Type Here to Get Search Results !

Assamese gk 2022 | অসমীয়া সাধাৰণ জ্ঞান ২০২২

 Assamese gk 2022 | অসমীয়া সাধাৰণ জ্ঞান ২০২২

অসমীয়া সাধাৰণ জ্ঞান ২০২২ , Assamese gk 2022

অসমীয়া সাধাৰণ জ্ঞান সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে , যেনে- Assam police , TET , APSC , APDCL ,TET, PNRD , Panchayat , Assam Government job । তেন্তে এই Assamese gk 2022 কেইটাই বহু সহায় কৰিব । লগতে আপুনি যদি Assamese gk প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

Assam gk 2022| অসম কুইজ 2022


Q ➤ (১)অসমৰ লােক-সংস্কৃতি শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (২) অসমীয়া ছন্দ শিল্পৰ ভূমিকা গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৩)'অন্য জীৱন' শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ ( ৪) অনন্য প্রান্তৰ শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৫) অলকালৈ চিঠি (১৯৪৯) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (৬) অলকানন্দ' (১৯৬৭) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (৭) অর্ঘ্যাৱলী' (১৯৬৪) শীর্যক গ্রন্থখন কাৰ?


Q ➤ (৮) অহ্ন-অপৰাহ্ন (২০০৬) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (৯) 'অভিযাত্রী' (১৯৯২) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (১০) 'অন্তৰীপ' (১৯৮৬) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (১১) 'অনুৰাধাৰ দেশ' (১৯৮৯) শীর্ষক গ্রন্থখনৰ ৰচক কোন?


Q ➤ (১২) 'অন্য যুগ অন্য পুৰুষ' (১৯৭০) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (১৩) অশান্ত প্রহৰ (১৯৭৮) শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (১৪) অশান্ত ইলেকট্রন (১৯৬২) শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (১৫) অসম অভিধান (২০০১) গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (১৬) অসম ডায়েৰী (১ম খণ্ড, ২০০৭) গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (১৭) অদম্য শক্তি গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (১৮) অনুভৱৰ আলাপ (২০১৬) গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (১৯) অফুৰস্ত যৌবনৰ সঁচাৰকাঠী (২০১৬) শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (২০) অসমৰ সংস্কৃতি (১৯৮৬) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (২১) অগ্নিৰ ডেউকা' (২০০২) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (২২) ভাৰত কোষ গ্রন্থখন কাৰ?


Q ➤ (২৩) অসমৰ লােক কলা (১৯৬৮) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (২৪) অসমৰ ঐতিহ্য (২০১৮) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (২৫) অসমীয়া লৰাৰ মিত্র (১৮৪৯) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (২৬) অসমীয়া কবিতাৰ বর্ণালী (১৯৯৪) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (২৭) অসমীয়া উপন্যাসৰ ভূমিকা (১৯৬৫) শীর্ষক গ্রন্থখন কাৰ?


Q ➤ (২৮) অসমীয়া চিনেমাৰ স্নেপশ্বট (২০১৬) গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (২৯) অসমীয়া ব্যাকৰণ (১৮৫৯) গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৩০) অসমীয়া কবিতাৰ ছন্দ (১৯৬২) শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৩১) আউনীআটী সত্রৰ বুৰঞ্জী (১৯৭৫) শীর্ষক গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (৩২) আঁচুফুল' গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৩৩) অসমীয়া সাহিত্যৰ কূপৰেখা (১৯৬২) শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৩৪)অঘৰী আত্মাৰ কাহিনী (১৯৬২) শীর্ষক গ্রন্থখন


Q ➤ (৩৫) অসমীয়া নাট্য সাহিত্য (১৯৬২) গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৩৬) আধুনিক অসমীয়া সাহিত্যৰ বুঝঞ্জী শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৩৭) আধুনিক অসমীয়া কবিতাৰ মঞ্জবী (১৯৯৬) শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৩৮) উপলা নদীৰ দৰে (১৯৯০) শীর্ষক গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (৩৯) উত্তৰাকাণ্ড ৰামায়ণ শীর্ষক গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (৪০) আছামিজ লিটাৰেচাৰ (১৯৬৫) গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (৪১) আছামিজ প্রভাৰ্বছ শীর্ষক গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (৪২) আন্ধাৰত নিজৰ মুখ (১৯৯১) শীর্ষক গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (৪৩) আধুনিক গল্প সাহিত্য গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (৪৪) আনন্দে নধৰে হিয়া (১৯৬৭) গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (৪৫) আধুনিক উদ্ধৃতি অভিধান শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৪৬) আই (১৯৬০) গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৪৭) আধালেখা দস্তাবেজ (১৯৮৮) গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৪৮) এ কালচাৰেল হিষ্টৰী অব আসাম শীর্ষক গ্রন্থখনৰ গ্রন্থকাৰ কোন?


Q ➤ (৪৯) ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ (১৯৭৯) শীর্ষক গ্রন্থৰ গ্রন্থকাৰ কোন?


Q ➤ (৫০) আহুতি (১৯৬২) গ্রন্থখনৰ গ্রন্থকাৰ কোন?


☟︎︎︎More Mock Test & Quiz☟︎︎︎

Download PDF

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!