Type Here to Get Search Results !

Assamess GK Mock test - অসমীয়া সাধাৰণ জ্ঞান কুইজ - PDF Download (part 17)

 Assamess GK Mock test - অসমীয়া সাধাৰণ জ্ঞান কুইজ - PDF Download (part 17)

Assamess GK Mock test - অসমীয়া সাধাৰণ জ্ঞান কুইজ - PDF Download (part 17)


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্রী হিচাপে কার্যভাৰ গ্রহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল ?

2➤ সংবিধানৰ ২৪৪(১) আৰু ২৭৫ (২) অনুচ্ছেদ অনুসৰি আৰু ষষ্ঠ অনুসূচীত উল্লেখ থকা স্বায়ত্তশাসিত জিলা প্রশাসনৰ বাবে কোনজন প্রশাসনীয় মুৰব্বীক বিশেষ ক্ষমতা প্রদান কৰা হৈছে ?

3➤ অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ লােক বাস কৰা অঞ্চলৰ বাবে স্বায়ত্ত শাসন প্রবর্তনৰ ব্যৱস্থা কৰিব পৰা বিশেষ ক্ষমতা কাৰ হাতত আছে?

4➤ ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদমতে ৰাজ্যিক বিধানসভাৰ সর্বোচ্চ আৰু সর্বনিম্ন সদস্য সংখ্যা নির্ধাৰণ কৰা হৈছে ?

5➤ বিধান সভাৰ অধ্যক্ষক কোনে নির্বাচন কৰে ?

6➤ অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

7➤ অসমৰ স্বাধীনতা আন্দোলনৰ প্রথম শ্বহীদ কোন আছিল?

8➤ বিধান সভাৰ অধিবেশন অনুষ্ঠিত কৰিবৰ বাবে কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগে?

9➤ জাতীয় কংগ্রেছৰ সভাপতি পদত অধিষ্ঠিত হােৱা প্রথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি ?

10➤ ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হােৱা প্রথম গৰাকী অসমীয়া ব্যক্তি কোন ?

11➤ ১৯৩০ চনত অনুষ্ঠিত লণ্ডনৰ 'ঘূৰণীয়া মেজমেল ত প্রতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন ?

12➤ অসম বিধান সভাৰ মুঠ ১২৬টা সমষ্টিৰ অন্তর্গত অনুসূচিত জাতিৰ সদস্যৰ‌ বাবে সংবক্ষিত সমষ্টিৰ সংখ্যা কিমান ?

13➤ অসম বিধান সভাৰ মুঠ ১২৬টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত?

14➤ অসমৰ প্রথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল?

15➤ অসমত প্রথমবাৰৰ বাবে ৰাষ্ট্রপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল?

16➤ অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতিৰ শাসন কেতিয়া বলবৎ কৰা হৈছিল?

17➤ একেৰাহে তৃতীয়বাৰৰ বাবে নির্বাচিত চৰকাৰৰ অসমৰ মুখ্যমন্ত্রীগৰাকী কোন?

18➤ তলৰ কোনগৰাকী ব্যক্তি দুবাৰকৈ মুখ্যমন্ত্রী পদত অধিষ্ঠিত ব্যক্তি নহয়?

19➤ অসমৰ প্রথমগৰাকী ৰাজ্যপালৰ নাম কি?

20➤ ১৯২৯ চনত ব্যবস্থাপক সভালৈ নির্বাচিত হৈ মন্ত্রিত্ব পদ লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন?

More Mock Test

Download PDF

Your score is

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!