Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test - pdf download (part - 13)

 অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test (part - 13)

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test (part - 13)
অসমীয়া সাধাৰণ জ্ঞান

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ বার্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি অসমৰ বৃষ্টি বলয়ক কেইটা ভাগত ভগাব পাৰি?

2➤ অসমৰ ব্ৰহ্মপুত্র আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি?

3➤ অসমৰ সর্বোচ্চ পাহাৰ শ্রেণীৰ নাম কি ?

4➤ কার্বি মালভূমিৰ সর্বাধিক উচ্চতা কিমান ?

5➤ অসমৰ সোঁমাজেদি বৈ যােৱা মহাবাহু ব্রহ্মপুত্র নদীৰ সর্বমুঠ দৈৰ্ঘ্য কিমান ?

6➤ ব্রহ্মপুত্র নদীয়ে অসমৰ ভৌগােলিক পৰিসীমাৰ মাজেৰে কিমানদূৰ অতিক্রম কৰিছে ?

7➤ অসমৰ আন এখন বৃহৎ নদী বৰাকৰ মুঠ দৈর্ঘ্য কিমান ?

8➤ অসমৰ ভৌগােলিক সীমাৰ ভিতৰত বৰাক নদীয়ে কিমান দুৰত্ব অতিক্রম কৰিছে?

9➤ অসমৰ মুঠ সংৰক্ষিত বনাঞ্চলক কেইটা বন সংমণ্ডলত ভাগ কৰা হৈছে?

10➤ অসমৰ ২৫ টা বনসংমণ্ডলৰ ভিতৰত সর্ববৃহৎ (বর্গ কিঃমিঃ) বনসংমণ্ডলটোৰ নাম কি?

11➤ অসমৰ ভৌগােলিক সীমা অতিক্রম কৰাৰ পাছত ব্রহ্মপুত্রই নামনি অংশত তিনিটা নামেৰে নামাংকিত হৈছে। তলৰ কোনটো নাম এই তিনিটাৰ ভিতৰত নহয়?

12➤ তলৰ কোনখন নদী ব্রহ্মপুত্রৰ উপনদী নহয়?

13➤ অসমৰ কোন ঠাইত গৰমপানীৰ উহ আছে?

14➤ অসমৰ মুঠ মহকুমা কেইটা (২০১৯ চনৰ মতে)?

15➤ অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি?

16➤ বর্তমান অসমৰ গাঁৰৰ সংখ্যা কিমান(২০১৮ চনৰ মতে) ?

17➤ অসমৰ চূণ শিল থকা ঠাই খনৰ নাম কি?

18➤ ২০২৪ চনত অলিম্পিক খেল ক'ত অনুষ্ঠিত হব?

19➤ বড়ােলেণ্ড টেৰিটৰিয়েল ৰিজনৰ অধীনস্থ জিলা তলৰ কোনখন নহয়?

20➤ প্লাইউড প্রস্তুতিত ব্যৱহৃত নােহােৱা গছবিধৰ নাম কি?

21➤ অসমৰ একমাত্র সাৰ কাৰখানাটো ক'ত আছে?

22➤ অসমৰ একমাত্র চিমেন্ট কাৰখানাটো ক'ত অৱস্থিত?

23➤ অসমৰ আটাইতকৈ কম আয়তনৰ (মাটিকালি) জিলাখনৰ নাম কি?

Download PDF

Your score is

Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

error: Content is protected !!