Type Here to Get Search Results !

অসমীয়া কুইজ - Assamese Quiz

 অসমীয়া কুইজ - Assamese Quiz

Assamese Quiz , Assam gk
Assamese Quiz

অসমীয়া সাধাৰণ জ্ঞান কুইজ



Q ➤ (১) ভাৰত ভ্রমণ শীর্ষক অসমীয়া ভ্রমণ সাহিত্যৰৰচক কোন?


Q ➤ (২) ধর্ম দত্ত শর্মাই লিখা ভ্রমণ সাহিত্যখনৰ নাম কি?


Q ➤ (৩) মুস্তাফিজুৰ ৰহমানে লিখা অসমীয়া ভ্রমণ সাহিত্যখনৰ নাম কি?


Q ➤ (8)হেমন্ত কুমাৰ শর্মাই লিখা ভ্রমণ সাহিত্যখনৰ নামকি?


Q ➤ (৫) ৰমা বৰঠাকুৰৰ ভ্ৰমণ সাহিত্য কোনখন ?


Q ➤ (৬)খগেন্দ্রনাথ দাসে ৰচনা কৰা ভ্ৰমণ কাহিনীখনকি?


Q ➤ (৭) আটাওৰ ৰহমানে লিখা ভ্ৰমণ কাহিনীখনৰ নামকি?


Q ➤ (৮) বােহিনী কুমাৰ কাকতিৰ ভ্ৰমণ সাহিত্যখনৰ নামকি?


Q ➤ (৯) অনু বৰুৱাৰ ভ্রমণ কাহিনীখনৰ নাম কি?


Q ➤ (১০) হেম বৰুৱাৰ ভ্রমণ কাহিনীসমূহ কি কি?


Q ➤ (১১) ভূপেন হাজৰিকাৰ ভ্রমণ কাহিনীখনৰ নাম কি?


Q ➤ (১২) আমেৰিকাত দহ দিন শীর্ষক ভ্রমণ কাহিনীখনকাৰ?


Q ➤ (১৩) বিৰিঞ্চি কুমাৰ বৰুৱাৰ ভ্ৰমণ কাহিনীখনৰ নামকি?


Q ➤ (১৪) 'ৰাজতৰঙ্গিনী কাশ্মীৰ' আৰু 'দেৱভূমি ভাৰত' গ্রন্থ দুখন কোনজন সাহিত্যিকৰ ভ্ৰমণ কাহিনী ?


Q ➤ (১৫) লক্ষ্মীনন্দন বৰাৰ আমেৰিকা ভ্ৰমণ বিষয়ক কাহিনীখনৰ নাম কি?


Q ➤ (১৬) কৰবী ডেকা হাজৰিকাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (১৭) উমা বৰুবাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (১৮) অনু বৰুৱাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (১৯) ক্ষীৰদা কুমাৰী বৰুৱাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (২০) বাসন্তী গােস্বামীৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (২১) চৈয়দ আব্দুল মালিকৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (২২) মাজত মাথােন হিমালয় কোনজন সাহিত্যিকৰ ভ্ৰমণ কাহিনী?


Q ➤ (২৩) সুবেন্দ্র মােহন দাসৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (২৪) মুকুল কুমাৰ শৰ্মাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (২৫) টংকেশ্বৰ বৈৰাগীৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (২৬) অদীপ কুমাৰ ফুকনৰ ভ্রমণ কাহিনীখনৰ নাম কি?


Q ➤ (২৭) হেমলতা দত্তৰ ভ্রমণ কাহিনীখনৰ নাম কি?


Q ➤ (২৮) বিকাশ বৰুৱাৰ ভ্রমণ কাহিনীখনৰ নাম কি?


Q ➤ (২৯) হীৰেন গােহাঁইৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (৩০) গােবিন্দ প্রসাদ শর্মাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (৩১) কিৰণ তামুলীৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (৩২) ৰোহিণী কুমাৰ বৰুৱাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (৩৩) অৱনী কুমাৰ ভাগৰতীৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (৩৪) শান্তনু নন্দন শৰ্মাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (৩৫) সুনীল কুমাৰ শইকীয়াৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (৩৬) জয়ন্তী চুতীয়াৰ ভ্রমণ কাহিনীখনৰ নাম কি?


Q ➤ (৩৭) অনস্ত হাজৰিকাৰ ভ্রমণ কাহিনীখনৰ নাম কি?


Q ➤ (৩৮) বীণা বৰুৱাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?


Q ➤ (৩৯) সন্ধান নামৰ কল্প বিজ্ঞান উপন্যাসখনৰ লেখক কোন?


Q ➤ ( ৪০) বৈজ্ঞানিক মন বৈজ্ঞানিক চিন্তা নামৰ বিজ্ঞানভিত্তিক গ্রন্থখন কাৰ?


Q ➤ (৪১) 'মেডাম কুৰী নামৰ জীৱনীখনৰ লেখক কোন?


Q ➤ (৪২) লুচি মই আহিছেঁনামৰ বিজ্ঞানী চার্লছ ডাৰউইনৰ জীৱনভিত্তিক উপন্যাসখনৰ লেখক কোন?


Q ➤ (৪৩) 'আইনষ্টাইন আৰু পদার্থজগত' নামৰ বিজ্ঞানভিত্তিক গ্রন্থখনৰ লেখক কোন?


Q ➤ (৪৪) সােণালী সংখ্যা শীর্ষক গ্রন্থখনৰ লেখক কোন?


Q ➤ (৪৫) কায়কল্প' নামৰ উল্লেখযােগ্য কল্পবিজ্ঞান উপন্যাসখন কাৰ?


Q ➤ (৪৬) পনীয়া সােণৰ দেশত নামৰ বিজ্ঞানভিত্তিক গ্রন্থখনৰ ৰচক কোন?


Q ➤ (৪৭) চিকিৎসা বিজ্ঞানৰ আধুনিক আৱিষ্কাৰৰ কাহিনী (১৯৫৮) নামৰ গ্রন্থখন কাৰ?


Q ➤ (৪৮) 'সূর্য সন্ধান নামৰ বিজ্ঞানভিত্তিক গ্রন্থখন কাৰ?


Q ➤ (৪৯) অমূল্য হাজৰিকাৰ উল্লেখযােগ্য কল্পবিজ্ঞান উপন্যাসসমূহ কি কি?


Q ➤ (৫০) শান্তনু তামুলীৰ অসমীয়া কল্প সাহিত্যসমূহ কি?


Download PDF

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!