Type Here to Get Search Results !

India Geography Quiz in Assamese language | ভাৰত‌ ভূগোল কুইজ

 India Geography Quiz in Assamese language | ভাৰত‌ ভূগোল কুইজ

India Geography Quiz in Assamese language | ভাৰত‌ ভূগোল কুইজ

Indian Geography Quiz in Assamese language 

ভাৰতৰ ভূগোল কুইজ  সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ ঠিক , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে , যেনে- Assam police , TET , APSC , APDCL ,TET, PNRD , Panchayat , Assam Government job । তেন্তে এই India Geography in Assamese language প্ৰশ্নোত্তৰ কেইটাই বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

ভাৰত ভূগোল কুইজ

Q ➤ ১। ভাৰতৰ বৃহত্তম লুণীয়া পানীৰ হ্রদ কোনটো?


Q ➤ ২। ভাৰতৰ বৃহত্তম মানব নির্মিত হ্রদ কোনটো?


Q ➤ ৩। ভাৰতৰ বৃহত্তম মছজিদ কোনটো?


Q ➤ ৪। ভাৰতৰ বৃহত্তম যাদুঘৰ কোনটো?


Q ➤ ৫। ভাৰতৰ বৃহত্তম তাৰকাগৃহ (প্লেনেটৰিয়াম) কোনটো?


Q ➤ ৬। ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন?


Q ➤ ৭। ভাৰতৰ বৃহত্তম চিৰিয়াখানা কোনখন?


Q ➤ ৮। ভাৰতৰ বৃহত্তম জনবহুল ৰাজ্য কোনখন?


Q ➤ ৯। ভাৰতৰ বৃহত্তম কেন্দ্রীয় শাসিত অঞ্চল কোনখন?


Q ➤ ১০। ভাৰতৰ জনবহুল নগৰ কোনখন?


Q ➤ ১১। ভাৰতৰ বৃহত্তম পুথিভঁৰাল কোনখন?


Q ➤ ১২। ভাৰতৰ বৃহত্তম মন্দিৰ কোনটো?


Q ➤ ১৩। ভাৰতৰ দীর্ঘতম নদী কোনখন?


Q ➤ ১৪। ভাৰতৰ দীর্ঘতম ৰেল দলং কোনখন?


Q ➤ ১৫। নদীৰ ওপৰত থকা ভাৰতৰ দীর্ঘতম ৰোপৱে কোনটো?


Q ➤ ১৬। ভাৰতৰ দীর্ঘতম বান্দ কোনটো?


Q ➤ ১৭। ভাৰতৰ দীর্ঘতম খাল কোনটো?


Q ➤ ১৮। ভাৰতৰ সর্বোচ্চ সামৰিক সন্মাটো কি?


Q ➤ ১৯। ভাৰতৰ দীর্ঘতম ৰেলৱে প্লেট কোনখন?


Q ➤ ২০। ভাৰতৰ দীর্ঘতম যাত্রীবাহী ৰেল পথ কোনটো?


Q ➤ ২১। ভাৰতৰ দীর্ঘতম সুৰংগ কোনটেো?


Q ➤ ২২। ভাৰতৰ দীর্ঘতম ৰেল সুৰংগ কোনটো


Q ➤ ২৩। ভাৰতৰ সর্বোচ্চ উচ্চতাত নির্মিত দীর্ঘতম পথ সুৰংগ কোনটো?


Q ➤ ২৪। ভাৰতৰ দীর্ঘতম দলং কোনখন?


Q ➤ ২৫। ভাৰতৰ দীর্ঘতম পথ কোনটো?


Q ➤ ২৬। ভাৰতৰ দীর্ঘতম ৰাষ্ট্রীয় ঘাইপথ কোনটো?


Q ➤ ২৭। ভাৰতৰ দীর্ঘতম বাৰাণ্ডা কোনখন?


Q ➤ ২৮। ভাৰতৰ সর্বাধিক ব্যস্ত বিমানবন্দৰ কোনটো?


Q ➤ ২৯। ভাৰতৰ সর্বোচ্চ সন্মান কোনটো?


Q ➤ ৩০। ভাৰতৰ ক্ষুদ্রতম ৰাজ্য কোনখন?


Q ➤ ৩১। ভাৰতৰ বৃহত্তম গাঁও কোনখন?


Q ➤ ৩২। ভাৰতৰ ক্ষুদ্রতম কেন্দ্রীয় শাসিত প্রদেশ কোনখন?


Q ➤ ৩৩। ভাৰতৰ ক্ষুদ্রতম জনসংখ্যাৰ ৰাজ্য কোনখন?


Q ➤ ৩৪ । ভাৰতৰ ক্ষুদ্রতম জনসংখ্যাৰ কেন্দ্রীয় শাসিত প্রদেশ কোনখন?


Q ➤ ৩৫। ভাৰতৰ সর্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য কোনখন?


Q ➤ ৩৬। সর্বাধিক জনবসতি ঘনত্বৰ কেন্দ্রীয় শাসিত অঞ্চল কোনখন?


Q ➤ ৩৭।ভাৰতৰ সর্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্য কোনখন?


Q ➤ ৩৮। ভাৰতৰ সর্বাধিক বৰষুণ হােৱা ঠাই কোনখন


Q ➤ ৩৯। ভাৰতৰ দীর্ঘতম ওলােমা দলং কোনখন?


Q ➤ ৪০। ভাৰতৰ ক্ষুদ্রতম নদীদ্বীপ কোনটো?


Q ➤ ৪১। ভাৰতৰ উচ্চতম বান্ধ কোনটো?


Q ➤ ৪২। ভাৰতবর্ষৰ উচ্চতম বিমান বন্দৰ কোনটো?


Q ➤ ৪৩। ভাৰতবর্ষৰ উচ্চতম তােৰণ কোনখন?


Q ➤ ৪৪। ভাৰতৰ উচ্চতম মিনাৰ (স্তম্ভ) কোনটো?


Q ➤ ৪৫। ভাৰতৰ উচ্চতম পথ কোনটো?


Q ➤ ৪৬।ভাৰতৰ উচ্চতম ওলােমা দলং কোনখন?


Q ➤ ৪৭। ভাৰতৰ উচ্চতম জলপ্রপাত কোনটো?


Q ➤ ৪৮। ভাৰতৰ উচ্চতম শৃংগ কোনটো?


Q ➤ ৪৯।ভাৰতৰ উচ্চতম মূর্তি কোনটো?


Q ➤ ৫০। ভাৰতৰ বৃহত্তম গুহাটো কি?


Q ➤ ৫১। ভাৰতৰ বৃহত্তম গীর্জা কোনটো?


Q ➤ ৫২। ভাৰতৰ বৃহত্তম গুহা মন্দিৰ কোনটো?


Q ➤ ৫৩। ভাৰতৰ বৃহত্তম চিনেমা হল কোনটো?


Q ➤ ৫৪। ভাৰতৰ বৃহত্তম বান্ধ কোনটো?


Q ➤ ৫৫। ভাৰতৰ বৃহত্তম ব-দ্বীপ কোনটো?


Q ➤ ৫৬। ভাৰতৰ বৃহত্তম নদীদ্বীপ কোনটো?.


Q ➤ ৫৭। ভাৰতৰ বৃহত্তম মৰুভূমি কোনটো?


Q ➤ ৫৮। ভাৰতৰ বৃহত্তম গম্বুজ কোনটো?


Q ➤ ৫৯। ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ কোনখন ?


Q ➤ ৬০। ভাৰতৰ বৃহত্তম নির্মল পানীৰ হ্রদ কোনটো?


More Mock Test

Download PDF

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!