Type Here to Get Search Results !

অসম বুৰঞ্জী কুইজ - অসম ইতিহাস কুইজ - mcq - Assam History

 অসম বুৰঞ্জী কুইজ - অসম ইতিহাস কুইজ - mcq - Assam History 

অসম বুৰঞ্জী কুইজ - অসম ইতিহাস কুইজ - mcq - Assam History


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

অসম বুৰঞ্জী কুইজ - অসম ইতিহাস কুইজ - mcq - Assam History 

Q ➤ 1. বুৰঞ্জী শব্দৰ অর্থ কি ?


Q ➤ 2. স্বাধীন অসমৰ বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?


Q ➤ 3. অসমৰ প্রথম বৃটিছ চীফ কমিচনাৰজন কোন আছিল ?


Q ➤ 4. কোন চনত বৃটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল ?


Q ➤ 5. প্রথম অসমীয়া খ্রীষ্টান কোন আছিল ?


Q ➤ 6. কেন্দ্রীয় মন্ত্রীসভাত মন্ত্রীত্ব লাভ কৰা প্রথম অসমীয়া মহিলা কোন আছিল ?


Q ➤ 7. কোন চনত আহােম সাম্রাজ্যৰ ৰাজধানী চৰাইদেওত স্থাপন কৰা হৈছিল ?


Q ➤ 8. শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্রীষ্টাব্দত ?


Q ➤ 9. শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল ?


Q ➤ 10. শ্ৰী হর্ষৰ জীযেক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?


Q ➤ 11. পালবংশৰ অন্ত পৰে কিমান চনত ?


Q ➤ 12. পাল বংশৰ প্রথম ৰজাজনৰ নাম কি আছিল ?


Q ➤ 13. পাল বংশৰ আৰম্ভণি হয় কিমান চনত ?


Q ➤ 14. মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্রমণ কৰিছিল ?


Q ➤ 15. অসমত আহােম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ?


Q ➤ 16. চুকাফা ব্ৰহ্মদেশৰ কোনখন প্রদেশৰ পৰা অসমলৈ আহিছিল ?


Q ➤ 17. মুনডুং চুনখাম মানে কি ?


Q ➤ 18. জয়ন্তীয়া ৰজা যশােবর্মণ কোনজন আহােম ৰজাৰ সমসাময়িক আছিল ?


Q ➤ 19. আহােম ৰাজ্যত পােন প্রথমবাৰৰ বাবে মন্ত্রীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?


Q ➤ 20. কোনজন আহােম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয় ?


Q ➤ 21. অসমৰ কোনজন ৰজাই চাৰগুৱালৈ অসমৰ ৰাজধানী তুলি নিয়ে ?


Q ➤ 22. কোনজন আহােম ৰজাই স্বর্গনাৰায়ণ নাম লৈছিল ?


Q ➤ 23. দিহিঙিয়া ৰজা বুলি কাক কাৱা হয় ?


Q ➤ 24. কোনজন আহােম ৰজাই অসমত প্রথম লােকপিয়ল কৰে ?


Q ➤ 25. কোনজন আহােম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয় ?


Q ➤ 26. অসমৰ মৰিয়া সকল কি ব্যৱসায়ৰ লগত জড়িত ?


Q ➤ 27. কোনজন আহােম ৰজাৰ দিনত শংকৰদেরে নৱবৈষ্ণৱ ধর্ম প্রচাৰ আৰম্ভ কৰে ?


Q ➤ 28. কোনজন আহােম ৰজাক খুৰা ৰজা বুলি কোৱা হয় ?


Q ➤ 29. কোনজন আহােম ৰজাই প্রতাপ সিংহ উপাধি গ্রহণ কৰে?


Q ➤ 30. উৰিষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে?


Q ➤ 31. কোনজন আহােম ৰজাৰ দিনত মিৰজুমলাই অসম আক্রমণ কৰে ?


Q ➤ 32. পাটকাই পর্বত অতিক্রম কৰি কোন জনজাতিৰ লােকে অসমত প্রবেশ কৰে ?


Q ➤ 33. কোনজন আহােম ৰজাক লৰা ৰজা বুলি কোৱা হয় ?


Q ➤ 34. লালুকসােলা বৰফুকনক কোনে হত্যা কৰে ?


Q ➤ 35. স্বর্গদেউ ৰুদ্র সিংহৰ আহােম নাম কি আছিল ?


Q ➤ 37. অসম বুৰঞ্জীত কোনজন ৰজাক ভগা ৰজা বুলি জনা যায় ?


Q ➤ 37. আহােম ৰজা চুৰামলাৰ হিন্দু নাম কি ?


Q ➤ 38. কোনজন আহােম ৰজাই বৰবৰুৱা পদৰ সৃষ্টি কৰে ?


Q ➤ 39. প্রথম আহােম বৰবৰুৱা কোন আছিল ?


Q ➤ 40. অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰে ?


Q ➤ 41. অসমৰ কোনজন ৰজাক কুঁজা ৰজা বুলি কোৱা কোৱা হয় ?


Q ➤ 42. কোনজন আহােম ৰজাৰ ছত্রভঙ্গ যােগ হােৱা বুলি দৈবজ্ঞসকলে কৈছিল ?


Q ➤ 43. বৰৰজা ফুলেশ্বৰী কোনজন আহােম ৰজাৰ কোঁৱৰী আছিল ?


Q ➤ 45. প্রথম আহােম বৰৰজা কোন আছিল ?


Q ➤ 45. অসমৰ ইতিহাসত কোনজনী আহােম ৰাণীক দ্বিতীয় বৰৰজা উপাধি দিয়া হয়।


Q ➤ 46. 'হস্তী বিদ্যার্ণৰ পুথি কোনে ৰচনা কৰে ?


Q ➤ 47. কোনজন আহােম ৰজাৰ দিনত লতাকটা ৰণ হয় ?


Q ➤ 50. মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহােম ৰজাই বিয়া কৰাইছিল ?


Download PDF

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!