Type Here to Get Search Results !

Mock test in Assamese language

 Mock test in Assamese language 

অসমীয়া কুইজ সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ ঠিক তেনেদৰে Mock test in Assamese language ও অতি গুৰুত্বপূৰ্ণ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে , যেনে- Assam police , TET , APSC , APDCL ,TET, PNRD , Panchayat , Assam Government job । তেন্তে এই Assam Mock Test 2022 কেইটাই বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ Assamese mock test pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।
Mock test in Assamese language

Assamese Mock Test 2022

Mock Test দিবলৈ নিজৰ নামতো লিখি Start Mock Test ত ক্লিক কৰক [ Mock Test Part -38]

Apu
Right 0Wrong 0

Total Questions:

Attempt:

Correct:

Wrong:

Percentage:

For More Mock Test & Quiz Click here👇

Assamese gk 2022

১.ভাৰতৰ সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয়
(a) 1948 চনৰ 26 নৱেম্বৰ
(b) 1949 চনৰ 26 নৱেম্বৰ
(c).1947 চনৰ 26 নৱেম্বৰ
(d) 1946 চনৰ 26 নৱেম্বৰ
Ans : (b)
২.ভাৰতৰ সংবিধানখন কিমান চনত কার্যকৰী কৰা হয়?
(a) 1952 চনৰ 26 জানুৱাৰী
(b) 1947 চনৰ 26 জানুৱাৰী
(c) 1950 চনৰ 26 জানুৱাৰী
(d) ওপৰৰ এটাও নহয়।
Ans : (c)
৩. কিমান চনত গণ পৰিষদ গঠন হয়?
(a) 1946 চনৰ 9 ডিচেম্বৰ
(b) 1945 চনৰ 9 ডিচেম্বৰ
(c) 1945 চনৰ 10 ডিচেম্বৰ
(d) 1945 চনৰ 20 ডিচেম্বৰ
Ans : (a)
৪.ভাৰতক সার্বভৌম গণতান্ত্রিক গণৰাজ্য ৰূপে ঘােষণা কৰা চনটো কি?
(a) 1948 চনৰ 26 জানুৱাৰী
(b) 1950 চনৰ 26 জানুবাৰী
(c) 1952 চনৰ 26 জানুৱাৰী
(d) 1947 চনৰ 26 জানুৱাৰী
উত্তৰঃ (b)
৫.ৰাজ্যসভাৰ সর্বোচ্চ সদস্যৰ সংখ্যা কিমান?
(b) 250
(a) 550
(c) 450
(d) 350
উত্তৰঃ (b)
৬.2020 চনৰ 25 জানুৱাৰীলৈ ভাৰতৰ সংবিধানখন
কিমানবাৰ সংশােধন কৰা হৈছে?
(a) 110 বাৰ
(b) 104 বাৰ
(c) 105 বাৰ
(d) 111 বাৰ
উত্তৰ (c)
৭. বর্তমান লােকসভাৰ সর্বোচ্চ সদস্যৰ‌ সংখ্যা কিমান?
(a) 550 জন
(b) 520 জন
(d) 510 জন
(c) 545 জন
উত্তৰ (c)
৮.ভাৰতৰ কিমানখন ৰাজ্যত বিধান পৰিষদ আছে?
(a) 10 খন
(b) 6 খন
(c) 20 খন
(d) 15 খন
উত্তৰঃ (b)
৯.ৰাজ্যসভাৰ সভাপতিত্ব কোনে কৰে?
(a) বাষ্ট্রপতি
(b) অধ্যক্ষ
(c) উপ-ৰাষ্ট্রপতি
(d) প্রধানমন্ত্রী
উত্তৰ (c)
১০.লােকসভাৰ অধিৱেশনত কোনে সভাপতিত্ব কৰে?
(b) ৰাষ্ট্রপতি
(d) গৃহমন্ত্রী
(a) উপ-ৰাষ্ট্রপতি
(c) অধ্যক্ষ
উত্তৰ (c)

১১.অর্থ বিলৰ সংজ্ঞা সংবিধানৰ কিমান নং অনুচ্ছেদত দিয়া আছে?
(a) 110 নং অনুচ্ছেদ 
(b) 112 নং অনুচ্ছেদ
(c) 109 নং অনুচ্ছেদ 
(d) 111 নং অনুচ্ছেদ
উত্তৰঃ (a)
১২.কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতিয়ে যুটীয়া
অধিৱেশন আহ্বান কবিব পাৰে?
(a) 108 নং অনুচ্ছেদ 
(b)110 নং অনুচ্ছেদ
(c) 112 নং অনুচ্ছেদ 
(d) 115 নং অনুচ্ছেদ
উত্তৰঃ (a)
১৩.ভাৰতৰ প্রথমজন ৰাষ্ট্রপতি কোন আছিল?
(a) ড° সর্বপল্লী ৰাধাকৃষ্ণ 
(b) জাকিৰ হুছেইন
(c) ৰাজেন্দ্র প্রসাদ
(d) ওপৰৰ এজনাে নহয়।
উত্তৰঃ (c)
১৪.গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল?
(a) 1948 চনত
(b) 1950 চনত
(c) 1931 চনত
(d) 1945 চনত
উত্তৰঃ (a)
১৫.ভাৰতবর্ষৰ আইন প্রণয়নৰ সর্বোচ্চ ক্ষমতা প্রদান কৰা হৈছে
(a) সংসদক
(b) ৰাষ্ট্রপতি
(d) মন্ত্রীপৰিষদ
(c) প্রধানমন্ত্রী
উত্তৰঃ (a)
১৬.তলৰ কোনটো ৰাষ্ট্রপতি নির্বাচনত জড়িত নহয়?
(a) পঞ্চায়ত প্রতিনিধিসকল
(b) লােকসভাৰ সদস্যসকল
(c) ৰাজ্যসভাৰ সদস্যসকল
(d) বাজ্যিক পর্যায়ৰ বিধায়কসকল
উত্তৰঃ (a)
১৭.ৰাজ্য সভাৰ পদেন সভাপতিজন কোন?
(a) উপ-ৰাষ্ট্রপতি
(b) ৰাজ্যপাল
(c) ৰাষ্ট্রপতি
(d) প্রধানমন্ত্রী
উত্তৰঃ (a)
১৮.ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা
(a) 31 জন
(b) 25 জন
(c) 30 জন
(d) 12 জন
উত্তৰঃ (a)
১৯.এখন বিলঅর্থবিল হয় নে নহয় ইয়াক কোনে নিৰূপণ কৰে?
(a) লােকসভাৰ অধ্যক্ষ 
(b) প্রধানমন্ত্রী
(c) ৰাষ্ট্রপতি
(d) বিত্তমন্ত্ৰী
উত্তৰঃ (a)
২০. ৰাজ্যত বিধান পৰিষদ গঠনৰ কথা উল্লেখ আছে-
(a) অনুচ্ছেদ 171
(b) অনুচ্ছেদ 172
(c) অনুচ্ছেদ 168
(d) অনুচ্ছেদ 154
উত্তৰঃ (a)

২১. কোন ৰাজ্যৰ ৰাজ্যপালক 371(খ) অনুচ্ছেদ অনুসৰি বিশেষ দায়িত্ব দিয়া হৈছে?
(a) অসম
(b) মেঘালয়
(c) বিহাৰ
(d) অৰুণাচল
উত্তৰঃ (a)
২২.জি এম চিৰ সর্বোচ্চ সদস্যৰ সংখ্যা হল-
(a) 60 জন
(b) 50 জন
(c) 40 জন
(d) 65 জন
উত্তৰঃ (a)
২৩.পঞ্চায়তৰ কার্যকাল কিমান?
(a) 5 বছৰ
(b) 6 বছৰ
(c) 3 বছৰ
(d) 2 বছৰ
উত্তৰঃ (a)
২৪.অসমত কেতিয়া পৌৰ নিগম আইন ৰচনা কৰা
হৈছিল?
(a) 1962 চনত
(b) 1956 চনত
(c) 1960 চনত
(d) 1950 চনত
উত্তৰঃ (b)
২৫.অসম ৰাজ্যত কেতিয়া নির্বাচন আয়ােগ গঠন কৰা হয়?
(a) 1956 চনত
(b) 1970 চনত
(c) 1975 চনত
(d) 1960 চনত
উত্তৰঃ (a)
২৬.ৰাজ্যৰ বিধানমণ্ডলৰন্যনতম সদস্যৰ সংখ্যা কিমান?
(a) 40 জন
(b) 30 জন
(c) 20 জন
(d) 60 জন
উত্তৰঃ (a)
২৭.সত্যমেৱ জয়তে শব্দটোৰ উৎস হৈছে
(a) উপনিষদ
(b) বেদ
(d) মহাভাৰত
(c) ৰামায়ণ
উত্তৰঃ (a)
২৮.ভাৰতবর্ষৰ কেইখন ৰাজ্যত দ্বিসদনযুক্ত বিধান মণ্ডল আছে?
(a) 7 খন
(b) 6 খন
(c) 5 খন
(d) 2 খন
উত্তৰঃ (a)
২৯.ভাৰতবর্ষত কেতিয়া কমিউনিষ্ট দল গঠন হয় ?
(a) 1924 চনত
(b) 1911 চনত
(c) 1930 চনত
(d) 1921 চনত
উত্তৰঃ (a)
৩০.লােকসভাৰ অধ্যক্ষক কোনে নির্বাচন কৰে?
(a) লােকসভাৰ সদস্যই
(b) ৰাজ্যসভাৰ সদস্যই
(c) ৰাষ্ট্ৰপতি
(d) প্ৰধানমন্ত্ৰী
উত্তৰঃ (a)

Download PDF Wait...

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!