Type Here to Get Search Results !

swadesh adhyayan question answer | Class 12 swadesh adhyayan 4th Chapter

swadesh adhyayan question answer | Class 12 swadesh adhyayan 4th Chapter 

Swadesh Adhyayan  Class 12
Swadesh adhyan


swadesh adhyayan question answer | Class 12 swadesh adhyayan 4th Chapter 


অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

সূচিপত্ৰঃ স্বদেশ অধ্যয়ন :
প্ৰথম অধ্যায়ঃ Click here
দ্বিতীয় অধ্যায়ঃ Click here
তৃতীয় অধ্যায়ঃ Click here
চতুৰ্থ অধ্যায়ঃ Click here
পঞ্চম অধ্যায়ঃ Click here
ষষ্ঠ অধ্যায়ঃ Click here
সপ্তম অধ্যায়ঃ Click here
অষ্টম অধ্যায়ঃ Click here
নৱম অধ্যায়ঃ Click here
 

১। সম্পদ হিচাবে গণ্য কাৰিবলৈ হ'লে কোনটো বৈশিষ্ট্য উপাদানত নিহিত থকাটো প্রয়োজন ?

 (ক) কার্যকাৰিতা
(খ) উপযোগিতা
(গ) গতিশীলতা
(ঘ) ক,খ আৰু গ তিনিওটা।
উত্তৰঃ (ঘ) ক,খ আৰু গ তিনিওটা।

২। অসমৰ কোন স্থানত প্ৰথমতে কয়লা (ক’লা হীৰা) আৱিস্কাৰ হৈছিল?
(ক) নাহৰকটীয়া
(খ) মাৰ্ঘেৰিটা 
(গ) লিডু
(ঘ) মাকুম
উত্তৰঃ (ঘ) মাকুম

৩। অসমত খাৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা হৈছিল?

(ক) ১৮২২ চনত
(খ) ১৮৮৪ চনত
(গ) ১৯০১ চনত
(ঘ) ১৯৮৯ চনত
উত্তৰঃ (ক) ১৮২২ চনত

৪। ভাৰতবৰ্ষৰ মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয় ?

(ক) ২৭ শতাংশ 
(খ) ৩৪ শতাংশ 
(গ) ২২ শতাংশ 
(ঘ)১৭ শতাংশ। 
উত্তৰঃ (ঘ)১৭ শতাংশ। 

৫। তলৰ কোনটো শোধনাগাৰলৈ অসমত উৎপাদিত খাৰুৱা তেল পঠিওৱা হোৱা নাই –

(ক) নুনমাটি 
(খ) হালদিয়া 
(গ) মথুৰা 
(ঘ) বাৰাউনী
উত্তৰঃ (গ) মথুৰা 
৬। প্রাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান থাকে?
(ক) ৮-৯ শতাংশ
(খ) ১-১.৭ শতাংশ
(গ) ২-২.৪ শতাংশ
(ঘ) ৮০-৯০ শতাংশ।
উত্তৰঃ (ঘ) ৮০-৯০ শতাংশ।

৭। উপগ্ৰহৰ পৰা প্রাপ্ত তথ্য অনুসৰি অসমৰ কিমান শতাংশ ঠাই বনাবৃত ?

(ক) ১৭ শতাংশ 
(খ) ২১ শতাংশ
(গ) ২৭ শতাংশ 
(ঘ) ৩৭ শতাংশ

৮। অসমত উৎপাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ কোন কেইটা প্রধান প্রকল্পই ব্যৱহাৰ কৰে?
উত্তৰঃ অসমত উৎপাদন হােৱা প্রাকৃতিক গেছৰ অধিকাংশই OIL, ONGC, BRPL, চাহ বাগিচা, আঁহ উৎপাদিত কাৰখানা, ঔষধ
প্রস্তুতকাৰী কাৰখানা ইত্যাদিয়ে ব্যৱহাৰ কৰে।

৯। অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ যিকোনো ৫ খন ঠাইৰ নাম লিখা।

উত্তৰঃ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ যিকোনো ৫ খন ঠাইৰ নাম হ'ল - কাৰ্বি আংলংৰ ডিলাই , কইলাজান , শিলভেটা , ছৈনিলাংছ' আৰু ডিমা হাছাও জিলাৰ উমৰাংছু আৰু গৰমপানী অঞ্চল ।

১০। ১৯৯৩ চনত ‘বিশ্ব শীৰ্ষ সন্মিলন’ কোন চহৰত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ৰিও - ডি জেনিৰিও চহৰত।

১১। একমাত্র অসমত উপলব্ধ দুষ্প্রাপ্য আৰু লুপ্তপ্রায় কোন দুবিধ প্রাণীক ৰাষ্ট্ৰ সংঘই 'দুষ্প্রাপ্য আৰু বিপদাপন্ন প্রাণী' হিচাবে ৰঙা তথ্য তালিকাত অস্তৰ্ভূক্ত কৰিছে? 

উত্তৰঃ নলগাহৰি আৰু সুগৰি পহু

১২। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত?

উত্তৰঃ অসমত বৰ্তমান ৭ খন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত । সেই কেইখন হৈছেঃ - 

১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।

২. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ।

৩. ওৰাং ৰাষ্ট্ৰীয় উদ্যান ।

৪. মানস ৰাষ্ট্ৰীয় উদ্যান ।

৫. নামেৰি ৰাষ্ট্ৰীয় উদ্যান 

৬. দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ।

৭. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান


১৩। চলন্ত শিল্পৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ কাহ পিতলৰ শিল্প ।


১৪। মানৱ সম্পদ উন্নয়নৰ লাইখুটা কেইটা কি কি?

উত্তৰঃ সমতা, উৎপাদন, স্বায়িত্ব আৰু অধিকাৰ এই চাৰিটা হʼল মানৱ সম্পদ উন্নয়ন লাইখুটা ।


১৫। অসমত গ্ৰীষ্ম কালৰ তিনিটা মাহত ৰাস্তা আৰু ৰে'লপথ ক্ষতিগ্রস্ত কৰা খনন দুবিধৰ নাম লিখা।

উত্তৰঃ ভূমিস্খলন আৰু শিলাখণ্ডৰ 


১৬। ৰছীপথ পৰিবহন অসমৰ কোন দুখন ঠাইৰ মাজত প্রচলিত?

উত্তৰঃ কাৰ্বি আংলং জিলাৰ ডিলাই আৰু গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ।



Post a Comment

12 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. ১২ নং উত্তৰ তো ভুল আছে নেকিন চাৰ

    ReplyDelete
    Replies
    1. কিতাবত ৫ খন আছে

      Delete
    2. কিতাপখনত ৫ খন আছে কিন্তু বৰ্তমান ৭ খন ৰাষ্ট্ৰীয় উদ্যান আছে ।

      Delete
  2. 16 পাছৰ প্ৰশ্ন খিনি কেনেকৈ পাম

    ReplyDelete
  3. 17 number r question pora nai jjj answer

    ReplyDelete
  4. 17,1819,20,21,22 উত্তৰবোৰ দি দিব

    ReplyDelete
  5. 17..18.......bur nai neki sir....???

    ReplyDelete

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!