জন্মদিনৰ শুভেচ্ছা :- নিখুঁত, শুভ জন্মদিনৰ শুভেচ্ছা বাণী লিখাটো এক প্ৰত্যাহ্বান হ'ব পাৰে। কিন্তু ভয় নকৰিব! আপুনি আপোনাৰ জন্মদিনৰ শুভেচ্ছা প্ৰেৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা মহান বাৰ্তা প্ৰদান কৰিবলৈ আমি ইয়াত আছোঁ।
Birthday Wish in Assamess
![]() |
Birthday quotes in assamese |
Assamese Birthday wish
তোমাৰ এই ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনাইছো😊 ৷ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগবানৰ ওচৰত সেৱা জনাইছো ৷ শুভ জন্মদিন 🎂🍫🎂(code-box)
ওপজা অলেখ শুভেচ্ছা জনালোঁ । আশা কৰো তোমাৰ আহিব লগিয়া দিনবোৰ আৰু অধিক সুখৰ হওঁক। তোমাৰ সকলো আশা পুৰ্ণ হওক । সদায় সুখী থাকা শুভ জন্মদিন 🎂🍫🎂(code-box)
জন্মদিনৰ শুভেচ্ছা থাকিল তোমালৈ। সুখেৰে ভৰি পৰক তোমাৰ এই জীৱন,পুৰন হওঁক সকলো সপোন, ৰঙীন হওঁক জীৱন। জীৱনত বহু দূৰ আগবাঢ়ি যোৱা আৰু বহুত সুখী হৈ ৰোৱা তাৰেই কামনাৰে শুভ জন্মদিন 🎂🍫🎂(code-box)
তোমাৰ এই ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনাইছো😊 ৷ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগবানৰ ওচৰত সেৱা জনাইছো ৷ শুভ জন্মদিন 🎂🍫🎂(code-box)
ওপজা অলেখ শুভেচ্ছা জনালোঁ । আশা কৰো তোমাৰ আহিব লগিয়া দিনবোৰ আৰু অধিক সুখৰ হওঁক। তোমাৰ সকলো আশা পুৰ্ণ হওক । সদায় সুখী থাকা শুভ জন্মদিন 🎂🍫🎂(code-box)
জন্মদিনৰ শুভেচ্ছা থাকিল তোমালৈ। সুখেৰে ভৰি পৰক তোমাৰ এই জীৱন,পুৰন হওঁক সকলো সপোন, ৰঙীন হওঁক জীৱন। জীৱনত বহু দূৰ আগবাঢ়ি যোৱা আৰু বহুত সুখী হৈ ৰোৱা তাৰেই কামনাৰে শুভ জন্মদিন 🎂🍫🎂(code-box)
"ওপজা দিনৰ এগালমান মৰম আৰু শুভেচ্ছা থাকিল " শুভ জন্ম দিন 🎂🎂
(code-box)হাঁহি থাকিবি সদায় , তই মৰমৰ মানুহ ৷ ক'বলগীয়াবোৰ সদায় কৈয়ে আছোঁ আজি মাত্ৰ শুভেচ্ছাহে দিম , ঠাঁচ কে দিম বুলিও নকওঁ আজি , জন্মদিনটো ভালকৈ উপভোগ কৰ ৷
(code-box)শুভ জন্মদিন বান্ধৱী , নতুন নতুন সৃষ্টিৰে সদায় উজ্বলি থাক ৷
(code-box)আমি দুজনী আগতে কাপ-প্লেট আছিলোঁ নহ্ , মৰমবোৰ সদায় একেই থাকক , ভাল পাওঁ তোক ৷
(code-box)জন্মদিনৰ শুভেচ্ছাৰে...দোপদদোপে আগুৱাই যা তই ❤🌼💐
(code-box)জন্মদিনৰ অযুত শুভকামনা ডালিমগুটিয়া দাঁতৰ ধুনীয়াজনী , দিনকদিনে ৰূপে-গুণে উজ্বলি উঠা...তাৰেই কামনাৰে ❤💐🌹❤😘
(code-box)জন্মদিনৰ বহুত শুভেচ্ছা জনালোঁ মৰমী , কি নো কম আৰু...তই এনেও ভাল ছোৱালী , নেদেখাজনে সেই ধৰণেৰেই তোৰ আঁত ধৰাত সহায় কৰক , তাৰেই কাম্য ৷ বহুত মৰম তোলৈ❤😘💐
(code-box)সম্ভাৱনাৰ নতুন কবিতা এটা সামৰি , শুভ সময়ৰ সেউজীয়া এটা বাটে পুৱাৰ বেলিত এঙামুৰি দি সাৰ পাই উঠা তুমি এপাহি সতেজ তগৰ , আমাৰ তগৰহেন ছোৱালীজনীলৈ জন্মদিনৰ অলেখ শুভকামনা 🌼❤❤❤
(code-box)Birthday wish in Assamese Language
জন্মদিনৰ অযুত শুভকামনা তোমালৈ বান্ধৱী , সুন্দৰৰ অলেখ উপমা তুমি , ভগৱানে তোমাৰ মংগল কৰক ৷❤🌼🌼💐(code-box)ওপজা দিনৰ বহু মৰম ছটিয়াইছোঁ তোমালৈ , আশাবোৰে আলফুল আশ্বাসেৰে শুভ দিনৰ সোপান কঢ়িয়াওঁক , তোমাৰ অলেখ হাঁহি চৌপাশ ৰিঙিয়াওক ৷ 🌼❤❤❤
(code-box)তোমাৰ সময়বোৰ ফুলৰ দৰে হওঁক , ৰাতিপুৱাৰ দৰে হওঁক , সময়ে পোহৰৰ বাটেৰে নি দিয়ক প্ৰাপ্তিৰ সৌধ ৷🌼জন্মদিনৰ শুভকামনাৰ ছটিয়াইছোঁ অলেখ পাপৰি ৷🌼🌼💐💐💐💐
(code-box)জন্মদিনৰ অলেখ শুভেচ্ছা বন্ধু ৷ মনৰ জোখাৰে সুখী হ' তই , বিচৰা ধৰণে সপোনবোৰ সাৱটি বাট বোল , আমি আছোঁ তোৰ সতে
(code-box)জন্মজন্মান্তৰে সুখী হ' বন্ধু , ওপজা দিনৰ বহুত শুভকামনা তোলৈ
(code-box)ওপজা দিনৰ বহুত শুভেচ্ছা তোলৈ , দিনবোৰ তই বিচৰা ধৰণেৰে অতিবাহিত কৰ ৷ লগ হ'লে কিন্তু কিবা খুৱাব লাগিব , কুশলে থাক ৷
(code-box)জন্মদিনৰ শুভেচ্ছা জনালোঁ প্ৰিয় বন্ধু , সপোনবোৰ সাকাৰ হওঁক , তাৰেই কাম্য ৷
(code-box)জন্মদিনৰ বহু বহু শুভেচ্ছা তোলৈ বন্ধু , সুখেৰে জীৱনটো পাৰ কৰ্ ৷
(code-box)শুভ জন্মদিন একে মানসিকতাৰ মানুহ , বহুত মৰম তোলৈ , বৰ ভাল পাওঁ তোক , মোৰ হৈ থাকিবি ৷
(code-box)শুভ জন্মদিন বন্ধু/বান্ধৱী , অনাগত সযয়বোৰ তোমাৰ হওঁক , ভালে থাকা ৷
(code-box)জন্মদিনৰ শুভ বাৰ্তাবোৰ শুভ হৈ ধৰা দিয়ক তোমাৰ আলোকময়ী পথত বন্ধু/বান্ধৱী ৷ শুভ জন্মদিন , ঢেৰ মৰম তোমালৈ ৷
(code-box)
For More Birthday wishes in Assamese Click Here
This comment has been removed by the author.
ReplyDelete