Type Here to Get Search Results !

mock test in Assamese - অসমীয়া সাধাৰণ জ্ঞান কুইজ (part 15 pdf download )

 Assamess gk mock test - অসমীয়া সাধাৰণ জ্ঞান কুইজ (part 15 pdf download )

Assamess gk mock test - অসমীয়া সাধাৰণ জ্ঞান কুইজ (part 15 pdf download )

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ কাৰ্বি ভাষাৰ প্রথমখন ছবিৰ নাম কি?

2➤ দুৰদর্শনযােগে সম্প্রচাৰিত প্রথম অসমীয়া চলচ্চিত্রখনৰ নাম কি?

3➤ মহিলা পৰিচালকে পৰিচালনা কৰা প্রথম অসমীয়া চলচ্চিত্রখনৰ নাম কি?

4➤ স্বর্ণকমল বটা প্রাপ্ত প্রথম অসমীয়া চলচ্চিত্রখনৰ নাম কি?

5➤ স্বর্ণকমল পদক পােৱা দ্বিতীয়খন কথাছবিৰ নাম কি?

6➤ 'চামেলি মেমচাব' কথাছবিখনৰ সংগীত পৰিচালক গৰাকী কোন?

7➤ প্রথম অসমীয়া আংশিক ৰঙীণ ছবিখনৰ (পৰিচালকঃ ড০ ভূপেন হাজৰিকা) নাম কি?

8➤ প্রথম অসমীয়া সম্পূর্ণ ৰঙীণ ছবিখনৰ নাম কি?

9➤ গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ পৰা প্রচাৰিত হােৱা প্রথম অসমীয়া নাটকখনৰ নাম কি?

10➤ প্রথম অসমীয়া অনাতাঁৰ (১৯৩৫ চনত কলিকতা কেন্দ্রযােগে প্রচাৰিত) নাটক কি?

11➤ প্রথম অসমীয়া কথাছবিৰ নায়িকা গৰাকী কোন আছিল?

12➤ আন্তর্জাতিক বার্লিন চলচ্চিত্র মহােৎসৰলৈ আমন্ত্রিত প্রথম অসমীয়া‌ কথাছবিখনৰ নাম কি?

13➤ শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্রাপ্ত প্রথম অসমীয়া ছবিখনৰ নাম কি?

14➤ ৰাষ্ট্রপতিৰ ৰূপৰ পদক পােৱা প্রথমখন অসমীয়া কথাছবিৰ (নিপ বৰুৰা‌ পৰিচালিত) নাম কি?

15➤ বার্লিন বােলছবি মহােৎসৱত অংশগ্রহণ কৰা প্রথম অসমীয়া অভিনেত্রী গৰাকী কোন আছিল?

16➤ কথাছবি কূপ দিয়া প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?

17➤ অসমীয়া ছবিৰ প্রথম মহিলা কলা নির্দেশিকাগৰাকীৰ নাম কি?

18➤ এ' চার্টিফিকেট পােৱা প্রথম অসমীয়া কথাছবিখনৰ নাম কি?

19➤ গুৱাহাটীত জয়মতী কথাছবি মুক্তি পােৱাৰ সময়ত থকা একমাত্র কথাছবি গৃহ দুটাৰ নাম কি?

20➤ জয়মতী কথাছবিত চাউদাং বৰুৰাৰ ভূমিকাত কোনে অভিনয় কৰিছিল?

21➤ ২০০০ চনৰ আঞ্চলিক ভাষাৰ শ্রেষ্ঠ অসমীয়া কথাছবিখনৰ নাম কি?

Download PDF

Your score is

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!