Type Here to Get Search Results !

sports quiz in assamese - খেলৰ কুইজ - 2021

sports quiz in assamese - খেলৰ কুইজ - 2021

Assamese general knowledge - সাধাৰণ জ্ঞান - 2021
খেলৰ কুইজ


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰৰ চাকৰি । তেন্তে এই খেলৰ কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

Q ➤ ১) প্ৰশ্ন : প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন?


Q ➤ ২) প্ৰশ্ন : অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজনৰ নাম কি?


Q ➤ ৩) প্ৰশ্ন : ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন আছিল?


Q ➤ ৪) প্ৰশ্ন : ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?


Q ➤ ৫) প্ৰশ্ন : গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?


Q ➤ ৬) প্ৰশ্ন : ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তি জন কোন?


Q ➤ ৭) প্ৰশ্ন : অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?


Q ➤ ৮) প্ৰশ্ন : এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথম অসমীয়া ব্যক্তি জন কোন?


Q ➤ ৯) প্ৰশ্ন : ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন?


Q ➤ ১০) প্ৰশ্ন : কোনে ফুটবল প্ৰতিযোগিতাক AIF ৰ দ্বাৰা ভাৰতৰ ‘টপ লীগ’ প্ৰতিযোগিতা হিচাপে মৰ্যাদা প্ৰদান কৰা হয়?


Q ➤ ১১) প্ৰশ্ন : ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ জন কোন আছিল?


Q ➤ ১২) প্ৰশ্ন : ভাৰতীয় ভলীবল দলত ভাগ লোৱা প্ৰথম অসমীয়া ভলীবল খেলুৱৈ গৰাকী কোন আছিল আৰু কিমান চনত?


Q ➤ ১৩) প্ৰশ্ন : পুৰণি অসমৰ ঘাইকৈ শিশুৰ মাজত জনপ্ৰিয় এবিধ খেল আছিল। সেই খেল বিধ কি আছিল?


Q ➤ ১৪) প্ৰশ্ন : ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদ্‌যাপিত হয়?


Q ➤ ১৫) প্ৰশ্ন : কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?


Q ➤ ১৬) প্ৰশ্ন : বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল?


Q ➤ ১৭) প্ৰশ্ন : অসম হকী এছ’চিয়েচন কোন চনত সংগঠিত হৈছিল?


Q ➤ ১৮) প্ৰশ্ন : অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল?


Q ➤ ১৯) প্ৰশ্ন : ১৯৮৫ চনত বেংকত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰ জন কোন?


Q ➤ ২০) প্ৰশ্ন : ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?


Q ➤ ২১) প্ৰশ্ন : ১৯৮৫ চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি?


Q ➤ ২২) প্ৰশ্ন : ১৯৯৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীট ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈ গৰাকী কোন?


Q ➤ ২৩) প্ৰশ্ন : ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল?


Q ➤ ২৪) প্ৰশ্ন : বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাত (জুনিয়ৰ শাখা) ভাৰতক প্ৰতিনিধিত্ব কৰা (৩য় স্থান লাভ) অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি?


Q ➤ ২৫) প্ৰশ্ন : বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ সৰ্বপ্ৰথম বিজয়ী দলটোৰ নাম কি?


Q ➤ ২৬) প্ৰশ্ন : ২০১২ চনত অনুষ্ঠিত বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ খিতাপ দখল কৰা দলটোৰ নাম কি?


Q ➤ ২৭) প্ৰশ্ন :এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?


Q ➤ ২৮) প্ৰশ্ন : ১৯৯৩ চনত হংকঙত অনুষ্ঠিত এছিয়া পেছিফিক চন্তুৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক বিজয়ী অসমীয়া ছোৱালী প্ৰতিযোগি দুগৰাকী কোন?


Q ➤ ২৯) প্ৰশ্ন : ২০০১ চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান অৰ্জন কৰা অসমীয়া প্ৰতিযোগী গৰাকীৰ নাম কি?


Q ➤ ৩০) প্ৰশ্ন : ১৯৯২ চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগল্‌ছ খিতাপ কোনে অৰ্জন কৰিছিল?


Q ➤ ৩১) প্ৰশ্ন : ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগী গৰাকী কোন আৰু কিমান চনত তেওঁ এই সন্মান লাভ কৰিছিল?


Q ➤ ৩২) প্ৰশ্ন : ১৯৯৪ চনৰ ৫৮ তম ‘ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ’ত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন?


Q ➤ ৩৩) প্ৰশ্ন : অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ বৰ্তমান যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে জনাজাত?


Q ➤ ৩৪) প্ৰশ্ন : অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন আৰু তেওঁ কিমান চনত অংশ গ্ৰহণ কৰিছিল?


Q ➤ ৩৫) প্ৰশ্ন : অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ আৰু তিনিটা নতুন মীট ৰেকৰ্ড সৃষ্টি কৰিছিল?


Q ➤ ৩৬) প্ৰশ্ন : ৰাষ্ট্ৰীয় বক্সিং দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন?


Q ➤ ৩৭) প্ৰশ্ন : এছিয়ান গেমছত অংশ গ্ৰহণ কৰা অসমীয়া টেনিছ খেলুৱৈ গৰাকী কোন?


Q ➤ ৩৮) প্ৰশ্ন : ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমৰ দুগৰাকী ফুটবল খেলুৱৈৰ নাম কি?


Q ➤ ৩৯) প্ৰশ্ন : ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?


Q ➤ ৪০) প্ৰশ্ন : অসম চৰকাৰে কোনটো দিনক ‘অসম ক্ৰীড়া দিৱস’ হিচাপে ঘোষণা কৰিছে?


Download PDF

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!