Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ - Assamese gk mock test - pdf download (part 10)

 অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ - Assamese gk mock test - pdf download (Part-10) 

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ - Assamese gk mock test - pdf download (Part-10)
অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ শৰাইঘাটৰ যুদ্ধত মােগলৰ সেনাপতি কোন আছিল?

2➤ মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?

3➤ অসম প্রাদেশিক কংগ্রেছ কোন চনত গঠন হৈছিল?

4➤ কুশল কোৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?

5➤ তেজপুৰস্থিত মহাভৈৰৱ শিৱমন্দিৰ কোনগৰাকী ৰজাই নির্মাণ কৰাইছিল?

6➤ বাণৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল?

7➤ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্রথমগৰাকী ৰজাৰ নাম কি?

8➤ কোনগৰাকী কমতাৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন টোঘলকে দুবাৰকৈ কমতাৰাজ্য আক্রমণ কৰিছিল?

9➤ খ্যান বা খেন বংশৰ প্রতিষ্ঠাপক ৰবজাজনৰ নাম কি?

10➤ ভূঞা শব্দৰ অর্থ কি?

11➤ কোনগৰাকী শাসকে কামৰূপ নগৰ প্রতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে ?

12➤ ৰঙিয়াৰ ওচৰত এতিয়াও দেখিবলৈ পােৱা 'বৈদ্যগড়' নামৰ গড়টো কোনে নির্মাণ কৰাইছিল?

13➤ কোনজন ৰজাই শত্রুপক্ষৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈ প্রথমতে 'শত্রুদমন' আৰু পিছত 'অসিমর্দন' উপাধি গ্রহণ কৰিছিল?

14➤ চেচাঁমুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল?

15➤ দিহিংনদীৰ পাৰত চৰগুৱা নামে এখন নতুন নগৰ পাতি তালৈ ৰাজধানী স্থানান্তৰ কৰা আহােম ৰজাজনৰ নাম কি?

16➤ ৰজা চুহুংমুঙে বৰগােহাই আৰু বুঢ়াগোহাইৰ সমকক্ষ আন এটা পদৱীৰ সৃষ্টি কৰিছিল। এই পদবীটোৰ নাম কি?

17➤ কোনখন যুদ্ধৰ পাছত সেই সময়ৰ চুটিয়া ৰাজ্যখন আহােম ৰাজ্যৰ অন্তর্ভুক্ত হয়?

18➤ আহােম আৰু কছাৰীৰ মাজত সংঘটিত প্রথমখন যুদ্ধ কোন গৰাকী আহােম ৰজাৰ দিনত হৈছিল ?

19➤ কোন গৰাকী আহােম ৰজাই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছিল?

20➤ কোনখন যুদ্ধ অসমীয়া বীৰংগণা মূলা‌গাভৰুৱে শত্রুৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল?

21➤ ৰুদ্রসাগৰ পুখুৰী কোনে খন্দাইছিল ?

More Mock Test

Download PDF

Your score is

Post a Comment

4 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. Next level tet ত আহিব পৰা প্ৰশ্ন আৰু লাগে এদিনত দুটাকৈ দিয়ক কম হৈছে

    ReplyDelete
    Replies
    1. থিক আছে বাৰু এদিনত দুটাকৈ দিব চেষ্টা কৰিম ।

      Delete
  2. 4 number question Kushal konwar hang 1943 june 15 hobo lge

    ReplyDelete
    Replies
    1. Soory mistake hoi goisile Thank you hudorai dia babe

      Delete

error: Content is protected !!