Type Here to Get Search Results !

বৰ্তমান অসমৰ জিলা কেইখন 2021-2022 | অসমৰ জিলা কেইখন আৰু কি কি | Total district of Assam 2021-2022

 বৰ্তমান অসমৰ জিলা কেইখন 2021-2022 | অসমৰ জিলা কেইখন আৰু কি কি ২০২১-২০২২| Total district of Assam 2021-2022

বৰ্তমান অসমৰ জিলা কেইখন (2021) - অসমৰ জিলা কেইখন আৰু কি কি - Total district of Assam 2021
অসমৰ জিলা কেইখন


অসমৰ জিলা কেইখন আৰু কি কি ?

অসমৰ মুঠ জিলা 35 খন সেই কেইখন হৈছেঃ

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):


বৰ্তমান অসমৰ জিলা ৩৫ খন । তামুলপুৰ হৈছে অসমৰ এখন নতুন জিলা, যাক ২০২১ চনৰ ২০ আগষ্টত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।


১/ তিনিচুকীয়া
 
২/ ডিব্ৰুগড়

৩/ যোৰহাট

৪/ চৰাইদেও

৫/ শিৱসাগৰ

৬/ লক্ষীমপুৰ

৭/ ধেমাজী

৮/ মাজুলী 

৯/ গোৱালপাৰা

১০/ হোজাই

১১/ কাৰ্বি আংলং পূৱ 

১২/ শোণিতপুৰ

১৩/ নগাঁও

১৪/ গোলাঘাট

১৫/ কাৰ্বি আংলং পশ্চিম 

১৬/ ডিমাহাচাও

১৭/ দৰং 

১৮/ হাইলাকান্দি
 
১৯/ নলবাৰী

২০/ মৰিগাঁও

২১/ ওদালগুৰি

২২/ কাছাৰ

২৩/ কামৰূপ মহানগৰ

২৪/ চিৰাং

২৫/ কৰিমগঞ্জ

২৬/ কামৰূপ

২৭/ বৰপেটা

২৮/ বাক্সা

২৯/ বঙ্গাইগাঁও

৩০/ বিশ্বনাথ

৩১/ দক্ষিণ শালমাৰা- মানকাচৰ

৩২/ বজালী

৩৩/ কোকৰাঝাৰ

৩৪/ ধুবুৰী

৩৫/ তামুলপুৰ


More Mock Test

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!