Type Here to Get Search Results !

Assamess gk mock test 2021- অসমীয়া সাধাৰণ জ্ঞান ২০২১(part 16)

 Assamess gk mock test - অসমীয়া সাধাৰণ জ্ঞান 2021

Assamess gk mock test - অসমীয়া সাধাৰণ জ্ঞান কুইজ
Assamese gk mock test


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ প্রথম ডাবিং কৰা অসমীয়া ছবিখনৰ নাম কি?

2➤ অসমীয়া বােলছবিৰ প্রথম মহিলা সংগীত পৰিচালিকাগৰাকী কোন?

3➤ জয়মতী' ছবিত গদাপাণি চৰিত্রত কোনে অভিনয় কৰিছিল?

4➤ ড০ ভূপেন হাজৰিকাই পবিচালনা কৰা প্রথমখন অসমীয়া কথাছবিৰ নাম কি?

5➤ জাহ্নু বৰুৱাই তেওঁৰ কোনখন ছবি পৰিচালনাৰে পৰিবেশ শিতানত শ্রেষ্ঠ পুৰস্কাৰ লাভ কৰে?

6➤ ১৯৭৫ চনত শ্রেষ্ঠ আঞ্চলিক ছবি আৰু শ্রেষ্ঠ সংগীত পৰিচালকৰ পুৰস্কাৰ পােৱা ছবিখনৰ নাম কি?

7➤ অভিনেতা বিজু ফুকনৰ অভিনীত প্রথমখন ছবি কি?

8➤ মৃদুলা বৰুৱাৰ প্রথম অভিনীত ছবিখনৰ নাম কি?

9➤ ৰাষ্ট্রীয় সম্মান লাভ কৰা প্রথম অসমীয়া চলচ্চিত্রখনৰ নাম কি?

10➤ দুর্গেশ্বৰ বৰঠাকুৰে কৰা প্রথম ছবিখনৰ নাম কি?

11➤ তপন দাসৰ দ্বাৰা অভিনীত প্রথম ছবিখনৰ নাম কি?

12➤ ড০ ভবেন্দ্র নাথ শইকীয়া পৰিচালিত একমাত্র হিন্দী চলচ্চিত্রখনৰ নাম কি?

13➤ ড০ ভবেন্দ্র নাথ শইকীয়াৰ মুঠ আঠখন চলচ্চিত্রৰ ভিতৰত সাতখনেই‌ ভাৰতীয় পেনােৰামাত শ্রেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ ৰাষ্ট্রীয় বঁটা লাভ কৰে। ৰাষ্ট্ৰীয় বঁটা লাভ নকৰা চলচ্চিত্রখনৰ নাম কি?

14➤ ড০ ভবেন্দ্র নাথ শইকীয়াৰ অন্তৰীপ" উপন্যাসৰ আধাৰত নির্মিত তেওঁৰ চলচ্চিত্রখনৰ নাম কি?

15➤ ১৯৯২ চনত ৰাষ্ট্রীয় পুৰস্কাৰ প্রাপ্ত গৌতম বৰা পৰিচালিত তথ্যচিত্রখনৰ নাম কি?

16➤ ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্রথম বঙালী কথাছবিখনৰ নাম কি?

17➤ বর্তমান চীন প্রজাতন্ত্রৰ ৰাষ্ট্রপতি--

18➤ বর্তমান চীন প্রজাতন্ত্রৰ প্রধানমন্ত্রী

19➤ অসমত প্রথমখন অ-কংগ্রেছী সন্মিলিত (Coalition) চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল?

20➤ অসমৰ প্রথমখন অকংগ্রেছী (জনতা দলৰ) চৰকাৰ কিমান চনত গঠিত হৈছিল?

More Mock Test

Download PDF

Your score is

Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!