India Geography Quiz in Assamese language | ভাৰত ভূগোল কুইজ
ভাৰতৰ ভূগোল কুইজ সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ ঠিক , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে , যেনে- Assam police , TET , APSC , APDCL ,TET, PNRD , Panchayat , Assam Government job । তেন্তে এই India Geography in Assamese language প্ৰশ্নোত্তৰ কেইটাই বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।
ভাৰত ভূগোল কুইজ
Q ➤ ১। ভাৰতৰ বৃহত্তম লুণীয়া পানীৰ হ্রদ কোনটো?
Q ➤ ২। ভাৰতৰ বৃহত্তম মানব নির্মিত হ্রদ কোনটো?
Q ➤ ৩। ভাৰতৰ বৃহত্তম মছজিদ কোনটো?
Q ➤ ৪। ভাৰতৰ বৃহত্তম যাদুঘৰ কোনটো?
Q ➤ ৫। ভাৰতৰ বৃহত্তম তাৰকাগৃহ (প্লেনেটৰিয়াম) কোনটো?
Q ➤ ৬। ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন?
Q ➤ ৭। ভাৰতৰ বৃহত্তম চিৰিয়াখানা কোনখন?
Q ➤ ৮। ভাৰতৰ বৃহত্তম জনবহুল ৰাজ্য কোনখন?
Q ➤ ৯। ভাৰতৰ বৃহত্তম কেন্দ্রীয় শাসিত অঞ্চল কোনখন?
Q ➤ ১০। ভাৰতৰ জনবহুল নগৰ কোনখন?
Q ➤ ১১। ভাৰতৰ বৃহত্তম পুথিভঁৰাল কোনখন?
Q ➤ ১২। ভাৰতৰ বৃহত্তম মন্দিৰ কোনটো?
Q ➤ ১৩। ভাৰতৰ দীর্ঘতম নদী কোনখন?
Q ➤ ১৪। ভাৰতৰ দীর্ঘতম ৰেল দলং কোনখন?
Q ➤ ১৫। নদীৰ ওপৰত থকা ভাৰতৰ দীর্ঘতম ৰোপৱে কোনটো?
Q ➤ ১৬। ভাৰতৰ দীর্ঘতম বান্দ কোনটো?
Q ➤ ১৭। ভাৰতৰ দীর্ঘতম খাল কোনটো?
Q ➤ ১৮। ভাৰতৰ সর্বোচ্চ সামৰিক সন্মাটো কি?
Q ➤ ১৯। ভাৰতৰ দীর্ঘতম ৰেলৱে প্লেট কোনখন?
Q ➤ ২০। ভাৰতৰ দীর্ঘতম যাত্রীবাহী ৰেল পথ কোনটো?
Q ➤ ২১। ভাৰতৰ দীর্ঘতম সুৰংগ কোনটেো?
Q ➤ ২২। ভাৰতৰ দীর্ঘতম ৰেল সুৰংগ কোনটো
Q ➤ ২৩। ভাৰতৰ সর্বোচ্চ উচ্চতাত নির্মিত দীর্ঘতম পথ সুৰংগ কোনটো?
Q ➤ ২৪। ভাৰতৰ দীর্ঘতম দলং কোনখন?
Q ➤ ২৫। ভাৰতৰ দীর্ঘতম পথ কোনটো?
Q ➤ ২৬। ভাৰতৰ দীর্ঘতম ৰাষ্ট্রীয় ঘাইপথ কোনটো?
Q ➤ ২৭। ভাৰতৰ দীর্ঘতম বাৰাণ্ডা কোনখন?
Q ➤ ২৮। ভাৰতৰ সর্বাধিক ব্যস্ত বিমানবন্দৰ কোনটো?
Q ➤ ২৯। ভাৰতৰ সর্বোচ্চ সন্মান কোনটো?
Q ➤ ৩০। ভাৰতৰ ক্ষুদ্রতম ৰাজ্য কোনখন?
Q ➤ ৩১। ভাৰতৰ বৃহত্তম গাঁও কোনখন?
Q ➤ ৩২। ভাৰতৰ ক্ষুদ্রতম কেন্দ্রীয় শাসিত প্রদেশ কোনখন?
Q ➤ ৩৩। ভাৰতৰ ক্ষুদ্রতম জনসংখ্যাৰ ৰাজ্য কোনখন?
Q ➤ ৩৪ । ভাৰতৰ ক্ষুদ্রতম জনসংখ্যাৰ কেন্দ্রীয় শাসিত প্রদেশ কোনখন?
Q ➤ ৩৫। ভাৰতৰ সর্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য কোনখন?
Q ➤ ৩৬। সর্বাধিক জনবসতি ঘনত্বৰ কেন্দ্রীয় শাসিত অঞ্চল কোনখন?
Q ➤ ৩৭।ভাৰতৰ সর্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্য কোনখন?
Q ➤ ৩৮। ভাৰতৰ সর্বাধিক বৰষুণ হােৱা ঠাই কোনখন
Q ➤ ৩৯। ভাৰতৰ দীর্ঘতম ওলােমা দলং কোনখন?
Q ➤ ৪০। ভাৰতৰ ক্ষুদ্রতম নদীদ্বীপ কোনটো?
Q ➤ ৪১। ভাৰতৰ উচ্চতম বান্ধ কোনটো?
Q ➤ ৪২। ভাৰতবর্ষৰ উচ্চতম বিমান বন্দৰ কোনটো?
Q ➤ ৪৩। ভাৰতবর্ষৰ উচ্চতম তােৰণ কোনখন?
Q ➤ ৪৪। ভাৰতৰ উচ্চতম মিনাৰ (স্তম্ভ) কোনটো?
Q ➤ ৪৫। ভাৰতৰ উচ্চতম পথ কোনটো?
Q ➤ ৪৬।ভাৰতৰ উচ্চতম ওলােমা দলং কোনখন?
Q ➤ ৪৭। ভাৰতৰ উচ্চতম জলপ্রপাত কোনটো?
Q ➤ ৪৮। ভাৰতৰ উচ্চতম শৃংগ কোনটো?
Q ➤ ৪৯।ভাৰতৰ উচ্চতম মূর্তি কোনটো?
Q ➤ ৫০। ভাৰতৰ বৃহত্তম গুহাটো কি?
Q ➤ ৫১। ভাৰতৰ বৃহত্তম গীর্জা কোনটো?
Q ➤ ৫২। ভাৰতৰ বৃহত্তম গুহা মন্দিৰ কোনটো?
Q ➤ ৫৩। ভাৰতৰ বৃহত্তম চিনেমা হল কোনটো?
Q ➤ ৫৪। ভাৰতৰ বৃহত্তম বান্ধ কোনটো?
Q ➤ ৫৫। ভাৰতৰ বৃহত্তম ব-দ্বীপ কোনটো?
Q ➤ ৫৬। ভাৰতৰ বৃহত্তম নদীদ্বীপ কোনটো?.
Q ➤ ৫৭। ভাৰতৰ বৃহত্তম মৰুভূমি কোনটো?
Q ➤ ৫৮। ভাৰতৰ বৃহত্তম গম্বুজ কোনটো?
Q ➤ ৫৯। ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ কোনখন ?
Q ➤ ৬০। ভাৰতৰ বৃহত্তম নির্মল পানীৰ হ্রদ কোনটো?
Nice
ReplyDelete