Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test - pdf download (part - 13)

 অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test (part - 13)

অসমীয়া সাধাৰণ জ্ঞান কুইজ - Assamese gk mock test (part - 13)
অসমীয়া সাধাৰণ জ্ঞান

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ বার্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি অসমৰ বৃষ্টি বলয়ক কেইটা ভাগত ভগাব পাৰি?

2➤ অসমৰ ব্ৰহ্মপুত্র আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি?

3➤ অসমৰ সর্বোচ্চ পাহাৰ শ্রেণীৰ নাম কি ?

4➤ কার্বি মালভূমিৰ সর্বাধিক উচ্চতা কিমান ?

5➤ অসমৰ সোঁমাজেদি বৈ যােৱা মহাবাহু ব্রহ্মপুত্র নদীৰ সর্বমুঠ দৈৰ্ঘ্য কিমান ?

6➤ ব্রহ্মপুত্র নদীয়ে অসমৰ ভৌগােলিক পৰিসীমাৰ মাজেৰে কিমানদূৰ অতিক্রম কৰিছে ?

7➤ অসমৰ আন এখন বৃহৎ নদী বৰাকৰ মুঠ দৈর্ঘ্য কিমান ?

8➤ অসমৰ ভৌগােলিক সীমাৰ ভিতৰত বৰাক নদীয়ে কিমান দুৰত্ব অতিক্রম কৰিছে?

9➤ অসমৰ মুঠ সংৰক্ষিত বনাঞ্চলক কেইটা বন সংমণ্ডলত ভাগ কৰা হৈছে?

10➤ অসমৰ ২৫ টা বনসংমণ্ডলৰ ভিতৰত সর্ববৃহৎ (বর্গ কিঃমিঃ) বনসংমণ্ডলটোৰ নাম কি?

11➤ অসমৰ ভৌগােলিক সীমা অতিক্রম কৰাৰ পাছত ব্রহ্মপুত্রই নামনি অংশত তিনিটা নামেৰে নামাংকিত হৈছে। তলৰ কোনটো নাম এই তিনিটাৰ ভিতৰত নহয়?

12➤ তলৰ কোনখন নদী ব্রহ্মপুত্রৰ উপনদী নহয়?

13➤ অসমৰ কোন ঠাইত গৰমপানীৰ উহ আছে?

14➤ অসমৰ মুঠ মহকুমা কেইটা (২০১৯ চনৰ মতে)?

15➤ অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি?

16➤ বর্তমান অসমৰ গাঁৰৰ সংখ্যা কিমান(২০১৮ চনৰ মতে) ?

17➤ অসমৰ চূণ শিল থকা ঠাই খনৰ নাম কি?

18➤ ২০২৪ চনত অলিম্পিক খেল ক'ত অনুষ্ঠিত হব?

19➤ বড়ােলেণ্ড টেৰিটৰিয়েল ৰিজনৰ অধীনস্থ জিলা তলৰ কোনখন নহয়?

20➤ প্লাইউড প্রস্তুতিত ব্যৱহৃত নােহােৱা গছবিধৰ নাম কি?

21➤ অসমৰ একমাত্র সাৰ কাৰখানাটো ক'ত আছে?

22➤ অসমৰ একমাত্র চিমেন্ট কাৰখানাটো ক'ত অৱস্থিত?

23➤ অসমৰ আটাইতকৈ কম আয়তনৰ (মাটিকালি) জিলাখনৰ নাম কি?

Download PDF

Your score is

Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!