Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান ২০২১ - general knowledge in Assamese language - assamese gk

 অসমীয়া সাধাৰণ জ্ঞান ২০২১ - general knowledge in Assamese language - Assames gk 2021 

CategoryMock Test
Mock test part05
Mock test for All compatitive
Exam Prepration
LanguageAssamese
TopicAssamese Mcq
Question30
Mark30
Time60 second per question
অসমীয়া সাধাৰণ জ্ঞান ২০২১ , কুইজ , Assames gk 2021 , Assam gk 2021 in Assamese language

অসমীয়া সাধাৰণ জ্ঞান ২০২১ - Assam General Knowledge PDF

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL , PNRD , Panchayat আদিৰ । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব

অসমীয়া সাধাৰণ জ্ঞান - General knowledge in Assamese language 

কুইজৰ নিয়মঃ প্ৰশ্নটোৰ তলত ৪টা উত্তৰ দিয়া আছে আপোনাৰ যিটো শুদ্ধ হয় বুলি ভাবে সেইটো উত্তৰত চুই দিব

অসম  কুইজ -Assam Quiz

একেবাৰে শেষত আপুনি কিমান নম্বৰ পালে সেয়া চাব পাৰিব আৰু লগতে এই প্ৰশ্নোত্তৰ খিনিৰ pdf আকৰে Download কৰিব পাৰিব , Download কৰিবলৈ তলত Download বুটামটো চুই দিব তাৰ পিছত ৩০ ছেকেণ্ড সময় ৰব লগিব তাৰ পিছত আকৌ এটা Download PDF বুটাম আহিব তাত ক্লিক কৰব ।ধন্যবাদ আপোনাৰ দিন শুভ হওঁক ।

অসমীয়া সাধাৰণ জ্ঞান 2021 - general knowledge in Assamese

অসমীয়া সাধাৰণ জ্ঞান - Mock test Part 5


1➤ ৰাষ্ট্রীয় বঁটাপ্রাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত?

2➤ অসমৰ প্রথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি?

3➤ নেপথ্য শিল্পী হিচাপে ৰাষ্ট্রীয় বঁটা লাভ কৰা অসমৰ প্রথমগৰাকী গায়ক/গায়িকাৰ নাম কি?

4➤ সাহিত্য অকাডেমি বঁটাপ্রাপ্ত গ্রন্থ 'দেওলাংখুই ৰ ৰচক কোন ?

5➤ শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যােৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল?

6➤ পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল?

7➤ ব্রিটিছৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰা প্রথমগৰাকী অসমীয়াৰ নাম কি?

8➤ শ্রীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল?

9➤ ব্রহ্মপুত্র উপত্যকাত আহােমসকলে কেতিয়া প্রৱেশ কৰিছিল?

10➤ আহােম ৰাজত্বকালত প্রথমখন ৰাজধানীৰ নাম কি?

11➤ বামুণী কোঁৱৰৰ আহােম নাম কি আছিল?

12➤ কোন আহােম স্বর্গদেউৰ ৰাজত্বকালত ধােদৰ আলি নির্মাণ হৈছিল?

13➤ অসমৰ কোনখন বিশ্ববিদ্যালয়ত ৰেডিঅ'ৰ প্রচলন পােনপ্রথমে হৈছিল?

14➤ গুৱাহাটীৰ নৱগ্রহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত?

15➤ লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল?

16➤ শ্রীমন্ত শংকৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্রন্থখনৰ নাম কি?

17➤ অসমীয়া গদ্য-সাহিত্যৰ জনক গৰাকীৰ নাম কি?

18➤ অসমীয়া মহিলাই কাপােৰত সাধুকথা ৰচিব পাৰে-- বিখ্যাত উক্তিটো কাৰ আছিল?

19➤ শুক্লধ্বজ কি নামে জনপ্রিয় আছিল?

20➤ ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায়?

21➤ প্রথম অসমীয়া ৰঙীন চলচ্চিত্রখনৰ নাম কি?

22➤ শৰাইঘাট দলং কোন চনত নির্মাণ কৰা হৈছিল?

23➤ কোনে প্রথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল?

24➤ সাহিত্য অকাডেমি বটা লাভ কৰা প্রথম অসমীয়া কবিতা গ্রন্থ বনফুলৰ ৰচক কোন আছিল?

25➤ অসমৰ কোনটো তেল শােধনাগাৰক অসম চুক্তিৰ ফলত হােৱা শােধনাগাব বুলি জনা যায়?

⭕For More Reasoning Mock Test below bottom (এনেকোৱা ধৰণৰ আৰু Reasoning Mock Test দিবলৈ তলৰ বুটামবোৰত ক্লিক কৰক) 👇

⭕For More Current Affairs Click below bottom (এনেকোৱা ধৰণৰ আৰু Current Affairs দিবলৈ তলৰ বুটামবোৰত ক্লিক কৰক) 👇

⭕For More Mock Test & Quiz Click below bottom (এনেকোৱা ধৰণৰ আৰু Mock Test দিবলৈ তলৰ বুটামবোৰত ক্লিক কৰক) 👇

Download PDF

Your score is

Post a Comment

5 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!