজাজনৰ নাম কি?

    17➤ অসমৰ বুৰঞ্জীত কাক নকল আহােম (জলমবটা) আখ্যা দিয়া হৈছে?

    18➤ নেঘেৰিটিঙৰ শিৱদল কোনজন ৰজাই নির্মাণ কৰাইছিল?

    19➤ শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?

    20➤ ইতিহাস প্রসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰনাম কি?

    21➤ অসমৰ কোন ঠাইত সর্বপ্রথম ৰঞ্জীট্রফী খেল অনুষ্ঠিত হৈছিল?

    22➤ চিপাহী বিদ্রোহত জড়িত থকাৰ অপৰাধূত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন কোন আছিল?

    More Mock Test

    Download PDF

    Your score is

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.
    error: Content is protected !!