Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamess gk mock test- pdf download (part 18 )

 অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamess gk mock test- pdf download (part 18 )

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamess gk mock test- pdf download (part 18 )
Assamess gk mock test


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ প্রথম অসমীয়া ৰাজ্যপালজন কোন?

2➤ প্রথম অসমীয়া ৰাষ্ট্রপতিগৰাকী কোন?

3➤ ৯১ তম একাডেমি বটা (অস্কাৰবটা, ২০১৯)প্রতিযােগিতাত সর্বাধিক পুৰস্কাৰ বুটলিবলৈ সক্ষম হােৱা চলচ্চিত্রখন কি?

4➤ ৯১ তম একাডেমি বঁটা (অস্কাৰ বটা, ২০১৯)প্রতিযােগিতাত শ্রেষ্ঠ পুৰস্কাৰ লাভকৰা চলচ্চিত্রখন কি?

5➤ 'দ্য ফেভাৰিট' চলচ্চিত্রত অভিনয় কৰি ৯১ তম একাডেমি বটা প্রতিযােগিতাত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰা শিল্পীগৰাকী কোন?

6➤ অসমৰ স্বীকৃতিপ্রাপ্ত আঞ্চলিক দলটোৰ নাম কি ?

7➤ সর্বপ্রথম ভাৰতৰ কেন্দ্রীয় মন্ত্রীসভাত অসমীয়া মহিলা মন্ত্রী কোন আছিল?

8➤ অসম বিধান সভাৰ প্রথম মহিলা উপাধ্যক্ষাগৰাকী কোন ?

9➤ অসমৰ প্রথম মহিলা মন্ত্রীগৰাকী কোন আছিল ?

10➤ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রথম মহিলা ন্যায়াধীশ গৰাকী কোন?

11➤ 'বােহেমিয়াম ৰাছােডি' চলচ্চিত্রত অভিনয় কৰি ৯১ তম একাডেমি বঁটা (অস্কাৰ বটা, ২০১৯)প্রতিযােগিতাত শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা শিল্পীগৰাকী কোন ?

12➤ স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্রীগৰাকী কোন ?

13➤ স্বাধীনতাৰ আগৰ অসমৰ প্রথম মুখ্যমন্ত্রীগৰাকী কোন আছিল ?

14➤ প্রথম অসমীয়া ৰাজ্যপালজন কোন?

15➤ প্রথম অসমীয়া ৰাষ্ট্রপতিগৰাকী কোন?

16➤ ৯১ তম একাডেমি বটা (অস্কাৰবটা, ২০১৯)প্রতিযােগিতাত সর্বাধিক পুৰস্কাৰ বুটলিবলৈ সক্ষম হােৱা চলচ্চিত্রখন কি?

17➤ ৯১ তম একাডেমি বঁটা (অস্কাৰ বটা, ২০১৯)প্রতিযােগিতাত শ্রেষ্ঠ পুৰস্কাৰ লাভকৰা চলচ্চিত্রখন কি?

18➤ 'দ্য ফেভাবিট' চলচ্চিত্রতঅভিনয় কৰি ৯১ তম একাডেমি বটা প্রতিযােগিতাত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰা শিল্পীগৰাকী কোন?

19➤ অসমৰ স্বীকৃতিপ্রাপ্ত আঞ্চলিক দলটোৰ নাম কি?

20➤ অসমত প্রথমখন অকংগ্রেছী চৰকাৰৰ মুখ্যমন্ত্রী গৰাকী কোন আছিল?

More Mock Test

Download PDF

Your score is

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
error: Content is protected !!