Type Here to Get Search Results !

Reasoning Mock Test in Assamese language

 Reasoning Mock Test in Assamese language 

Reasoning mock test in Assamese language

FAMILY/ BLOOD RELATION MOCK TEST (পাৰিবাৰিক সম্বন্ধ নিৰ্ধাৰণৰ পৰীক্ষা) Part :01


In this type of questions, mutual blood relations or other information of more than two persons are mentioned. Careful analysis is required in order to solve these questions and arrive at the correct choices.
         Some of the blood relations have been summarised below to help solve these questions. 
        (এইবিধ প্রশ্নত দুজনতকৈ অধিক ব্যক্তিৰ মাজৰ পাৰিবাৰিক সম্পর্ক বা অন্য তথ্য উল্লেখ কৰা থাকে। এই প্রশ্নবােৰ সমাধানৰ বাবে সঠিকভাৱে বিশ্লেষণ কৰাৰ প্রয়ােজন যাতে শুদ্ধ বিকল্প পাব পাৰি । 
         এই প্রশ্নবােৰৰ সমাধানৰ ক্ষেত্ৰত সহায়ৰ বাবে কিছুমান পাৰিবাৰিক সম্বন্ধৰ সংক্ষিপ্তৰূপ তলত দিয়া হৈছে।)


REMEMBER (মনত ৰাখিবা)

In these tests, the success of a candidate depends upon the knowledge of the blood relations, some of which are summarized below to help solve these tests. (এইবােৰ পৰীক্ষাত পাৰিবাৰিক সম্বন্ধৰ জ্ঞানৰ গভীৰতাৰ ওপৰত এজন পৰীক্ষাৰ্থীৰ সফলতা নিৰ্ভৰ কৰে। এই প্রশ্নবােৰৰ সমাধানৰ ক্ষেত্ৰত সহায়ৰ বাবে এনে কিছুমান সম্বন্ধৰ সংক্ষিপ্ত ৰূপ তলত দিয়া হৈছেঃ)

Mother's or father's son (মাকৰ বা বাপেকৰ পুতেক) Brother(ভায়েক)
Mother's or father's daughter (মাকৰ বা বাপেকৰ জীয়েক) Sister (ভনীয়েক)
Mother's or father's brother (মাকৰ বা বাপেকৰ ভায়েক) Uncle (মামা, খুৰা)
Mother's or father's sister (মাকৰ বা বাপেকৰ ভনীয়েক) Aunt (মাহী, পেহী)
Mother's or father's father (মাকৰ বা বাপেকৰ বাপেক) Grandfather (ককা)
Mother's or father's mother (মাকৰ বা বাপেকৰ মাক) Grandmother (আইতা)
Son's wife (পুতেকৰ পত্নী) Son-in-law (বােৱাৰী)
Daughter's husband (জীয়েকৰ গিৰীয়েক) Daughter-in-law (জোৱাই)
Husband's or wife's sister (স্বামী বা পত্নীৰ ভগ্নী) Sister-in-law (ননদ, খুলশালী)
Brother's son (ভাতৃৰ পুতেক) Nephew (ভতিজা)
Brother's daughter (ভাতৃৰ জীয়েক) Niece (ভাতিজী)
Sister's husband (ভনীৰ স্বামী) Brother-in-law (বৈনাই)
Brother's wife (ভাতৃৰ পত্নী) Sister-in-Law (ভাই-বােৱাৰী)
Grandson's or Grand daughter's daughter (নাতি বানাতিনীৰ জীয়েক) Great grand daughter. (পৰিনাতিনী)
Reasoning Mock test 👇 Below 👇

REASONING : FAMILY/ BLOOD RELATION MOCK TEST (পাৰিবাৰিক সম্বন্ধ নিৰ্ধাৰণৰ পৰীক্ষা) Part :01

Click Start Mock Test for Reasoning Mock Test Test Part -01 [ English and Assamese Both Language ]

Apu
Right 0Wrong 0

Total Questions:

Attempt:

Correct:

Wrong:

Percentage:

For More Mock Test & Quiz Click below bottom (এনেকোৱা ধৰণৰ আৰু Mock Test দিবলৈ তলৰ বুটামবোৰত ক্লিক কৰক) 👇

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!