Type Here to Get Search Results !

অসমীয়া কুইজ - অসমীয়া সাধাৰণ জ্ঞান - Assamese gk

 অসমীয়া কুইজ - অসমীয়া সাধাৰণ জ্ঞান - Assamese gk

অসমীয়া কুইজ , অসমীয়া সাধাৰণ জ্ঞান , Assamese gk
সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই অসমীয়া কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

Assamese gk 2021 - অসমীয়া কুইজ 


Q ➤ ১) প্ৰশ্ন : তেওঁ বিশ্ববিখ্যাত শিল্পী আৰু সংগীতজ্ঞ। ১৯৯২ চনত ‘দাদা চাহেব ফাল্কে বঁটা’ আৰু ২০০৯ চনত ‘সংগীত ৰত্ন’ বঁটা লাভ কৰা এই গৰাকী প্ৰথম অসমীয়া ব্যক্তি। ব্যক্তি গৰাকী কোন?


Q ➤ ২) প্ৰশ্ন : ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়?


Q ➤ ৩) প্ৰশ্ন : যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল?


Q ➤ ৪) প্ৰশ্ন : কোন হয় যাৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত। সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ বিজয়ী এই গৰাকী দ্বিতীয় অসমীয়া সাহিত্যিক। এই গৰাকী সাহিত্যিকে ২০০১ চনত নিজ সাহিত্য কৰ্মৰ বাবে এই বঁটা লাভ কৰে। সাহিত্যিক গৰাকী কোন?


Q ➤ ৫) প্ৰশ্ন : শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়?


Q ➤ ৬) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী সাহিত্যিক কোন?


Q ➤ ৭) প্ৰশ্ন : কোন হয় যাৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত। সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ বিজয়ী এই গৰাকী দ্বিতীয় অসমীয়া সাহিত্যিক। এই গৰাকী সাহিত্যিকে ২০০১ চনত নিজ সাহিত্য কৰ্মৰ বাবে এই বঁটা লাভ কৰে। সাহিত্যিক গৰাকী কোন?


Q ➤ ৮) প্ৰশ্ন : তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। তেখেতক ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ‘ভাৰতৰত্ন’ বঁটাৰে বিভূষিত কৰা হৈছিল?


Q ➤ ৯) প্ৰশ্ন : এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’। ১৯৭৯ চনত এই উপন্যাস খনৰ বাবে তেখেতে প্ৰথম বাৰলৈ অসমীয়া সাহিত্যৰ বাবে সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ লাভ কৰে। এই সাহিত্যিক গৰাকী কোন?


Q ➤ ১০) প্ৰশ্ন : অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি?


Q ➤ ১১) প্ৰশ্ন : ১৮৯৮ চনত জন্ম গ্ৰহণ কৰা আৰু ১৯৫৪ চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা এই গৰাকী মহিলাই ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰে। মহিলাগৰাকী কোন?


Q ➤ ১২) প্ৰশ্ন : সু-অভিনেত্ৰী চেতনা দাসক ২০০০ চনৰ ৫ ডিচেম্বৰ তাৰিখে কি বঁটা প্ৰদান কৰা হৈছিল?


Q ➤ ১৩) প্ৰশ্ন : ১৯৯৮ চনৰ ২৫ জানুৱাৰী তাৰিখে সু-গায়িকা দিপালী বৰঠাকুৰক কি বঁটা প্ৰদান কৰা হৈছিল?


Q ➤ ১৪) প্ৰশ্ন : ২০০৭ চনত কোন গৰাকী প্ৰসিদ্ধ সাহিত্যিকক ‘শ্ৰী মন্ত শংকৰদেৱ’ বঁটাৰে সন্মানিত কৰা হৈছিল?


Q ➤ ১৫) প্ৰশ্ন : কোনজন অসমীয়াই ২০০০ চনত ‘ভাৰত শ্ৰী’ উপাধি লাভ কৰিছিল?


Q ➤ ১৬) প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক বড়ো ভাষাত ৰচিত ‘বড়ো খুন্তাই’ নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল?


Q ➤ ১৭) প্ৰশ্ন : কোনজন অসমীয়াক ‘সত্যজিৎ ৰায় বঁটা’ আৰু ‘দাদা চাহেব ফাল্কে বঁটা’ প্ৰদান কৰা হৈছিল?


Q ➤ ১৮) প্ৰশ্ন : ১৯৯০ চনত ‘অসম সাহিত্য উপত্যকা বঁটা’ কোনজন ব্যক্তিক সৰ্বপ্ৰথমে প্ৰদান কৰা হৈছিল?


Q ➤ ১৯) প্ৰশ্ন : অসমৰ কোনজন মুকাভিনয় শিল্পীয়ে ২০০৯ বৰ্ষত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে?


Q ➤ ২০) প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা (মৰণোত্তৰভাৱে) প্ৰদান কৰা হৈছিল?


Q ➤ ২১) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম খন অসমীয়া উপন্যাস ইয়াৰুইঙ্গমৰ লেখকৰ নাম উল্লেখ কৰা আৰু এই গ্ৰন্থ খনে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?


Q ➤ ২২) প্ৰশ্ন : কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল? বোলছবি খনৰ পৰিচালক কোন?


Q ➤ ২৩) প্ৰশ্ন : ১৯৭৯ চনত কোনজন সাহিত্যিকে ‘জ্ঞানপীঠ বঁটা’ লাভ কৰিছিল আৰু এই বঁটা বিজয়ী গ্ৰন্থ খনৰ নাম কি?


Q ➤ ২৪) প্ৰশ্ন : ২০০০ চনৰ ২৩ ডিচেম্বৰ তাৰিখে দুজন অসমীয়াক ‘ভাযাচাৰ্য’ বঁটা প্ৰদান কৰা হৈছিল। ব্যক্তি দুগৰাকী কোন?


Q ➤ ২৫) প্ৰশ্ন : অসম সাহিত্য সভাই প্ৰদান কৰা সন্মানীয় উপাধি দুটা কি কি?


Q ➤ ২৬) প্ৰশ্ন : ড° ভবেন্দ্ৰ নাথ শইকীয়াই কোন খন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্য লিপিৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল?


Q ➤ ২৭) প্ৰশ্ন : ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়?


Q ➤ ২৮) প্ৰশ্ন : যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল?


Q ➤ ২৯) প্ৰশ্ন : অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়?


Q ➤ ৩০) প্ৰশ্ন : শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়?


Q ➤ ৩১) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী সাহিত্যিক কোন?


Q ➤ ৩২) প্ৰশ্ন : অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়?


Q ➤ ৩৩) প্ৰশ্ন : তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। তেখেতক ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ‘ভাৰতৰত্ন’ বঁটাৰে বিভূষিত কৰা হৈছিল?


Q ➤ ৩৪) প্ৰশ্ন : এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’। ১৯৭৯ চনত এই উপন্যাস খনৰ বাবে তেখেতে প্ৰথম বাৰলৈ অসমীয়া সাহিত্যৰ বাবে সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ লাভ কৰে। এই সাহিত্যিক গৰাকী কোন?


Q ➤ ৩৫) প্ৰশ্ন : তেওঁ বিশ্ববিখ্যাত শিল্পী আৰু সংগীতজ্ঞ। ১৯৯২ চনত ‘দাদা চাহেব ফাল্কে বঁটা’ আৰু ২০০৯ চনত ‘সংগীত ৰত্ন’ বঁটা লাভ কৰা এই গৰাকী প্ৰথম অসমীয়া ব্যক্তি। ব্যক্তি গৰাকী কোন?


Q ➤ ৩৬) প্ৰশ্ন : ১৮৯৮ চনত জন্ম গ্ৰহণ কৰা আৰু ১৯৫৪ চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা এই গৰাকী মহিলাই ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰে। মহিলাগৰাকী কোন?


Q ➤ ৩৭) প্ৰশ্ন : সু-অভিনেত্ৰী চেতনা দাসক ২০০০ চনৰ ৫ ডিচেম্বৰ তাৰিখে কি বঁটা প্ৰদান কৰা হৈছিল?


Q ➤ ৩৮) প্ৰশ্ন : ১৯৯৮ চনৰ ২৫ জানুৱাৰী তাৰিখে সু-গায়িকা দিপালী বৰঠাকুৰক কি বঁটা প্ৰদান কৰা হৈছিল?


Q ➤ ৩৯) প্ৰশ্ন : ২০০৭ চনত কোন গৰাকী প্ৰসিদ্ধ সাহিত্যিকক ‘শ্ৰী মন্ত শংকৰদেৱ’ বঁটাৰে সন্মানিত কৰা হৈছিল?


Q ➤ ৪০) প্ৰশ্ন : কোনজন অসমীয়াই ২০০০ চনত ‘ভাৰত শ্ৰী’ উপাধি লাভ কৰিছিল?


Q ➤ ৪১) প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক বড়ো ভাষাত ৰচিত ‘বড়ো খুন্তাই’ নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল?


Q ➤ ৪২) প্ৰশ্ন : কোনজন অসমীয়াক ‘সত্যজিৎ ৰায় বঁটা’ আৰু ‘দাদা চাহেব ফাল্কে বঁটা’ প্ৰদান কৰা হৈছিল?


Q ➤ ৪৩) প্ৰশ্ন : ১৯৯০ চনত ‘অসম সাহিত্য উপত্যকা বঁটা’ কোনজন ব্যক্তিক সৰ্বপ্ৰথমে প্ৰদান কৰা হৈছিল?


Q ➤ ৪৪) প্ৰশ্ন : অসমৰ কোনজন মুকাভিনয় শিল্পীয়ে ২০০৯ বৰ্ষত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে?


Q ➤ ৪৫) প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা (মৰণোত্তৰভাৱে) প্ৰদান কৰা হৈছিল?


Q ➤ ৪৬) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম খন অসমীয়া উপন্যাস ইয়াৰুইঙ্গমৰ লেখকৰ নাম উল্লেখ কৰা আৰু এই গ্ৰন্থ খনে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?


Q ➤ ৪৭) প্ৰশ্ন : কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল? বোলছবি খনৰ পৰিচালক কোন?


Q ➤ ৪৮) প্ৰশ্ন : ১৯৭৯ চনত কোনজন সাহিত্যিকে ‘জ্ঞানপীঠ বঁটা’ লাভ কৰিছিল আৰু এই বঁটা বিজয়ী গ্ৰন্থ খনৰ নাম কি?


Q ➤ ৪৯) প্ৰশ্ন : ২০০০ চনৰ ২৩ ডিচেম্বৰ তাৰিখে দুজন অসমীয়াক ‘ভাযাচাৰ্য’ বঁটা প্ৰদান কৰা হৈছিল। ব্যক্তি দুগৰাকী কোন?


Q ➤ ৫০) প্ৰশ্ন : অসম সাহিত্য সভাই প্ৰদান কৰা সন্মানীয় উপাধি দুটা কি কি?


Q ➤ ৫১) প্ৰশ্ন : ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰদান কৰা হৈছিল?


More Mock Test

Download PDF

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!