Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ - Assamese gk mock test - pdf download (part 10)

 অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ - Assamese gk mock test - pdf download (Part-10) 

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ - Assamese gk mock test - pdf download (Part-10)
অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ শৰাইঘাটৰ যুদ্ধত মােগলৰ সেনাপতি কোন আছিল?

2➤ মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?

3➤ অসম প্রাদেশিক কংগ্রেছ কোন চনত গঠন হৈছিল?

4➤ কুশল কোৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?

5➤ তেজপুৰস্থিত মহাভৈৰৱ শিৱমন্দিৰ কোনগৰাকী ৰজাই নির্মাণ কৰাইছিল?

6➤ বাণৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল?

7➤ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্রথমগৰাকী ৰজাৰ নাম কি?

8➤ কোনগৰাকী কমতাৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন টোঘলকে দুবাৰকৈ কমতাৰাজ্য আক্রমণ কৰিছিল?

9➤ খ্যান বা খেন বংশৰ প্রতিষ্ঠাপক ৰবজাজনৰ নাম কি?

10➤ ভূঞা শব্দৰ অর্থ কি?

11➤ কোনগৰাকী শাসকে কামৰূপ নগৰ প্রতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে ?

12➤ ৰঙিয়াৰ ওচৰত এতিয়াও দেখিবলৈ পােৱা 'বৈদ্যগড়' নামৰ গড়টো কোনে নির্মাণ কৰাইছিল?

13➤ কোনজন ৰজাই শত্রুপক্ষৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈ প্রথমতে 'শত্রুদমন' আৰু পিছত 'অসিমর্দন' উপাধি গ্রহণ কৰিছিল?

14➤ চেচাঁমুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল?

15➤ দিহিংনদীৰ পাৰত চৰগুৱা নামে এখন নতুন নগৰ পাতি তালৈ ৰাজধানী স্থানান্তৰ কৰা আহােম ৰজাজনৰ নাম কি?

16➤ ৰজা চুহুংমুঙে বৰগােহাই আৰু বুঢ়াগোহাইৰ সমকক্ষ আন এটা পদৱীৰ সৃষ্টি কৰিছিল। এই পদবীটোৰ নাম কি?

17➤ কোনখন যুদ্ধৰ পাছত সেই সময়ৰ চুটিয়া ৰাজ্যখন আহােম ৰাজ্যৰ অন্তর্ভুক্ত হয়?

18➤ আহােম আৰু কছাৰীৰ মাজত সংঘটিত প্রথমখন যুদ্ধ কোন গৰাকী আহােম ৰজাৰ দিনত হৈছিল ?

19➤ কোন গৰাকী আহােম ৰজাই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছিল?

20➤ কোনখন যুদ্ধ অসমীয়া বীৰংগণা মূলা‌গাভৰুৱে শত্রুৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল?

21➤ ৰুদ্রসাগৰ পুখুৰী কোনে খন্দাইছিল ?

More Mock Test

Download PDF

Your score is

Post a Comment

4 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. Next level tet ত আহিব পৰা প্ৰশ্ন আৰু লাগে এদিনত দুটাকৈ দিয়ক কম হৈছে

    ReplyDelete
    Replies
    1. থিক আছে বাৰু এদিনত দুটাকৈ দিব চেষ্টা কৰিম ।

      Delete
  2. 4 number question Kushal konwar hang 1943 june 15 hobo lge

    ReplyDelete
    Replies
    1. Soory mistake hoi goisile Thank you hudorai dia babe

      Delete

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!