Type Here to Get Search Results !

Soler System Quiz in Assamese - সৌৰজগত কুইজ - অসমীয়া কুইজ 2021-2022

 Soler System Quiz in Assamese - সৌৰজগত কুইজ - অসমীয়া কুইজ 2021-2022 

সৌৰজগতৰ কুইজ


সৌৰজগতৰ কুইজ  প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ  , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে , যেনে- Assam police , TET , APSC , APDCL ,TET, PNRD , Panchayat , Assam Government job । তেন্তে এই অসমীয়া কুইজ 2021-2022 প্ৰশ্নোত্তৰ কেইটাই বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

Q ➤ (1)সৌৰজগতৰ মুঠ গ্রহৰ সংখ্যা কিমান?


Q ➤ (2)সৌৰজগতৰ আটাইতকৈ ওচৰত থকা তৰাটোৰ (নক্ষত্র) নাম কি?


Q ➤ (3) সূর্য্যৰ বিষুৱীয় গড় ব্যাস কিমান?


Q ➤ (4) সূর্য্যটোত কিমান শতাংশ হাইড্রোজেন আছে?


Q ➤ (5) সূর্য্যত কিমান শতাংশ হিলিয়াম আছে?


Q ➤ (6) পৃথিৱীতকৈ সূর্য্যটো কিমান গুণে ডাঙৰ?


Q ➤ (7) বুধ গ্রহৰ ব্যাস কিমান?


Q ➤ ( 8 ) সূর্য্যৰ আটাইতকৈ ওচৰৰ গ্রহটো কি?


Q ➤ (9)সৌৰজগতৰ আটাইতকৈ সৰু গ্রহটো কি?


Q ➤ (10) সূর্য্যৰপৰা বুধ গ্রহৰ গড় দূৰত্ব কিমান?


Q ➤ (11) সূর্য্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ বুধক কিমান সময় লাগে?


Q ➤ (12) শুক্র গ্রহৰ বিষুবীয় ব্যাস কিমান?


Q ➤ (13) শুক্রই নিজ কক্ষত এবাৰ ঘূৰিবলৈ কিমান সময় লাগে?


Q ➤ (14) শুক্র আৰু অন্য গ্রহৰ মাজত থকা পার্থক্য কি?


Q ➤ (15) বুধ গ্রহৰ উপগ্রহ আছেনে নাই?


Q ➤ (16) সূর্য্যৰপৰা শুক্রৰ গড় দূৰত্ব কিমান?


Q ➤ (17) সূর্য্যৰ চাৰিওফালে শুক্রক এপাক ঘূৰিবিলৈ কিমান সময় লাগে?


Q ➤ (18) সূর্য্যৰপৰা পৃথিৱীৰ গড় দূৰত্ব কিমান ?


Q ➤ ( 19) পৃথিৱীয়ে নিজ কক্ষত আৱর্তন কৰিবৰ বাবে কিমান সময় লাগে?


Q ➤ (20) সূর্য্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?


Q ➤ (21) পৃথিৱীৰ একমাত্র উপগ্রহটোৰ নাম কি?


Q ➤ (22) সূর্য্যৰপৰা মংগল গ্রহৰ গড় দূৰত্ব কিমান?


Q ➤ (23) মংগল গ্রহৰ মুঠ আয়তন কিমান?


Q ➤ (24) সূর্য্যৰ চাৰিওফালে এপাক ঘৰিবলে কিমান সময় লাগে?


Q ➤ (25) পৃথিৱীৰ বায়ুমণ্ডলত পােৱা গেছসমূহৰ ভিতৰত কোনবিধ গেছ বেছি আছে?


Q ➤ (26) মংগল গ্রহত থকা সর্বাধিক গেছটো কি?


Q ➤ (27) মংগল গ্রহত থকা উপগ্রহৰ সংখ্যা কিমান?


Q ➤ (28) মংগল গ্রহৰ এটা উপগ্রহ হল--


Q ➤ (২৯) ডিমােছ কোনটো গ্রহৰ উপগ্রহ?


Q ➤ (30) সৌৰজগতৰ কোনটো গ্রহক লােহিত গ্রহ (Red Planet) বুলি জনা যায়?


Q ➤ (31) সৌৰ জগতৰ বৃহত্তম গ্রহটো কি?


Q ➤ (32) সূর্য্যৰপৰা বৃহস্পতিৰ গড় দূৰত্ব কিমান ?


Q ➤ (33) বৃহস্পতিয়ে নিজ কক্ষত এপাক ঘূৰিবলৈ কিমান সময় লাগে?


Q ➤ (34) সূর্য্যক এবাৰ প্রদক্ষিণ কৰিবলৈ বৃহস্পতি গ্রহক কিমান সময় লাগে?


Q ➤ (35) বৃহস্পতি গ্রহৰ বায়ুমণ্ডলত কোনবিধ গেছৰ পৰিমাণ বেছি?


Q ➤ (36) বৃহস্পতি গ্রহৰ উপগ্রহৰ সংখ্যা কিমান?


Q ➤ (37) হিমালিয়া কোনটো গ্রহৰ উপগ্রহ?


Q ➤ (38) সৌৰজগতৰ ধুনীয়া গ্রহ কোনটো?


Q ➤ (39) শনি গ্রহৰ বিষুবীয় ব্যাস কিমান?


Q ➤ (40) সূর্য্যৰপৰা শনিৰ গড় দূৰত্ব কিমান?


Q ➤ (41) শনিয়ে নিজ কক্ষত এবাৰ ঘূৰিবলৈ কিমান সময় লাগে?


Q ➤ (42) সূর্য্যক এবাৰ প্রদক্ষিণ কৰিবলৈ শনিক কিমান সময় লাগে?


Q ➤ (43) শনি গ্রহৰ উপগ্রহৰ সংখ্যা কিমান?


Q ➤ (44) টাইটান কোনটো গ্রহৰ উপগ্রহ?


Q ➤ (45) শনি গ্রহৰ এটা উপগ্রহ হল


Q ➤ (46) শনি গ্রহৰ মূল পদার্থ কি?


Q ➤ (47) সৌৰজগতৰ আটাইতকৈ কম ঘনত্বৰ গ্রহটো কি?


Q ➤ (48) শনি গ্রহলৈ পঠোৱা একমাত্র উপগ্রহৰ (কৃত্রিম) নাম কি?


Q ➤ (49) ১৭৮১ চনত আৱিষ্কাৰ হােৱা গ্রহটো কি?


Q ➤ (50) সূর্য্যৰপৰা ইউৰেনাছৰ গড় দূৰত্ব কিমান ?


Q ➤ (51) সূর্য্যক এবাৰ প্রদক্ষিণ কৰিবলৈ ইউৰেনাছ গ্রহক কিমান সময় লাগে?


Q ➤ (52) ইউৰেনাছ গ্রহৰ ব্যাস কিমান?


Q ➤ (53) ইউৰেনাছ গ্রহৰ মূল উপাদান কি?


Q ➤ (54) ইউৰেনাছ গ্রহৰ আৱর্তন কাল কিমান?


Q ➤ (55) ইউৰেনাছ গ্রহৰ উপগ্রহৰ সংখ্যা কিমান?


Q ➤ (56) মিৰাগডা কোনটো গ্রহৰ উপগ্রহ?


Q ➤ (57) নেপচুন গ্রহৰ আয়তন কিমান?


Q ➤ (58) নেপচুন গ্রহৰ আৱিষ্কাৰ কেতিয়াৰ?


Q ➤ (59) নেপচুন গ্রহৰ আবিষ্কাৰক কোন?


Q ➤ (60) ইউৰেনাছ গ্রহৰ আবিষ্কাৰক কোন?


Q ➤ (61) নেপচুন গ্রহৰ সূর্যৰপৰা গড় দূৰত্ব কিমান?


Q ➤ (62) নেপচুন গ্রহৰ আয়তন কিমান?


Q ➤ (63) নেপচুনে নিজ কক্ষত এবাৰ ঘূৰিবলৈ কিমান সময় লয়?


Q ➤ (64) নেপচুনৰ মুঠ উপগ্রহ কেইটা?


Q ➤ (65) নেপচুন গ্রহৰ এটা উপগ্রহ হল-


Q ➤ (66) বামন গ্রহৰূপে স্বীকৃতি দিয়া গ্রহটোৰ নাম কি?


Q ➤ (67) বামন গ্রহ প্লুটোৰ উপগ্রহ কেইটা ?


Q ➤ (68) চাৰণ উপগ্রহ কোনটো গ্রহৰ উপগ্রহ?


Q ➤ (69) কিমান চনত প্লুটোক বামন গ্রহ হিচাপে স্বীকৃতি দিয়া হয়?


Q ➤ (70)কোন চনত প্লুটোক গ্রহ হিচাপে গণ্য কৰা হৈছিল?


Q ➤ (71) পৃথিৱীৰপৰা চন্দ্রৰ দূৰত্ব কিমান?


Q ➤ (72) চন্দ্রৰ আৱর্তন কাল কিমান?


Q ➤ (73) চন্দ্রৰ পৰিভ্রমণ কাল কিমান?


Q ➤ (74) চন্দ্রৰ আয়তন কিমান?


Q ➤ (75) হাইড্রা কোনটো গ্রহৰ উপগ্রহ।


More Mock Test

Download PDF

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!