Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamess gk mock test- pdf download (part 18 )

 অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamess gk mock test- pdf download (part 18 )

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamess gk mock test- pdf download (part 18 )
Assamess gk mock test


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ প্রথম অসমীয়া ৰাজ্যপালজন কোন?

2➤ প্রথম অসমীয়া ৰাষ্ট্রপতিগৰাকী কোন?

3➤ ৯১ তম একাডেমি বটা (অস্কাৰবটা, ২০১৯)প্রতিযােগিতাত সর্বাধিক পুৰস্কাৰ বুটলিবলৈ সক্ষম হােৱা চলচ্চিত্রখন কি?

4➤ ৯১ তম একাডেমি বঁটা (অস্কাৰ বটা, ২০১৯)প্রতিযােগিতাত শ্রেষ্ঠ পুৰস্কাৰ লাভকৰা চলচ্চিত্রখন কি?

5➤ 'দ্য ফেভাৰিট' চলচ্চিত্রত অভিনয় কৰি ৯১ তম একাডেমি বটা প্রতিযােগিতাত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰা শিল্পীগৰাকী কোন?

6➤ অসমৰ স্বীকৃতিপ্রাপ্ত আঞ্চলিক দলটোৰ নাম কি ?

7➤ সর্বপ্রথম ভাৰতৰ কেন্দ্রীয় মন্ত্রীসভাত অসমীয়া মহিলা মন্ত্রী কোন আছিল?

8➤ অসম বিধান সভাৰ প্রথম মহিলা উপাধ্যক্ষাগৰাকী কোন ?

9➤ অসমৰ প্রথম মহিলা মন্ত্রীগৰাকী কোন আছিল ?

10➤ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রথম মহিলা ন্যায়াধীশ গৰাকী কোন?

11➤ 'বােহেমিয়াম ৰাছােডি' চলচ্চিত্রত অভিনয় কৰি ৯১ তম একাডেমি বঁটা (অস্কাৰ বটা, ২০১৯)প্রতিযােগিতাত শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা শিল্পীগৰাকী কোন ?

12➤ স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্রীগৰাকী কোন ?

13➤ স্বাধীনতাৰ আগৰ অসমৰ প্রথম মুখ্যমন্ত্রীগৰাকী কোন আছিল ?

14➤ প্রথম অসমীয়া ৰাজ্যপালজন কোন?

15➤ প্রথম অসমীয়া ৰাষ্ট্রপতিগৰাকী কোন?

16➤ ৯১ তম একাডেমি বটা (অস্কাৰবটা, ২০১৯)প্রতিযােগিতাত সর্বাধিক পুৰস্কাৰ বুটলিবলৈ সক্ষম হােৱা চলচ্চিত্রখন কি?

17➤ ৯১ তম একাডেমি বঁটা (অস্কাৰ বটা, ২০১৯)প্রতিযােগিতাত শ্রেষ্ঠ পুৰস্কাৰ লাভকৰা চলচ্চিত্রখন কি?

18➤ 'দ্য ফেভাবিট' চলচ্চিত্রতঅভিনয় কৰি ৯১ তম একাডেমি বটা প্রতিযােগিতাত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰা শিল্পীগৰাকী কোন?

19➤ অসমৰ স্বীকৃতিপ্রাপ্ত আঞ্চলিক দলটোৰ নাম কি?

20➤ অসমত প্রথমখন অকংগ্রেছী চৰকাৰৰ মুখ্যমন্ত্রী গৰাকী কোন আছিল?

More Mock Test

Download PDF

Your score is

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!