Type Here to Get Search Results !

অসমীয়া বিজ্ঞান কুইজ - বিজ্ঞান কুইজ- Science Quiz in Assamess language

 অসমীয়া বিজ্ঞান কুইজ - বিজ্ঞান কুইজ- অসমীয়া কুইজ- Science Quiz in Assamess language 

বিজ্ঞানৰ সাধাৰণ জ্ঞান, বিজ্ঞান কুইজ (উদ্ভাৱন আৰু আৱিষ্কাৰ) ,অসমীয়া বিজ্ঞান কুইজ , বিজ্ঞান কুইজ, Science Quiz in Assamess language

বিজ্ঞান কুইজ

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat আদিৰ । তেন্তে এই অসমীয়া বিজ্ঞান কুইজ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

বিজ্ঞান কুইজ (উদ্ভাৱন আৰু আৱিষ্কাৰ)


১. বৈদ্যুতিক বাল্বৰ উদ্ভাৱক কোন?


উ: থমাছ আলভা এডিচন।

২. কম্পিউটাৰৰ জনক’বুলি কাক কোৱা হয় ?


উ: চাৰ্লছ বেবেজ।


৩.অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ?


উ: প্ৰীষ্টলী।

8. বাইচাইকেল কোনে উদ্ভাৱন কৰিছিল ?

উ: কিৰ্কপেট্ৰিক মেকমিলন।

৫.বেক্টেৰিয়াৰ আৱিষ্কাৰক।


উ: লিউয়েনহুক।

৬.টেলিস্কোপ কোনে সাজি উলিয়াইছিল ?


উ: গেলিলিঅ গেলিলি।

৭.বৈদ্যুতিক ইস্ত্ৰিৰ উদ্ভাৱক কোন?


উ: এইছ ডব্লিউ ছীলে।

৮.হেলিকপ্টাৰৰ উদ্ভাৱক কোন?


উ: এটিয়েন অ'মিচেন।

৯.মটৰ চাইকেলৰ উদ্ভাৱক কোন?


উ: জি ডেইমলাৰ।

১০. ছাবমেৰিনৰ উদ্ভাৱক কোন?


উ: ডেভিদ বুশ্বনেল।

১১. টেলিফোনৰ উদ্ভাৱক কোন?


উ: আলেকজেণ্ডাৰ গ্ৰাহাম বেল।

১২. ঘড়ীৰ উদ্ভাৱক কোন?


উ: বাৰ্থ'ল'মিউ ম্যানফ্ৰেডি।

১৩. দূৰদৰ্শন কোনে উদ্ভাৱন কৰিছিল ?


উ: জে এল বেয়াৰ্ড।

১৪. অণুবীক্ষণ যন্ত্র কোনে উদ্ভাৱন কৰিছিল ?


উ: জেদ জেনছেন।

১৫. সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল ?


উ: ক’পাৰনিকাছ।

১৬. মেলেৰীয়া ৰােগৰ আৰােগ্যৰ বাবে কুইনাইন ঔষধ আৰু কুইনাইন বেজী প্রথমে কোনে আৱিষ্কাৰ কৰিছিল?


উ: লণ্ডনৰ ৰালফ ৰেজউদ (১৮০৬)

১৭. ফটোগ্রাফী কোনে উদ্ভাৱন কৰিছিল ?


উ: জে এন নীপছ।

১৮. গ্রামােফোন (কথা বজাব পৰা যন্ত্র) যন্ত্ৰৰ উদ্ভাৱক কোন?


উ: জৰ্জ ইষ্টমেন।(১৮৮৮)

১৯. জ্যোতির্বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়?


উ: কপাৰনিকাছ।

২০. বেলিষ্টিক মিছাইল (ballistic missile) কোনে উদ্ভাৱন কৰিছিল?


উ: ৱাৰ্ণাৰ ভন ব্ৰাউন।

২১. অতি বেঙুনীয়া পােহৰ কোনে আৱিষ্কাৰ কৰিছিল ?


উ: জে ডব্লিউ ৰিটাৰ।

২২. ডিনামাইট কোনে উদ্ভাৱন কৰিছিল ?


উ: আলফ্রেড ন'বেল।

২৩. হাইড্রজেন কোনে আৱিষ্কাৰ কৰিছিল?


উ: কেভেণ্ডিছ।


২৪. ‘এক্স-ৰে’বাৰঞ্জন ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল?


উ: ওৱেলহাম কে ৰন্টজেন।

২৫. ডি এন এ (DNA) আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি ?


উ: ফ্রেডৰিখ মেইছকাৰ।

২৬. আধুনিক বংশগতি বিদ্যাৰ পিতৃ কোন?


উ: মেণ্ডেল।

২৭. ভাইৰাছ কোনে আৱিষ্কাৰ কৰিছিল?


উ: ইৱান’ভস্কিয়ে।

২৮. সূর্যটো সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত বুলি কোনে প্রথমতে দেখুৱাইছিল ?


উ: কপাৰনিকাছ ।

২৯. পােন প্ৰথমবাৰৰ বাবে হৃদযন্ত্র মুক্ত অস্ত্রোপচাৰ প্ৰৱৰ্তন কৰা বিজ্ঞানীজনৰ নাম কি ?


উ: ৱাল্টন লিলেহেল।

৩০. কোকাক’লা (Coca Cola) কোনে উদ্ভাৱন কৰিছিল ?


উ: ড° জে এছ পেম্বাৰটন।

৩১.যক্ষ্মা আৰু কলেৰা ৰােগৰ জীৱাণুৰ আৱিষ্কাৰক কোন?


উ: জুলিয়াচ ৰবাৰ্ট অপেনহেইমাৰ।

৩২. ৰিফ্রিজাৰেটৰ (শীতক যন্ত্র) পােন প্রথমে কোনে আৱিষ্কাৰ কৰিছিল ?


উ: হেনৰিক হেৰমেন ৰবাৰ্ট কখ।

৩৩. কোন চনত নিউটনে তেওঁৰ গতি সূত্র তিনিটা আৰু মাধ্যাকর্ষণ সূত্ৰটো প্রতিষ্ঠা কৰিছিল ?


উ: ১৬৮৭ চনত।

৩৪. কৃত্রিম হৃৎপিণ্ডৰ উদ্ভাৱক কোন?


উ: উইলিয়াম কলফ।

৩৫. কোনজন বিজ্ঞানীয়ে ভিটামিন C আৱিষ্কাৰ কৰিছিল ?


উ: ফ্র'লিক হ’লছ।

৩৬.পেট্রল চালিত গাড়ী কোনে উদ্ভাৱন কৰিছিল ?


উ: কাৰ্ল বেঞ্জ।

৩৭. নিউট্রন বােমা কোনে উদ্ভাৱন কৰিছিল ?


উ: ছেমুৱেল কহেন

৩৮. বেৰ’মিটাৰ কোনে উদ্ভাৱন কৰিছিল ?


উ: টৰিছেলী

৩৯. হােমিঅ'পেথি চিকিৎসা পদ্ধতি উদ্ভাৱন কৰা জার্মান চিকিৎসকজনৰ নাম কি?


উ:হেনম্যান।

৪০. নাইট্রজেন আৱিষ্কাৰ কৰা বিখ্যাত বিজ্ঞানীজনৰ নাম কি?


উ: লেভইছিয়াৰ।

বিজ্ঞানৰ সাধাৰণ জ্ঞান



৪১. বায়’লজি (Biology) নামটো পােন প্রথমতে কোনে উত্থাপন কৰিছিল ?


উ: লেমার্ক।

৪২. ব্লিছিং পাউডাৰ উদ্ভাৱন কৰা বিজ্ঞানীজনৰ নাম কি?


উ: টেনান্ট।

৪৩. পৃথিৱীৰ আৱৰ্তন কোনে আৱিষ্কাৰ কৰিছিল ?


উ: কপানিকাছ।

৪৪. পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব পৰিমাপ কৰা প্রথম ব্যক্তিজন কোন?


উ: ইৰাট’স্থেনিছ।

৪৫. নিউট্রন আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ’ল।


উ: জে চেউইক।

৪৬. প্রতিষেধক ব্যৱহাৰৰ কৌশলটো কোনে উদ্ভাৱন কৰিছিল ?


উ: এডৱার্ড জেনাৰ।

৪৭. অভিব্যক্তিবাদ (Theory of Evolution) স্রষ্টা কোন?


উ: চাৰ্লছ ৰবাৰ্ট ডাৰউইন।

৪৮. জেট ইঞ্জিন প্রথমে কোনে আৱিষ্কাৰ কৰিছিল ?


উ: ব্লেডচ কোলেক।

৪৯.মার্কিউৰী থার্ম মিটাৰ বা পাৰা যুক্ত তাপমান যন্ত্র কোনে আৱিষ্কাৰ কৰিছিল ?


উ: ফাৰেণহাইট।

৫০. শীত তাপ নিয়ন্ত্রক যন্ত্র কোনে উদ্ভাৱন কৰিছিল ?


উ: কেৰিয়াৰ।

৫১. ভূমিকম্পৰ তীব্ৰতামাপক যন্ত্র ছেছম’গ্রাফ কোনে উদ্ভাৱন কৰিছিল ?


উ: ৰবাৰী মেলেট।

৫২. ৰেডিয়াম আৰু পলনিয়াম মৌল দুটা আৱিষ্কাৰ কৰাৰ বাবে আৰু বিকিৰণ পৰিঘটনাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযােগ্য অৱদানৰ বাবে দুটাকৈ ন'বেল বঁটা অর্জন কৰা প্রথম বিজ্ঞানীজন কোন?


উ: মেডাম কুৰী।

৫৩. নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল ?


উ: গেলিলিঅ।

৫৪. প্রতিজৈৱিক পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল ?


উ: আলেকজেণ্ডাৰ ফ্লেমিং।

৫৫. উৰণীয়া মাকো (Spinning jenny) উদ্ভাৱন কৰা বিজ্ঞানীজন কোন?


উ: জেমছ হাৰগ্ৰীভছ।


৫৬. ভিটামিন-D আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি?


উ: মেককলাম।

৫৭. পলিঅ ৰােগৰ প্ৰতিষেধকৰ উদ্ভাৱনকর্তা বিজ্ঞানীজনৰ নাম কি?


উ: জনাছ ছক।

৫৮. প্রট’প্লাজম কোনে আৱিষ্কাৰ কৰিছিল ?


উ: জন ইভানজেলিষ্টা পার্কিনজে।

৫৯. বিশ্বৰ প্ৰথমটো টেষ্ট টিউব শিশু কোনজন বিজ্ঞানীয়ে উৎপাদন কৰিছিল ?


উ: পেট্রিক ষ্টেপট’।

৬০. বিভলভাৰ কোনে উদ্ভাৱন কৰিছিল ?


উ: ক’ল্ট।

৬১. আধুনিক লিফট (উঠা-নমাকৰা যন্ত্র)ৰ উদ্ভাৱক কোন?


উ: ফ্ৰান্সৰ ফাৰ্ডিনাণ্ড কেৰে।

৬২. ডাইনামমিটাৰ কোনে উদ্ভাৱন কৰিছিল ?


উ: জি ডা প্রণী।

৬৩. কোনে পােনপ্ৰথমে মহাকর্ষণৰ বিশ্বজনীন ধ্ৰুৱক 'G'ৰ মান পৰীক্ষামূলকভাৱে নিৰ্ধাৰণ কৰিছিল ?


উ: কেভেণ্ডিজ।

৬৪. মিলিটেৰী টেংক কোনে উদ্ভাৱন কৰিছিল ?


উ: আৰ্ণেষ্ট।

৬৫. লাফিং গেছ বা হঁহুৱা গেছ কোনে আৱিষ্কাৰ কৰিছিল ?


উ: জে প্রিষ্টলী।

৬৬. ইনচুলিন পােনপ্ৰথমে কোনে আৱিস্কাৰ কৰিছিল ?


উ: ফ্ৰেডেৰিক গ্ৰান্ট বেন্টিং আৰু চাৰ্লছ বেষ্ট।

৬৭. শৰীৰত ৰক্ত সঞ্চালন প্রক্রিয়াটো পােন প্রথম কোনে আৱিষ্কাৰ কৰিছিল?


উ: উইলিয়াম হাৰ্ভে।

৬৮. এককোষী প্রাণীবােৰ ৰ দ্বাৰা কি আৱিষ্কাৰ কৰা হৈছিল।


উ: এ লিউয়েনহুক।

৬৯. কোনে প্রথমে সৌৰ কলংক আৱিষ্কাৰ কৰিছিল ?


উ: গেলিলিঅ।

৭০.পৰমাণুৰ ধাৰণা কোনে আগবঢ়াইছিল ?


উ: কানাড।

৭১. বজ্রপাত প্ৰতিৰােধী পৰিবাহীৰ আৱিষ্কাৰক আমেৰিকাৰ কূটনীতিবিদ, লেখক আৰু বৈজ্ঞানিকগৰাকী কোন?


উ: বেঞ্জামিন ফ্ৰেংকলিন।

৭২. ভিডিঅ’ গেম কোনে উদ্ভাৱন কৰিছিল ?


উ: এন বুশ্বনেল।

৭৩.এৰোপ্লেন কোনে উদ্ভাৱন কৰিছিল ?


উ: অৰভিল আৰু উইলবাৰ ৰাইট।

৭8.. অনাতাঁৰ যন্ত্র বা ৰেডিঅ’ৰ উদ্ভাৱক কোন?


উ: ইটালীৰ মাৰ্কনি (১৮৯৫চনত)।

৭৫.অক্সিজেন গেছৰ আৱিষ্কাৰক কোন?


উ:যোছেফ প্ৰিষ্টলী।

৭৬.প্রথম পেচমেকাৰ কোনে ব্যৱহাৰ কৰিছিল ?


উ: পিজল নামৰ এজন চিকিৎসক (১৯৫২চন)।

৭৭. কোনে পােনপ্ৰথমে ফটোগ্রাফী কেমেৰা আৱিষ্কাৰ কৰিছিল ?


উ: ফ্ৰান্সৰ যোছেফ নিচেফোৰ নিয়েপচে।

৭৮. ৰেলগাড়ী পােনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল ?


উ: ইংৰাজ অভিযন্তা জৰ্জ ষ্টিফেনচন(১৮২৯)

৭৯. ‘লাই ডিটেক্টৰ’ বা ‘মিছা কথা ধৰা পেলােৱা যন্ত্র কোনে প্রথমে উদ্ভাৱন কৰিছিল ?


উ: মাৰ্কিন মনোবিজ্ঞানী জন লাৰছন (১৯২১)

৮০.ছুপাৰ কম্পিউটাৰৰ উদ্ভাৱক কোন?


উ: জে এইচ মান টাছেল।

৮১.ৰেডিঅ’তৰংগ’ কোনে আৱিষ্কাৰ কৰিছিল ?


উ: চাৰ্লছ পাথে।

৮২.ডিজেল ইঞ্জিনৰ উদ্ভাৱক কোন?


উ: ৰুডলফ ডিজেল।

৮৩. ৰেভিয়াম আৱিষ্কাৰ কৰা বৈজ্ঞানিকজন কোন ?


উ: পিয়েৰ কুৰী আৰু মেৰী কুৰী (১৮৯৭)

More Mock Test

Download PDF

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!