Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test (pdf)

 অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test (pdf) - Part 12

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test (pdf)

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ আহােম যুগত অসমীয়া বেপাৰীয়ে মােগল ব্যৱসায়ীৰ লগত পাটমূগা কাপােৰ সলাই কি সংগ্রহ কৰিছিল ?

2➤ কোনজন আহােম স্বৰ্গদেউৰ দিনত প্রথম ৰূপৰ মুদ্রা তৈয়াৰ কৰা হৈছিল ?

3➤ আহােমৰাজ দিহিঙীয়া ৰজাৰ দিনত ৰজাৰবাবে বনৰীয়া হাতী ধৰি দিব নােৱাৰাৰ অপৰাধত দোষী সাব্যস্ত হৈ নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যাব লগা হােৱা অসমৰ ব্যক্তিজন কোন?

4➤ কাৰ নেতৃত্বত ব্ৰহ্ম সংহতিৰ জন্ম হৈছিল?

5➤ কামৰূপৰাজ ভাস্কৰবর্মনে বন্ধু হর্ষবৰ্দ্ধনলৈ উপহাৰ হিচাপে প্রেৰণ কৰা আভােগ নামৰ বস্তুবিধ কি?

6➤ 'তন্ত্র' শব্দৰ অর্থ কি?

7➤ প্রাচীন কামৰূপৰ ৰজা ভগদত্তৰ বীৰত্ব আৰু মৃত্যুৰ কথা উল্লেখ থকা মহাভাৰতৰ পর্বটোৰ কি?

8➤ প্রাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুৰবংশৰ কালৈ বিয়া দিয়া হৈছিল?

9➤ নাগাক্ষ বংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল?

10➤ বিশ্বনাথ নগৰ কোনে প্রতিষ্ঠা কৰিছিল?

11➤ জঙালবলাহু কোন?

12➤ কাশ্মীৰৰাজ মেঘবাহনে বিয়া কৰােৱা অসমৰ গাভৰ গৰাকী কোনআছিল?

13➤ বৃহৎ সাম্রাজ্যবাদী নীতি গ্রহণ কৰা প্রাগজ্যোতিষৰ প্রথম গৰাকী ৰজাৰ নাম কি?

14➤ মানস ৰাষ্ট্ৰীয় উদ্যান-অৱস্থিত

15➤ তলৰ কোনখন খাৰৱা তেল পােৱা ঠাই নহয়-

16➤ অসমৰ মাটিকালি কিমান?

17➤ ব্ৰহ্মপুত্র সমতলৰ মুঠ মাটিকালি কিমান?

18➤ বৰাক সমতলৰ মুঠ মাটিকালি কিমান?

19➤ অসমৰ পার্বত্য অঞ্চলৰ মুঠ মাটিকালি কিমান?

20➤ ১৯৫২ চনত নির্মাণ কৰা অসমৰ প্রথমখন ষ্টেডিয়াম কোন ঠাইত অৱস্থিত?

21➤ অসমক কি কি ভৌগােলিক অঞ্চলত ভাগ কৰা হৈছে?

22➤ অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি?

More Mock Test

Download PDF

Your score is

Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!