Type Here to Get Search Results !

Assamese gk - অসমীয়া কুইজ

 Assamese gk - অসমীয়া কুইজ

Assamese gk - অসমীয়া কুইজ
সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই অসমীয়া কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

Q ➤ ১) প্ৰশ্ন : মঙ্গল উপগ্ৰহ কেইটা আৰু কি কি?


Q ➤ ২) প্ৰশ্ন : পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি?


Q ➤ ৩) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ফ’বচ’ৰ দূৰত্ব কিমান?


Q ➤ ৪) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ডিম’চ’ৰ দূৰত্ব কিমান?


Q ➤ 5. প্ৰশ্ন : ভাৰতত থকা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ দুটাৰ নাম কি কি?


Q ➤ ৬) প্ৰশ্ন : হাতীপটি তাৰকা ৰাজ্যত কিমান জ্যোতিষ্ক আছে বুলি বিজ্ঞানী সকলে জানিব পাৰিছে?


Q ➤ ৭) প্ৰশ্ন : হাতীপটি তাৰকা ৰাজ্যই কিমান ঠাই আগুৰি আছে?


Q ➤ ৮) প্ৰশ্ন : শনি গ্ৰহৰ চাৰিওকাষ আঙঠিৰ দৰে দেখা যায় কিয়?


Q ➤ ৯) প্ৰশ্ন : শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি?


Q ➤ ১০) প্ৰশ্ন : পাৰচেক কি?


Q ➤ ১১) প্ৰশ্ন : অনাতাঁৰ দূৰবীণ কি?


Q ➤ ১২) প্ৰশ্ন : ছোভিয়েট ৰুছিয়াই সৰ্বশেষত মঙ্গল গ্ৰহলৈ পঠোৱা যান খনৰ নাম কি?


Q ➤ ১৩) প্ৰশ্ন : আকাশৰ ধ্ৰুৱতৰাটো কেনেকৈ বিচাৰি উলিয়াব পাৰি?


Q ➤ ১৪) প্ৰশ্ন : চন্দ্ৰৰ পৰা পৃথিৱীৰ ওচৰ দূৰত্ব, দূৰ দূৰত্ব আৰু গড় দূৰত্ব কিমান?


Q ➤ ১৫) প্ৰশ্ন : নিজ কক্ষপথত পৃথিৱীয়ে প্ৰতি ছেকেণ্ডত কিমান দ্ৰুতিৰে ঘূৰে?


Q ➤ ১৬) প্ৰশ্ন : সৌৰবছৰ কি?


Q ➤ ১৭) প্ৰশ্ন : বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হৈছে?


Q ➤ ১৮) প্ৰশ্ন : নেপচুনৰ উপগ্ৰহ দুটাৰ নাম কি কি?


Q ➤ ১৯) প্ৰশ্ন : আলোকবৰ্ষ আৰু মহাজাগতিক বৰ্ষৰ মাজত পাৰ্থক্য কি?


Q ➤ ২০) প্ৰশ্ন : হাতীপটি কোন তাৰকাৰাজ্যৰ অন্তৰ্ভূক্ত?


Q ➤ ২১) প্ৰশ্ন : সূৰ্যটো এটা গ্ৰহ নে নক্ষত্ৰ?


Q ➤ ২২) প্ৰশ্ন : জ্যোতি কাক বোলে?


Q ➤ ২৩) প্ৰশ্ন : সাধাৰণ দূৰবীণেৰে মহাকাশৰ তথ্য সংগ্ৰহত কিহে বাধা দিয়ে?


Q ➤ ২৪) প্ৰশ্ন : ৰাডাৰ (RADAR) শব্দৰ পূৰ্ণপাঠ কি?


Q ➤ ২৫) প্ৰশ্ন : চন্দ্ৰৰ ব্যাস কিমান?


Q ➤ ২৬) প্ৰশ্ন : কোনে আৰু কেতিয়া পোন প্ৰথমে চন্দ্ৰত খোজ দিয়ে?


Q ➤ ২৭) প্ৰশ্ন : হাতীপটিৰ কেন্দ্ৰৰ পৰা আমাৰ পৃথিৱীৰ দূৰত্ব কিমান?


Q ➤ ২৮) প্ৰশ্ন : কৃত্ৰিম উপগ্ৰহ কাক বোলে?


Q ➤ ২৯) প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন?


Q ➤ ৩০) প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন?


Q ➤ ৩১) প্ৰশ্ন : ৰকেট কেই প্ৰকাৰৰ?


Q ➤ ৩২) প্ৰশ্ন : ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন?


Q ➤ ৩৩) প্ৰশ্ন : মহাকাশচাৰীয়ে কি খায়?


Q ➤ ৩৪) প্ৰশ্ন : সূৰ্যৰ তাপমান কিমান?


Q ➤ ৩৫) প্ৰশ্ন : সৌৰ বতাহ কি?


Q ➤ ৩৬) প্ৰশ্ন : এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কেইপাক ঘূৰে?


Q ➤ ৩৭) প্ৰশ্ন : চন্দ্ৰ কলা কি?


Q ➤ ৩৮) প্ৰশ্ন : হেলীৰ ধূমকেতু কিমান বছৰৰ অন্তৰে অন্তৰে দেখিবলৈ পোৱা যায়?


Q ➤ ৩৯) প্ৰশ্ন : কোন গ্ৰহ দেখিবলৈ ৰঙা?


Q ➤ ৪০) প্ৰশ্ন : পৃথিৱীৰ বয়স কিমান?


Q ➤ ৪১) প্ৰশ্ন : উল্কা কি?


Q ➤ ৪২) প্ৰশ্ন : ধুমকেতু কি?


Q ➤ ৪৩) প্ৰশ্ন : সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি আৰু কিমান?


Q ➤ ৪৪) প্ৰশ্ন : আমাৰ সৌৰজগতৰ উপগ্ৰহ নথকা গ্ৰহৰ নাম কি?


Q ➤ ৪৫) প্ৰশ্ন : সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কি?


Q ➤ ৪৬) প্ৰশ্ন : পোনপ্ৰথমে কোনে এই তথ্য আৱিষ্কাৰ কৰে যে, সূৰ্য হ’ল সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱীয়ে তাৰ চাৰিওফালে ঘূৰে?


Q ➤ ৪৭) প্ৰশ্ন : চন্দ্ৰই 27½ দিনত নে 29½ দিনতহে পৃথিৱীক প্ৰদক্ষিন কৰে?


Q ➤ ৪৮) প্ৰশ্ন : সৌৰজগতৰ কোন কোন গ্ৰহৰ উপগ্ৰহৰ সংখ্যা মাত্ৰ এটা?


Q ➤ ৪৯) প্ৰশ্ন : পৃথিৱীৰ ব্যাস কিমান?


Q ➤ ৫০) প্ৰশ্ন : ধ্ৰুৱতৰা (Pole Star) ৰ বৈজ্ঞানিক নাম কি?


More Mock Test

Download PDF

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!