Type Here to Get Search Results !

Assamese Quiz - অসমীয়া কুইজ - pdf download

 Assamese Quiz - অসমীয়া কুইজ 

Assamese gk


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

Q ➤ ১)পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি?


Q ➤ ২)তলত দিয়া কোনবিধ উচ্চ উৎপাদনক্ষম গম ধানৰ প্রজাতি ভাৰতীয় কৃষি গরেষণা কেন্দ্রত শেহতীয়াভাৱে উদ্ভাৱন কৰা হৈছে?


Q ➤ ৩)তলত দিয়া কোনটো পৰিৱেশত আটাইতকৈ কম পৰিমাণৰ জৈৱ পদার্থ প্রতি বছৰে উৎপন্ন হয়?


Q ➤ ৪)পর্ণপাতী বনাঞ্চলত পাৱা এবিধ মূল্যৱান গছ হৈছে?


Q ➤ ৫)বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগ ভাগ লোৱা সংগঠন?


Q ➤ ৬)অসমৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰ কোনটো?


Q ➤ ৭)বিশ্বখাদ্য আৰু কৃষিসংস্থাৰ(PAO) মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰি খাদ্য গ্রহণ কৰিব লাগে?


Q ➤ ৮)বাষ্পমােচন প্রক্রিয়াৰ দ্বাৰা বনাঞ্চলে


Q ➤ ৯)খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়?


Q ➤ ১০)দেহত আইৰণৰ অভাৱত হােৱা ৰোগবিধ কি?


Q ➤ ১১)আয়'ডিনৰ অভাৱত কি ৰোগ হয়?


Q ➤ ১২)কোনবিধ কয়লা সর্বোত্তম?


Q ➤ ১৩)এজন সুস্থ মানুহক দৈনিক কিমান লিটাৰ খোৱা পানী লাগে?


Q ➤ ১৪) এবিধ নৱীকৰণ যোগ্য সম্পদৰ নাম ?


Q ➤ ১৫) এবিধ জীৱাষ্ম ইন্ধনৰ নাম ?


Q ➤ ১৬)পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে?


Q ➤ ১৭)ভাৰতৰ কোনখন তৈলক্ষেত্রত খাকুৱা তেলৰ ভাণ্ডাৰ সর্ববৃহৎ?


Q ➤ ১৮)তলত দিয়া কোনবিধ সজুলিৰ দ্বাৰা ভূমিকম্পৰ প্রৱলতা জোখা হয়?


Q ➤ ১৯)তলত দিয়া কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়?


Q ➤ ২০)পৃথিরীৰ কম উন্নত(LDC) দেশবোৰৰ মুঠ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ শতকৰা প্রায় কিমান ভাগ?


Q ➤ ২১)পৰুৱাবােৰ কি ভোজী প্ৰাণী ?


Q ➤ ২২)পৃথিৱীৰ বায়ুমণ্ডলৰ বহির্ভাগত আপতিত হােৱা মুঠ সৌৰ বিকিৰণৰ শতকৰা কিমান ভাগ বায়ুমণ্ডলৰ দ্বাৰা শাষিত হয়?


Q ➤ ২৩)গৰু, ছাগলী, হাতী আদি তৃণভােজী প্রাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তর্গত?


Q ➤ ২৪)বায়ুমণ্ডলত নাইট্র জেনৰ শতকৰা পৰিমাণ কিমান?


Q ➤ ২৫)পৰিস্থিতি তন্ত্র(ecosystem)নামটো কোনে দিছিল?


Q ➤ ২৬)নদীৰে বৈ যােৱা পানীক কি ধৰণৰ পানী বোলা হয়?


Q ➤ ২৭)তলত দিয়া কোনবিধ উপাদান স্বপোষী?


Q ➤ ২৮)কি অনুজীৱ নাইট্রজেন স্থিৰীকৰণৰ সৈতে জড়িত?


Q ➤ ২৯)কোনাে এটা নির্দ্ধাৰিত অঞ্চলত(যেনে: এটা হ্রদত) থকা আটাইবোৰ প্রাণী আৰু উদ্ভিদক একেলগে কি বুলি কোৱা হয়?


Q ➤ ৩০)এশিঙীয়া গঁড় কোন অঞ্চলৰ থলুৱা প্রাণী?


Q ➤ ৩১)বিৰল প্রজাতিৰ প্রাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা(Slent Valley) ক' ত অরস্থিত?


Q ➤ ৩২)বহি:স্থানিক সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ কি?


Q ➤ ৩৩)ৰাষ্ট্রীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?


Q ➤ ৩৪)কি ধৰণৰ প্রাণী সংৰক্ষণ কৰা উচিত?


Q ➤ ৩৫)কোনবিধ বর্গৰ প্রাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে?


Q ➤ ৩৬)ভাৰতৰ প্রথম ৰাষ্ট্রীয় উদ্যান কোনখন?


Q ➤ ৩৭)ভাৰতৰ ৰাষ্ট্রীয় প্রাণী কি?


Q ➤ ৩৮)উত্তৰ-পূর্বাঞ্চলৰ এবিধ লুপ্তপ্রায় প্রাণী হৈিছে-


Q ➤ ৩৯)সর্পগন্ধা কি?


Q ➤ ৪০)মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা ডড' চৰাই এতিয়া-


Q ➤ ৪১)জাপানত হােৱা মিনামাটা ৰােগৰ কাৰণ আছিল-


Q ➤ ৪২)ইউক্রেইনত অৱস্থিত চের্ন বিল নিউক্লীয় বিয়েক্টৰত কোন চনত দুর্ঘটনা ঘটিছিল?


Q ➤ ৪৩)উদ্ভিদ আৰু প্রাণীৰ মাজত থকা সম্পর্কৰ এটা মুখ্য কাৰণ হ' ল-


Q ➤ ৪৪)ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?


Q ➤ ৪৫)বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় ?


Q ➤ ৪৬)ভাৰতৰ ৰাষ্ট্রীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?


Q ➤ ৪৭)বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয় ?


Q ➤ ৪৮)বিশ্ব বন দিৱস(World Forest Day) কেতিয়া পালন কৰা হয় ?


Q ➤ ৪৯)বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় ?


Q ➤ ৫০)বসুধা দিৱস(Earth Day) কেতিয়া পালন কৰা হয় ?


Q ➤ ৫১)বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় ?


Q ➤ ৫২)ধপাত নিষিদ্ধ দিৱস(World No-Tobaceo Day) কেতিয়া পালন কৰা হয় ?


Q ➤ ৫৩)ভূপাল গেছ দুর্ঘটনা কেতিয়া ঘটিছিল?


Q ➤ ৫৪)ভূপাল গেছ দুৰঘর্টনাত কোনবিধ বিষাক্ত গেছৰ কাৰণে প্রায় 5100 লােক মৃত্যু মুখত পৰিছিল?


Q ➤ ৫৫)ৰিখটাৰ স্কেলত যি ভূমিকম্পৰ প্রাবল্য 7 আৰু 7.9ৰ ভিতৰত থাকে তাক কি বোলে ?


Download PDF

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!