Type Here to Get Search Results !

বিশ্বৰ কুইজ - World Quiz in Assamese language

 বিশ্বৰ কুইজ - World Quiz in Assamese language



অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

Q ➤ ১) প্ৰশ্ন : পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰী কি?


Q ➤ ২) প্ৰশ্ন : কোন দেশৰ ৰাজধানী একুৰি দ্বীপত অৱস্থিত?


Q ➤ ৩) প্ৰশ্ন : পৃথিৱীৰ উচ্চতম বিমান বন্দৰ কি?


Q ➤ ৪) প্ৰশ্ন : পৃথিৱীৰ প্ৰাচীনতম ৰাজধানী চহৰ খনৰ নাম কি?


Q ➤ ৫) প্ৰশ্ন : পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি?


Q ➤ ৬) প্ৰশ্ন : কোন খন দেশত নদ – নদী, হ্ৰদ – বিল আদি একোৱেই নাই?


Q ➤ ৭) প্ৰশ্ন : কোন দুখন মহাদেশত বান্দৰ নাই?


Q ➤ ৮) প্ৰশ্ন : বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি?


Q ➤ ৯) প্ৰশ্ন : ৰাষ্ট্ৰসংঘৰ সদস্যৰ দেশৰ সংখ্যা কিমান?


Q ➤ ১০) প্ৰশ্ন : এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ সৰ্বপ্ৰথম মহিলা কোন?


Q ➤ ১১) প্ৰশ্ন : বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশযাত্ৰী কোন?


Q ➤ ১২) প্ৰশ্ন : বিশ্বৰ সৰ্ব প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন?


Q ➤ ১৩) প্ৰশ্ন : বিশ্বত সৰ্ব প্ৰথম ‘বুকাৰ বঁটা’ কোনে লাভ কৰে?


Q ➤ ১৪) প্ৰশ্ন : ‘কুইজ’ শব্দটোৰ অৰ্থ কি?


Q ➤ ১৫) প্ৰশ্ন : কোন হত্যাৰ ফলত প্ৰথম বিশ্ব যুদ্ধৰ সূত্ৰপাত হয়?


Q ➤ ১৬) প্ৰশ্ন : পৰমাণুৰ গঠন (Structure of Atom) তত্ত্বৰ আৱিষ্কাৰ কোনে কেতিয়া কৰে?


Q ➤ ১৭) প্ৰশ্ন : চিনেমাৰ সৰ্বশ্ৰেষ্ঠ পুৰষ্কাৰ ‘অস্কাৰ বঁটা’ কেতিয়া প্ৰৱৰ্তন কৰা হয়?


Q ➤ ১৮) প্ৰশ্ন : সৰ্ব প্ৰথম অস্কাৰ বঁটা লাভ কৰা চিনেমা খনৰ নাম কি?


Q ➤ ১৯) প্ৰশ্ন : কোনটো ঘটনাৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হোৱা বুলি কোৱা হয়?


Q ➤ ২০) প্ৰশ্ন : বিশ্বৰ নবীনতম দেশৰ নাম কি?


Q ➤ ২১) প্ৰশ্ন : সৰ্ব প্ৰথমে ভাৰতত ডাক টিকটৰ প্ৰচলন কেতিয়া আৰু ক’ত হয়?


Q ➤ ২২) প্ৰশ্ন : ভাৰতৰ ৰিজাৰ্ভ বেঙ্ক কেতিয়া প্ৰতিষ্ঠা হৈছিল?


Q ➤ ২৩) প্ৰশ্ন : বৰ্তমান ৰাষ্ট্ৰসংঘৰ মুখ্যসচিবৰ নাম কি?


Q ➤ ২৪) প্ৰশ্ন : মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি?


Q ➤ ২৫) প্ৰশ্ন : বিশ্বৰ সৰ্বাধিক ধনী দেশ কোন খন?


Q ➤ ২৬) প্ৰশ্ন : বৰ্তমান পৃথিৱীৰ উচ্চতম অট্টালিকা কোনখন?


Q ➤ ২৭) প্ৰশ্ন : মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি কোনে দিছিল?


Q ➤ ২৮) প্ৰশ্ন : ভাৰতৰ দ্ৰুততম ৰেলখনৰ নাম কি?


Q ➤ ২৯) প্ৰশ্ন : কোন ব্যক্তি স্বাধীনতাৰ বাবে তাৰ নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল?


Q ➤ ৩০) প্ৰশ্ন : অন্ধ মানুহৰ লিখা পঢ়াৰ পদ্ধতিটিৰ নাম কি?


Q ➤ ৩১) প্ৰশ্ন : বৰ্তমান আন্তৰ্জাতিক অৰ্থ ভাণ্ডাৰৰ মুখ্য সচিবৰ নাম কি?


Q ➤ ৩২) প্ৰশ্ন : লিখি পৰীক্ষা দিয়াৰ নিয়ম কেতিয়া আৰম্ভ হয়?


Q ➤ ৩৩) প্ৰশ্ন : অলিম্পিক পাঁচখন ৰিং চিন থাকে; ইয়াৰ মানে কি?


Q ➤ ৩৪) প্ৰশ্ন : ভিতামিন আৱিষ্কাৰ কোনে কৰিছিল?


Q ➤ ৩৫) প্ৰশ্ন : ইংৰাজীত স্কুল কথটো ক’ৰ পৰা আহিছে?


Q ➤ ৩৬) প্ৰশ্ন : কোন ভাৰতীয় ১৮ টা ভাষাত এম এ পাছ কৰিছিল?


Q ➤ ৩৭) প্ৰশ্ন : কোনে প্ৰথম জনগণনা আৰম্ভ কৰে?


Q ➤ ৩৮) প্ৰশ্ন : F-M কথাৰ অৰ্থ কি?


Q ➤ ৩৯) প্ৰশ্ন : ইণ্টাৰনেট কি?


Q ➤ ৪০) প্ৰশ্ন : বৰ্তমান পৃথিৱীৰ সপ্তাশ্চৰ্য আশ্চৰ্য কি কি?


Q ➤ ৪১) প্ৰশ্ন : প্ৰথম অলিম্পিক খেল কেতিয়া আৰম্ভ হয়?


Q ➤ ৪২) প্ৰশ্ন : আধুনিক অলিম্পিক খেল কেতিয়া আৰম্ভ হয়?


Download PDF

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!