Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান কুইজ 2021- Assamese gk mock test

 অসমীয়া সাধাৰণ জ্ঞান কুইজ 2021- Assamese gk mock test 

অসমীয়া সাধাৰণ জ্ঞান কুইজ 2021- Assamese gk mock test
অসমীয়া সাধাৰণ জ্ঞান 2021

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ 'প্রতাপ বল্লভ' উপাধি স্বর্গদেউ কমলেশ্বৰ সিংহই কাক প্রদান কৰিছিল?

2➤ মানৰ প্রথম আক্রমণ কোন চনত হৈছিল?

3➤ মানৰ দ্বিতীয় আক্রমণ কোন চনত হৈছিল?

4➤ মানৰ তৃতীয় আক্রমণ কোন চনত হৈছিল?

5➤ চীনা পৰিব্ৰাজক হিউৱেন-চাঙে কোনজন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল?

6➤ চীনা পৰিব্ৰাজক হিউৱেন-চাঙে কোনজন ৰজাক উত্তৰ পূর্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল?

7➤ উত্তৰ পূর্বাঞ্চলৰ আটাইতকৈ পুৰণি, বৃহৎ আৰু ব্যস্ত ৰাজনৈতিক কেন্দ্র বুলিলে কোন ঠাইক বুজা যায়?

8➤ দুর্জয়া নামৰ নতুন ৰাজধানী নগৰখন কোনে প্রতিষ্ঠা কৰিছিল?

9➤ 'Topography of Assam' নামৰ গ্রন্থখন কোনে লিখিছিল?

10➤ আহােম স্বর্গদেউসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?

11➤ 'A Geographical Sketch of Assam' নামৰ গ্রন্থখন কোনে লিখিছিল?

12➤ 'বুৰঞ্জী বিবেক ৰত্ন' পুথিখনৰ লেখক কোন?

13➤ 'তুৎখুডীয়া বুৰঞ্জী' কোনে লিখিছিল?

14➤ দৰং ৰাজবংশাৱলীৰ লেখক কোন?

15➤ মানৰ আক্রমণৰ সময়ত কলিকতালৈ পলাই যােৱা আহােম ৰজাজনৰ নাম কি?

16➤ ইংৰাজক খেদি অসমত আহােমৰ ৰাজত্ব পুনৰ স্থাপনৰ বাবে প্রচেষ্টা চলােৱা ব্যক্তি দুগৰাকী কোন কোন?

17➤ আহােমসকলৰ ৰাজধানীত থকা ফুকনসকলে কাৰ অধীনত কাম কৰিব লাগিছিল?

18➤ তলৰ কোনটো ঘটনাৰে আহােমৰ শাসনৰ অন্ত পেলাইছিল

19➤ আহােমসকলৰ তলৰ কোনটো ধর্মীয় উৎসৰ নহয়?

20➤ কোনজন কবি সাহিত্যিকে জ্যোতির্বিজ্ঞান বিষয়ক গ্রন্থ 'সূর্যসিদ্ধান্ত' অসমীয়ালৈ 'ভাশ্বতি' নামেৰে অনুবাদ কৰিছিল?

More Mock Test

Download PDF

Your score is

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
error: Content is protected !!