Type Here to Get Search Results !

Math general knowledge in Assamese language - math gk mock test - গণিত কুইজ

 Math general knowledge in Assamese language - math gk mock test - গণিত কুইজ 

গণিত কুইজ


1. স্বাভাৱিক সংখ্যা (Natural number) :- শূন্য
(०)বাদ দি অন্য গণিব পৰা সংখ্যাবােৰেই স্বাভাৱিক
সংখ্যা। ১ (একটো) আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা।
2. পূর্ণ, গােট বা অখণ্ড সংখ্যা (Whole
Numbers) :- শূন্য (0)ৰপৰা গণিব পৰা
সকলােবােৰ সংখ্যাই পূর্ণ সংখ্যা। আটাইতকৈ সৰু
পূর্ণ সংখ্যাটো - ০ 
⭐ জানিবলগীয়া, মনত ৰাখিবলগীয়াঃ
(a) 0 স্বাভাৱিক সংখ্যা নহয়।
(b)1 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা।
(c) প্রতিটো স্বাভাৱিক সংখ্যাই পূর্ণ সংখ্যা।
(d) 2ৰে হৰণ যােৱা সংখ্যাবােৰ যুগ্ম (Even)
(e) 2ৰে হৰণ নােযােৱা সংখ্যাবােৰ অযুগ্ম (Odd)
(f) যিবােৰ সংখ্যাৰ উৎপাদন। আৰু সংখ্যাটো
নিজে, সেইবােৰ মৌলিক। যেনে2, 3, 5, 7, 11....
(g) যিবােৰ সংখ্যাৰ উৎপাদন দুটাতকৈ বেছি,
সেইবােৰ যৌগিক। যেনে 4, 6, 8 ....


গণিত কুইজ 


1➤ তলৰ কোনটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা?

2➤ তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়?

3➤ তলৰ কোনটো সংখ্যা আটাইতকৈ সৰু পূর্ণ সংখ্যা?

4➤ স্বাভাৱিক সংখ্যা হৈছে

5➤ অখণ্ড সংখ্যা হৈছে

6➤ 11 সংখ্যাটোৰ উত্তৰ পদটো হল

7➤ প্রতিটো স্বাভাৱিক সংখ্যা পূর্ণ সংখ্যা

8➤ পাঁচটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হল

9➤ চাৰিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা

10➤ 0, 3, 1, 5 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি?

11➤ তলৰ কোনটো যুগ্ম সংখ্যা?

12➤ এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যা

13➤ এটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা কি?

14➤ 1 ৰ পৰা 100লৈ কিমানটা মৌলিক সংখ্যা আছে?

15➤ যুগ্ম সংখ্যাৰ যােগফল সদায়

16➤ অযুগ্ম সংখ্যাৰ যােগফল সদায়

17➤ এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যাৰ যােগফল

18➤ যুগ্ম আৰু যুগ্ম সংখ্যাৰ যােগফল-

19➤ প্রথম চাৰিটা যুগ্ম সংখ্যাৰ যােগফল-

20➤ যুগ্ম অথচ মৌলিক সংখ্যাটো কি?

21➤ এটা অংকযুক্ত মৌলিক সংখ্যা

22➤ দহতকৈ সৰু অযুগ্ম সংখ্যাবােৰৰ যােগফল

23➤ দহতকৈ সৰু যুগ্ম সংখ্যাৰ যােগফল-

More Mock Test

Download PDF

Your score is

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!