Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ - assamese gk mock test 2021

 অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ - assamese gk mock test 2021

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ - assamese gk mock test 2021
সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি?

2➤ অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম?

3➤ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ মাটিকালি কিমান?

4➤ অসমৰ কোনখন ৰাষ্ট্রীয় উদ্যানত পৃথিৱীৰ কোনাে উদ্যান বা বনাঞ্চলতে নোপোৱা বনৰীয়া ঘোঁৰা পােৱা যায়?

5➤ অসমৰ ৰাজ্যিক পক্ষী কি?

6➤ অসমৰ ৰাজ্যিক জন্তু কি?

7➤ স্তন্যপায়ী জন্তু সােণালী বান্দৰ, নল গাহৰি', খাগৰি কটা পহু' থকা পৃথিৱীৰ একমাত্র ৰাষ্ট্রীয় উদ্যানখনৰ নাম কি?

8➤ "কাজিৰঙা ৰাষ্ট্রীয় উদ্যান তিনিখন জিলাৰ সন্ধিস্থলত অৱস্থিত। তলৰ কোনখন জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি নাই?

9➤ বৌদ্ধধর্মৰ মূল আচাৰ নীতিবিলাক প্রচাৰৰ অর্থে গীতৰ আকাৰত ৰচনা কৰা গীতবােৰক কি বুলি কোৱা হয়?

10➤ অসমত হিন্দুস্থানী সংগীতৰ ধাৰা কোনে প্রবর্তন কৰিছিল?

11➤ শংকৰদেৱৰ গীতসমূহক চাৰিটা ভাগত ভগােৱা হৈছে। তলৰ কোনটো ইয়াৰ অন্তর্গত নহয় ?

12➤ শংকৰদেৱৰ প্রথম বৰগীতটো কি ?

13➤ অসমৰ প্রথম ভ্রাম্যমাণ থিয়েটাৰ কোনখন?

14➤ অসমৰ প্রথম ভ্রাম্যমাণ থিয়েটাৰৰ ইতিহাসত দ্বি-অভিনয় কৰা অভিনেতাজন কোন?

15➤ অসমৰ ভ্রাম্যমাণ থিয়েটাৰত সর্বপ্রথম দুখন মঞ্চ ব্যৱহাৰ কৰা থিয়েটাৰ গােষ্ঠীটোৰ নাম কি?

16➤ প্রথম অসমীয়া চলচ্চিত্র নির্মাতাগৰাকী কোন?

17➤ 'এগ্রো পিকচার্চ কর্পোৰেছন' নামৰ চিনেমা কোম্পানীটো কোনগৰাকী অসমীয়া ব্যক্তিয়ে কলিকতাত স্থাপন (১৯৩১ চন) কৰিছিল?

18➤ জ্যোতি চিত্রবন কেতিয়া স্থাপিত হয়?

19➤ প্রথম অসমীয়া চলচ্চিত্রখনৰ নাম কি?

20➤ বড়াে ভাষাৰ প্রথমখন চলচ্চিত্রৰ নাম কি?

More Mock Test

Download PDF

Your score is

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!