Type Here to Get Search Results !

অসমীয়া কুইজ | অসম কুইজ | Assamese Quiz 2022

অসমীয়া কুইজ | অসম কুইজ | Assamese Quiz 2022

অসমীয়া কুইজ সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- Assam police , TET , APSC , APDCL, PNRD আদিৰ । তেন্তে এই অসম কুইজ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । আশা কৰোঁ আপুনি এই Assamese quiz 2022 প্ৰশ্নোত্তৰ কেইটা পঢ়ি ভাল পাব লগতে আপুনি Assamese quiz pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

Assamese Quiz
অসমীয়া কুইজ

অসমীয়া কুইজ

(১) অসমীয়া সাহিত্যৰ প্রথমটো গল্পৰ ৰচক কোন?
উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।


(২) অসমীয়া সাহিত্যৰ প্রথমটো গল্পৰ নাম কি?
উত্তৰঃ সেউতী।


(৩) প্রথম অসমীয়া আলােচনীখনৰ নাম কি?
উত্তৰঃ অৰুণােদয়।


(৪) অসমীয়া সাহিত্যৰ প্রথম উপন্যাস ৰচক কোন?
উত্তৰঃ পদ্মনাথ গােহাঞি বৰুৱা।


(৫) অসমীয়া সাহিত্যৰ প্রথম উপন্যাসখনৰ নাম কি?
উত্তৰঃ ভানুমতী।


(৬) প্রথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি?
উত্তৰঃ বনকুৱৰী।


(৭) প্রথম অসমীয়া ৰোমান্টিক কবিতাটোৰ ৰচক
কোন?
উত্তৰঃ চন্দ্র কুমাৰ আগৰৱালা।


(৮) প্রথম অসমীয়া চনেট কবিতাটোৰ ৰচক কোন?
উত্তৰঃ হেমচন্দ্র গােস্বামী।


(৯) প্রথম অসমীয়া চনেট কবিতাটোৰ নাম কি?
উত্তৰঃ প্রিয়তমাৰ চিঠি।


(১০) প্রথম অসমীয়া চনেট কবিতাৰ পুথিখনৰ নাম কি?
উত্তৰঃ মালচ।

অসম কুইজ


(১১) প্রথম অসমীয়া চনেট কবিতাৰ পুথিখনৰ ৰচক কোন?
উত্তৰঃ হিতেশ্বৰ বৰবৰুৱা।


(১২) প্রথম অসমীয়া কথা-কবিতাৰ ৰচক কোন?
উত্তৰঃ যতীন্দ্র নাথ দুৱাৰা।


(১৩) প্রথম প্রকাশিত অসমীয়া গ্রন্থখনৰ নাম কি?
উত্তৰঃ ধর্মপুস্তক।


(১৪) প্রথম প্রকাশিত অসমীয়া গ্রন্থখনৰ ৰচক কোন?
উত্তৰঃ আত্মৰাম শর্মা।


(১৫) প্রথম অসমীয়া ভ্রমণ কাহিনী গ্রন্থখন কি?
উত্তৰঃ বিলাতৰ চিঠি।


(১৬) প্রথম অসমীয়া ভ্রমণ কাহিনী গ্রন্থখনৰ ৰচক
কোন?
উত্তৰঃ জ্ঞানদাভিৰাম বৰুৱা।


(১৭) প্রথম অসমীয়া সামাজিক নাটখন কি ?
উত্তৰঃ ৰাম নৱমী (গুণাভিৰাম বৰুৱা)।


(১৮) অসমীয়া ভাষাৰ প্রথম ব্যাকৰণ কোনখন?
উত্তৰঃ গ্রামাৰ অৱ দি আচামিজ লেংগুৱেজ
(১৮৩৯, উইলিয়াম ৰবিনচন)।


(১৯) অসমীয়া সাহিত্যৰ প্রথমখন সাহিত্যৰ বুৰঞ্জী গ্রন্থ কোনখন?
উত্তৰঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯১২, দেবেন্দ্ৰ
নাথ বৰুৱা)।


(২০) অসমীয়া ভাষাৰ প্রথম অভিধান প্রণেতা কোন?
উত্তৰঃ মাইলচ ব্ৰন্সন (১৮৬৭)।


(২১) অসমীয়া ভাষালৈ অনুদিত প্রথমখন সংস্কৃত নাটক কি?
উত্তৰঃ শকুন্তলা (অনুবাদক লম্বোদৰ বৰা)।


(২২) অসমৰ পৰা প্রকাশিত প্রথমখন ইংৰাজী বাতৰি, কাকতৰ নাম কি?
উত্তৰঃ দি আসাম ট্রিবিউন (১৯৪৬, প্রথম সম্পাদক লক্ষ্মীনাথ ফুকন)।


(২৩) কম্পিউটাৰ ব্যৱস্থাৰে মুদ্রিত প্রথমখন গ্রন্থ কি?
উত্তৰঃ প্রেমত পৰিলাে নেকি (লেখক ও দিলীপ
কুমাৰ দত্ত)।


(২৪) সাহিত্যৰ বাবে অসমৰ কোনগৰাকী মহিলাই প্রথম পদ্মশ্ৰী সন্মান লাভ কৰিছিল?
উত্তৰঃ নলিনীৱালা দেৱী।


(২৫) অসমীয়া ভাষাৰ প্রথমখন কাব্যগ্রন্থ কি?
উত্তৰঃ প্রহ্লাদ চৰিত (কবি ও হেম সৰস্বতী)।


(২৬) অসমীয়া ভাষাৰ প্রথমখন লিখিত আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ হৰকান্ত সদৰামিনৰ আত্মজীৱনী (১৯৬০)।


(২৭) অসমীয়া ভাষাত প্রথম প্রকাশিত আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ মােৰ জীৱন সাঁৱৰণ (লেখক ও লক্ষ্মীনাথ
বেজবৰৱা)।


(২৮) অসমীয়া ভাষাত মুক্তক ছন্দত লিখা প্রথমখন কবিতাপুথি কোনখন?
উত্তৰঃ অস্ত্যজা (কবিঃ মহেশ্বৰ নেওগ)।


(২৯) অসমীয়া ভাষাত প্রকাশিত প্রথমখন কার্টুন
আলােচনীৰ নাম কি?
উত্তৰঃ চিত্রশিল্পী পুলক গগৈ সম্পাদিত 'কার্টুন।


(৩০) অসমীয়া ভাষাত প্রকাশিত প্রথমখন ৰহস্য
আলােচনীখনৰ নাম কি?
উত্তৰঃ বিস্ময় (সম্পাদক শশী ফুকন)।


(৩১) প্রথম অসমীয়া কল্পবিজ্ঞানৰ ৰচনা (গল্প)ৰ ৰচক কোন?
উত্তৰঃ সৌৰভ কুমাৰ চলিহা (মিনি নয়জ)।


(৩২) প্রথম অসমীয়া বিজ্ঞান ভিত্তিক উপন্যাসখনৰ লেখক কোন?
উত্তৰঃ ড° বিজয় কৃষ্ণ শর্মা (চন্দ্রলােকত প্রথম
মানুহ)।


(৩৩) অসমীয়া মহিলাৰ দ্বাৰা লিখা প্রথমখন উপন্যাসৰ নাম কি?
উত্তৰঃ সুর্ধমাৰ উপন্যাস (১৮৮৪, পদ্মাৱতী দেৱী
ফুকননী)।


(৩৪) প্রথম অসমীয়া মহিলা আধুনিক কবি কোন ?
উত্তৰঃ যমুনেশ্বৰী খাটনিয়াৰ।


(৩৫) প্রথম অসমীয়া জীৱনীমূলক উপন্যাসখনৰ নাম কি?
উত্তৰঃ জীৱন তীর্থৰ যাত্রী (১৯৬৩-৬৫, চৈয়দ
আব্দুল মালিক)।


(৩৬) ফটোটাইপ ছেটিং পদ্ধতিত ছপা হােৱা প্রথমখন অসমীয়া অভিধান কি?
উত্তৰঃ সুমন্ত চলিহা প্রণীত আধুনিক অসমীয়া
শব্দকোষ (১৯৯১)।


(৩৭) প্রথম অসমীয়া সামাজিক উপন্যাসখনৰ নাম কি?
উত্তৰঃ মিৰি জীয়ৰী (ৰজনীকান্ত বৰদলৈ)।


(৩৮) প্রথমখন অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি ?
উত্তৰঃ ভানুমতী (ৰজনী কান্ত বৰদলৈ)।


(৩৯) ব্যঞ্জন বর্ণৰ মাহাত্ম্য প্রকাশক এথম অসমীয়া
উপন্যাস কোনখন?
উত্তৰঃ বর্ণবােধ (লেখকঃ ধ্রুৱজ্যোতি বৰা)।


(৪০) ৰাজনৈতিক চিন্তা প্রতিফলিত প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?
উত্তৰঃ অপূর্ণ (দৈবচন্দ্র তালুকদাৰ, ১৯৩৩)।


(৪১) অমিত্রাক্ষৰ ছন্দত ৰচনা কৰা প্রথমখন অসমীয়া নাটক কি?
উত্তৰঃ অভিমুন্য বধ (ৰমাকান্ত চৌধুৰী)।


(৪২) সাহিত্য অকাডেমী বঁটাপ্রাপ্ত প্রথমখন অসমীয়া গ্রন্থ কি?
উত্তৰঃ বনফুল (যতীন্দ্র নাথ দুৱৰা)।


(৪৩) জনজাতীয় জীৱন ভিত্তিক ৰচিত প্রথমখন উপন্যাস কি?
উত্তৰঃ মিৰি জীয়ৰী (ৰজনী কান্ত বৰদলৈ)।


(৪৪) জ্ঞানপীঠ পুৰস্কাৰ প্রাপ্ত প্রথম অসমীয়া উপন্যাসৰ ৰচক কোন?
উত্তৰঃ বীৰেন্দ্র কুমাৰ ভট্টাচার্য।


(৪৫) কথাছবি ৰূপ লােৱা প্রথম অসমীয়া চুটি গল্প
কোনটো?
উত্তৰঃ কূপহী (গল্পকাৰঃ কমলেশ্বৰ চলিহা)।


(৪৬) কথাছবি নির্মাণ কৰা প্রথমখন অসমীয়া উপন্যাসৰ নাম কি?
উত্তৰঃ মনােমতী (ৰজনীকান্ত বৰদলৈ)।


(৪৭) চাহবাগানৰ পটভূমিত ৰচিত প্রথম উপন্যাস
কোনখন?
উত্তৰঃ সেউজী পাতৰ কাহিনী (ৰাস্না বৰুৱা)।


(৪৮) প্রথম অসমীয়া শিশু উপন্যাসখন কি?
উত্তৰঃ পাতালপুৰী।


(৪৯) প্রথম অসমীয়া শিশু আলােচনীখনৰ নাম কি?
উত্তৰঃ লৰাবন্ধু।


(৫০) প্রথম অসমীয়া বিজ্ঞান আলােচনীখনৰ নাম কি?
উত্তৰঃ পশুপালন (সম্পাদকঃ কনক চন্দ্র শর্মা)।


(৫১) প্রথম অসমীয়া অনার্তাৰ নাটখন কি ?
উত্তৰঃ বীণ বৰাগী (নাট্যকাৰঃ প্রফুল্ল চন্দ্র বৰুৱা)।


(৫২) প্রথম অসমীয়া ডিটেকটিভ উপন্যাস কোনখন?
উত্তৰঃ গােলাই চিৰিজ (কুমুদেশ্বৰ বৰঠাকুৰ)।


(৫৩) প্রথম অসমীয়া লঘু নাটক কোনখন?
উত্তৰঃ কানীয়া কীর্তন (হেমচন্দ্র বৰুৱা)।


(৫৪) প্রথম অসমীয়া মাইক্র-মিনি আলােচনীখনৰ নাম কি?
উত্তৰঃ বিন্দু (ড° ভূপেন হাজৰিকা)।


(৫৫) প্রথম অসমীয়া স্কুলীয়া আলােচনীখনৰ নাম কি?
উত্তৰঃ প্রভাত।

For More Mock Test & Quiz Click here👇

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!