Type Here to Get Search Results !

Assamese Quiz | অসমীয়া কুইজ

 Assamese Quiz | অসমীয়া কুইজ

অসমীয়া কুইজ সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- Assam police , TET , APSC , APDCL , PNRD আদিৰ । তেন্তে এই Assamese Quiz প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । আশা কৰোঁ আপুনি এই Assamese quiz প্ৰশ্নোত্তৰ কেইটা পঢ়ি ভাল পাব লগতে আপুনি Assamese quiz pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

Assamese Quiz


Assamese Quiz , অসমীয়া কুইজ
অসমীয়া কুইজ

1➤ ৰাষ্ট্ৰীয় গ্রাহক দিৱস কোন তাৰিখে পালন কৰা হয় ?

2➤ কোনটো সংস্থা শৰণাৰ্থীৰ (ৰিফিউজী) সৈতে জড়িত?

3➤ CAT ৰ সম্পূৰ্ণ ৰূপ কি?

4➤ অর্থনীতিৰ পিতৃ’ আখ্যা কাক দিয়া হয়?

5➤ ‘UNESCO' ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

6➤ ‘UN’ দিৱস কেতিয়া পালন কৰা হয় ?

7➤ ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠানৰ মুখ্য কাৰ্যালয় কত অৱস্থিত ?

8➤ ভাৰতৰ অসামৰিক বিমান চালক জনক কোন?

9➤ এক সামুদ্রিক মাইলত কিমান কিল'মিটাৰ ?

10➤ নাছা (NASA) ৰ সম্পূর্ণ অর্থ কি ?

11➤ ভাৰতৰত্ন লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন?

12➤ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ কোন?

13➤ 'ৰেড ক্ৰছ’ ছ'চাইটি মূলতঃ কোনটো বিষয়ৰ লগত জড়িত?

14➤ কোনখন গ্রন্থক ‘সাম্যবাদৰ বাইবেল’ আখ্যা দিয়া হয় ?

15➤ ইণ্ডিয়া 2020ঃ ভিজন ফ’ৰ দ্য নিউ মিলেনিয়াম’ শীর্ষক গ্ৰন্থখনৰ ৰচক কোন?

16➤ বগা কয়লা’ কি?

17➤ যদি এজন খেলুৱৈয়ে শূন্য (Cannon) স্ক’ৰ কৰে, তেন্তে তেওঁ কি খেল খেলা বুলিব পাৰি?

18➤ ডঃ এম. এছ স্বামীনাথনে তলৰ কোনটো ক্ষেত্ৰত বিশেষ সুনাম অর্জন কৰিছে?

19➤ তলৰ কোনটো ক্ষেত্ৰত ‘অশােক চক্র' প্রদান কৰা হয় ?

20➤ তলৰ কোনখন ৰাজ্য পূর্ণ পৰ্যায়ৰ ৰাজ্য হােৱাৰ পূর্বে এখন সহযােগী ৰাজ্য আছিল ?

21➤ কোনখন দেশে প্রথমে উপগ্রহ উৎক্ষেপণ কৰিছিল ?

22➤ ভাৰতৰ কোনবিধ পক্ষীক পৃথিৱীৰ সংৰক্ষিত পক্ষীৰ তালিকাত অন্তর্ভুক্ত কৰিছে?

23➤ অস্কাৰ বঁটা কিহৰ লগত জড়িত ?

24➤ তলৰ কোনটো সামৰিক মিত্রগােষ্ঠী ?

25➤ কোনে চণ্ডীগড়ৰ আৰ্হি প্ৰস্তুত কৰিছিল?

Your score is

For More Mock Test & Quiz Click here👇

Download PDF Wait...

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!