Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test (PDF Download part 19)

 অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test (PDF Download part 19)

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test (PDF Download part 19)


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ আহােম যুগত অসমীয়া বেপাৰীয়ে মােগল ব্যৱসায়ীৰ পৰা পাটমুগাৰ কাপােৰ সলাই কি সংগ্রহ কৰিছিল?

2➤ কোনজন আহােম স্বর্গদেউৰ দিনত প্রথম কূপৰ মুদ্রা তৈয়াৰ কৰা হৈছিল?

3➤ গােন্ধ,স্বাদ, ৰস আদি বৈশিষ্ট্যৰ দিশৰ পৰা উন্নত মানৰ সুমথিৰা ভাৰতৰ ভিতৰত সর্বশ্রেষ্ঠ বুলি স্বীকৃতি পােৱা অসমৰ জিলাখনৰ নাম কি ?

4➤ মাটি কঁঠাল বা আনাৰস উৎপাদনত অসমৰ শ্রেষ্ঠ জিলাকেইখনৰতলৰ কোনখন নহয়?

5➤ অসমৰ মুঠ কর্মৰত জনশক্তিৰ কিমান অংশ চাহ উদ্যোগৰ (২০০২-০৩ চন অনুসৰি) লগত জড়িত বা নিযুক্ত ?

6➤ অলিম্পিকত প্রথম ব্রঞ্জৰ পদক বিজয়ী অসমীয়া খেলুৱৈ গৰাকী কোন?

7➤ ২০২০ বর্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন?

8➤ ২০২০ বর্ষৰ সাহিত্য একাডেমীৰ অন্তর্গত যুৱ সাহিত্য পুৰস্কাৰ লাভ কৰা অসমীয়া ভাষা সাহিত্যিকগৰাকী কোন?

9➤ ২০২০ বর্ষৰ অসম উপত্যকা বঁটা কোানগৰাকী অসমীয়া ব্যক্তিলৈ আগবঢ়ােৱা হয়?

10➤ অসমৰ শিলঘাটত থকা মৰাপাট কলটো কেতিয়া স্থাপন কৰা হৈছিল?

11➤ তলৰ কোনবিধ দ্রব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্র ৰাজ্য?

12➤ অসমৰ‌ সর্বাধিক ব্যস্ত ৰাষ্ট্রীয় ঘাইপথ কোনটো?

13➤ অসমত সর্বপ্রথম কিমান চনত ৰেলপথ স্থাপন হৈছিল?

14➤ অসমৰ ইতিহাসত সর্বপ্রথম স্থাপন হােৱা ৰেলপথটো ক'ৰপৰা কলৈকে স্থাপন কৰা হৈছিল?

15➤ অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰে?

16➤ অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ কৰে?

17➤ অসমৰ প্রথম চাহ খেতিয়কজন কোন?

18➤ ২০২০-২১ বর্ষত বিশ্ব বিখ্যাত ফর্বছ আলােচনীৰ বেষ্ট পার্ফমাৰ সন্মান অর্জন কৰা অসমীয়া অভিনেতাগৰাকী কোন?

19➤ ভাৰতীয় ৰিজার্ভ বেংকৰ প্রথম অসমীয়া সঞ্চালকগৰাকী কোন?

20➤ অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি?

21➤ অসমৰ বাঁহ-বেতৰ বস্তু উৎপন্ন হােৱা ঠাইখনৰ নাম কি?

22➤ হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি?

23➤ অসমৰ কপাহ উৎপাদন হােবা ঠাইখনৰ নাম কি?

24➤ এৰি, মুগা, পাট কাপােৰ উৎপাদন হােৱা ঠাইখনৰ নাম কি?

More Mock Test

Download PDF

Your score is

Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!