Type Here to Get Search Results !

100 Assam History MCQ

Assam History MCQ 

Assam HistoryMock Test
Mock test for Assam Competitive Exam
LanguageAssamese
SubjctAssam History
Question100
Mark100
Time60 second per question
Apu
Right 0Wrong 0

Total Questions:

Attempt:

Correct:

Wrong:

Percentage:

 Assam History Quiz

1. পুৰণি অসমৰ প্ৰাচীন নাম কি?
(a) কামৰূপ
(b) প্ৰাগজ্যোতিষপুৰ
(c) অসম
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) কামৰূপ

(ads1)

2. প্রাচীন অসম কেইটা ভাগত বিভক্ত?
(a) দুটা
(b) তিনিটা
(c) চাৰিটা
(d) ছয়টা
উত্তৰ : (c) চাৰিটা

3. নৰকাসুৰৰ ৰাজধানী ক’ত আছিল?
(a) অসমত
(b) প্ৰাগজোতিষপুৰত
(c) কামৰূপত
(d) এটাও নহয়
উত্তৰ : (b) প্ৰাগজোতিষপুৰত

4. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?
(a) কৌম বংশ
(b) মৌর্য বংশ
(c) ভৌম বংশ
(d) অসুৰ বংশ
উত্তৰ : (c) ভৌম বংশ

5. জোঙ্গাল বলহু গড় কোনে সজাইছিল?
(a) জোঙ্গাল বলহুৱে
(b) আৰিমত্ত ৰজাই
(c) মহীৰংগ দানৱে
(d) লাচিতে
উত্তৰ (a) জোঙ্গাল বলহুৱে

6. বাণ ৰজাৰ কন্যাৰ নাম কি আছিল?
(a) কমলা কুঁৱৰী
(b) ঊষা
(c) চিত্ৰংগদা
(d) এটাও নহয়
উত্তৰ: (b) ঊষা

7. অগ্নিগড় ক’ত অৱস্থিত?
(a) তেজপুৰত
(b) ডিব্ৰুগড়ত
(c) কমতাপুৰত
(d) শোণিতপুৰত
উত্তৰ : (a) তেজপুৰত

8. অগ্নি গড় কোনে সজাইছিল?
(a) শ্রীকৃষ্ণই
(b) ভাস্কৰ বৰ্মনে
(c) বাণ ৰজাই
(d) হংসবেগে
উত্তৰ : (c) বাণ ৰজাই

9. পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন?
(a) হৰি পাল
(b) ব্রহ্মপাল
(c) ক্ষুদ্রপাল
(d) শীলভদ্র
উত্তৰ: (b) ব্ৰহ্মপাল

10. শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল ?
(a) শীলভদ্র
(b) নীলদ্ধজ
(a) শীলভদ্র
(b) নীলদ্ধজ
(c) ত্যাগ সিংহ
(d) ভাস্কৰ বৰ্মন
উত্তৰ: (c) ত্যাগ সিংহ

11. বৰ্মণ বংশৰ শ্ৰেষ্ঠা ৰজা কোন আছিল?
(a) ভাস্কৰ বৰ্মণ
(b) ভগদত্ত
(c) পাল বর্মণ
(d) বিশ্বসিংহ
উত্তৰ : (a) ভাস্কৰ বৰ্মণ

12. হর্ষবর্ধন আৰুৰুকুমাৰ ভাস্কৰ বৰ্মাৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম কি আছিল? (a) নীলধ্বজ
(b) হংসবেগ
(c) ত্যাগ সিংহ
(d) হৰিপাল
উত্তৰ: (b) হংসবেগ

13. কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল?
(a) নৱম শতিকাত
(b) সপ্তম শতিকাত
(c) অষ্টম শতিকাত
(d) দশম শতিকাত
উত্তৰ: (d) দশম শতিকাত

14. কোচ ৰাজ্য কোনে স্থাপন কৰিছিল?
(a) বিশ্বসিংহই
(b) শিৱসিংহই
(c) নীলধ্বজ
(d) বাণ ৰজাই
উত্তৰ: (a) বিশ্বসিংহই

15. কোচ শব্দৰ উৎপত্তিৰ উৎস কি?

(a) কনৌজ
(b) কুৱাজ
(c) কৃনাজ
(d) এটাও নহয়
উত্তৰ : (b) কুৱাজ

16. চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল?
(a) ধর্মপাল
(b) ব্রহ্মপাল
(c) নিত্যপাল
(d) এটাও নহয়
উত্তৰঃ (c) নিত্যপাল

17. চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা হৈছিল?
(a) ১২৩৪ খৃষ্টাব্দত
(b) ১১৮৯ খৃষ্টাব্দত
(c) ১৩৪৩ খৃষ্টাব্দত
(d) ১১৯৮ খৃষ্টাব্দত
উত্তৰ:(b) ১১৮৯ খৃষ্টাব্দত
18. সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

(a) শুক্লধ্বজ
(b) বিশ্বসিংহ
(c) নীলধ্বজ
(d) ভাস্কৰ বৰ্মা
উত্তৰ : (c) নীলধ্বজ

19. কাৰ শাসনভাৰত মিৰজুমলাই গড়গাঁও অধিকাৰ কৰিছিল?
(a) জয়ধ্বজ সিংহৰ
(b) চন্দ্ৰকান্ত সিংহৰ
(c) শুক্রধ্বজ
(d) শিৱসিংহৰ
উত্তৰ : (a) জয়ধ্বজ সিংহৰ

20. অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্রথম স্বৰ্গদেউ
কোন আছিল?
(a) নৰনাৰায়ণ
(b) ধৰ্মনাৰায়ণ
(c) স্বৰ্গ নাৰায়ণ
(d) জয়ধ্বজ সিংহ
উত্তৰ : (c) স্বৰ্গ নাৰায়ণ

21. কোনগৰাকী ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
(a) জয়ধ্বজ সিংহই
(b) শিৱ সিংহই
(c) বল্লভ দেৱে
(d) চুতেনফাই
উত্তৰ : (a) জয়ধ্বজ সিংহই

22. আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
(a) পাঁচশ বছৰ
(b) ছশবছৰ
(c) চাৰিশ বছৰ
(d) সাতশ বছৰ
উত্তৰ: (b) ছশবছৰ

23. আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজাৰ নাম কি?
(a) ৰুদ্ৰ সিংহ
(b) চন্দ্ৰকান্ত সিংহ
(c) শুক্রবজ
(d) জয়ধ্বজ সিংহ
উত্তৰ: (b) চন্দ্ৰকান্ত সিংহ

24. বুৰঞ্জী শব্দটো কোন ভাষাৰ শব্দ?
(a) টাই ভাষাৰ
(b) উর্দু ভাষাৰ
(c) ইংৰাজী ভাষাৰ
(d) সংস্কৃত ভাষাৰ
উত্তৰ: (a) টাই ভাষাৰ

25. আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেৱৰ নাম কি আছিল?

(a) চুহুংমুং
(b) চুকাফা
(c) দিহিঙীয়া ৰজা
(d) ৰুদ্ৰসিংহ
উত্তৰ: (b) চুকাফা

26. আহোমসকল অসমলৈ কেতিয়া আহিছিল?
(a) ১২২৪ খৃষ্টাব্দত
(b) ১২৩৪ খৃষ্টাব্দত
(c) ১২২৮ খৃষ্টাব্দত
(d) ১৩৪২ খৃষ্টাব্দত
উত্তৰ: (c) ১২২৮ খৃষ্টাব্দত

27. কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল?
(a) ১৫৪১ খৃষ্টাব্দত
(b) ১৫৮১ খৃষ্টাব্দত
(c) ১৫৪৫ খৃষ্টাব্দত
(d) ১৫২৩ খৃষ্টাব্দত
উত্তৰ : (b) ১৫৮১ খৃষ্টাব্দত

28. চিলাৰায় দেৱৰ প্ৰকৃত নাম কি আছিল?
(a) মল্লদেৱ
(b) চুকাফা
(c) শংকলা
(d) শুক্লধ্বজ
উত্তৰ: (d) শুক্লবজ

29. নৰনাৰায়ণৰ প্ৰকৃত নাম কি?
(a) মল্লদেৱ
(b) কমতেশ্বৰ
(c) চুদেনফো
(d) শুক্লধ্বজ
উত্তৰ: (a) মল্লদেৱ

30. কছাৰীসকল কোন জনগোষ্ঠীৰ লোক?
(a) বড়ো
(b) দেউৰী
(c) মংগোলীয়
(d) এটাও নহয়
উত্তৰ : (c) মংগোলীয়

31. চুতীয়াসকলে পুৰোহিতক কি বুলি সম্বোধন কৰে?
(a) দেউৰী
(b) গুৰু
(c) আপা
(d) প্রভূ
উত্তৰ : (a) দেউৰী

32. চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল?
(a) ৰুদ্ৰসিংহ
(b) বীৰপাল
(c) ধর্মপাল
(d) ৰত্নপাল
উত্তৰ : (b) বীৰপাল

33. `পোন প্ৰথমবাৰৰ বাবে মোগলে অসম কেতিয়া আক্ৰমণ কৰিছিল?
(a) ১২০৯ খৃষ্টাব্দত
(b) ১২২৬ খৃষ্টাব্দত
(c) ১২০৬ খৃষ্টাব্দত
(d) ১৫২৬ খৃষ্টাব্দত
উত্তৰ: (c) ১২০৬ খৃষ্টাব্দত

34. মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল?
(a) ৰজা পৃথু
(b) শুক্লধ্বজ
(c) দুৰ্লভনাৰায়ণ
(d) নীলধ্বজ
উত্তৰ : (a) ৰজা পৃথু

35. শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?
(a) ১৫৬১ খৃষ্টাব্দত
(b) ১৬৭২ খৃষ্টাব্দত
(c) ১৬৭১ খৃষ্টাব্দত
(d) ১৭৬১ খৃষ্টাব্দত
উত্তৰ : (c) ১৬৭১ খৃষ্টাব্দত

36. শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
(a) ইংৰাজ আৰু আহোম
(b) আহোম আৰু মোগল
(c) মান আৰু আহোম
(d) মান আৰু ইংৰাজ
উত্তৰ: (b) আহোম আৰু মোগল

37. শৰাইঘাটৰ যুদ্ধত আহোমক নেতৃত্ব দিয়া সেনাপতি কোন আছিল ?
(a) পুৰন্দৰ সিংহ
(b) লাচিত বৰফুকন
(c) গদাধৰ কোঁৱৰ
(d) গদাপানি
উত্তৰ : (b) লাচিত বৰফুকন

38. বাঘ হাজৰিকা কোন আছিল?

(a) ইছমাইল ছিদ্দিক
(b) ইছমাইল হুছেইন
(c) পৃথু
(d) এটাও নহয়
উত্তৰ (a) ইছমাইল ছিদ্দিক

39. গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল?
(a) মুলাগাভৰু
(b) ফুলমতি
(c) জয়মতী কুঁৱৰী
(d) ৰমনী গাভৰু
উত্তৰ : (c) জয়মতী কুঁৱৰী

40. জয়দল কোনে নিৰ্মাণ কৰিছিল?
(a) ৰুদ্ৰসিংহ
(b) শিৱসিংহ
(c) গদাপানি
(d) প্রমত্ত সিংহ
উত্তৰ : (a) ৰুদ্ৰসিংহ
41. মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হোৱাৰ সময়ত আহোমৰ ৰজা কোন আছিল?
(a) প্রমত্ত সিংহ
(b) ৰুদ্ৰ সিংহ
(c) ৰাজেশ্বৰ সিংহ
(d) লাচিত বৰফুকন
উত্তৰ: (c) ৰাজেশ্বৰ সিংহ

42. শুক্ৰেশ্বৰ মন্দিৰ কোন ৰজাৰ নেতৃত্বত স্থাপন হৈছিল?
(a) ৰুদ্ৰ সিংহ
(b) প্রমত্ত সিংহ
(c) গদাধৰ সিংহ
(d) বদনচন্দ্র
উত্তৰ (b) প্ৰমত্ত সিংহ

43. মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?
(a) ১৪ বাৰ
(b) ১৩ বাৰ
(c) ৪ বাৰ
(d) ১৭ বাৰ
উত্তৰ : (d) ১৭ বাৰ

44. মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল ?
(a) ৩ বাৰ
(b) ৫ বাৰ
(c) ৭ বাৰ
(d) ২ বাৰ
উত্তৰ : (a) ৩ বাৰ

45. অসমলৈ মান অনা ব্যক্তিগৰাকী কোন আছিল?
(a) বদন ফুকন
(b) গদাধৰ সিংহ
(c) লাচিত ফুকন
(d) ৰুদ্ৰ সিংহ
উত্তৰঃ (a) বদন ফুকন

46. ফ্রানচেংমুং বৰপাত্ৰগোহাঞিৰ পত্নীৰ নাম কি আছিল?
(a) ৰমনী গাভৰু
(b) মূলা গাভৰু
(c) জয়মতী কুঁৱৰী
(d) এটাও নহয়
উত্তৰঃ (b) মূলা গাভৰু

47. ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?
(a) ১৮৫৬ চনত
(b) ১৮৭৫ চনত
(c) ১৮২৬ চনত
(d) ১৫৫৬ চনত
উত্তৰঃ (c) ১৮২৬ চনত

48. ‘বেগম ৰহমন বাণু’ কোন অসমীয়া জীয়ৰীৰ নাম?
(a) জয়মতী কুঁৱৰী
(b) মূলাগাভৰু
(c) ৰমনী গাভৰু
(d) এটাও নহয়
উত্তৰ : (c) ৰমনী গাভৰু

49. ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল?
(a) ১৫৪৩ খৃষ্টাব্দত
(b) ১৬৭৫ খৃষ্টাব্দত
(c) ১৭৮৬ খৃষ্টাব্দত
(d) ১৬৮২ খৃষ্টাব্দত
উত্তৰ : (d) ১৬৮২ খৃষ্টাব্দত

50. শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল?
(a) ৰামসিংহ
(b) পুৰন্দৰ সিংহ
(c) লাচিত বৰফুকন
(d) টিপু চুলতান
উত্তৰ : (a) ৰামসিংহ

51. আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ?
(a) শিৱসাগৰত
(b) চৰাইদেউত
(c) তেজপুৰত
(d) এটাও নহয়
উত্তৰঃ (b) চৰাইদেউত

52. আহোমৰ শেষৰজন ৰজা কোন আছিল?
(a) পুৰন্দৰ সিংহ
(b) শুক্লধ্বজ সিংহ
(c) ৰুদ্ৰ সিংহ
(d) চুকাফা
উত্তৰ : (a) পুৰন্দৰ সিংহ

53. ‘চাওফা’ শব্দৰ অৰ্থ কি?
(a) নৃপতি
(b) ৰজা
(c) ব্রহ্মণ
(d) স্বৰ্গদেউ
উত্তৰঃ (d) স্বৰ্গদেউ

54. আহোমৰ শেষৰ ৰাজধানী ক’ত আছিল?
(a) চৰাইদেউত
(b) যোৰহাটত
(c) শিৱসাগৰত
(d) গুৱাহাটীত
উত্তৰ : (b) যোৰহাটত

55. অসমীয়া ভাষাত লিখা প্ৰথমখন বুৰঞ্জীৰ নাম কি?
(a) দেওধাই বুৰঞ্জী
(b) আসাম বুৰঞ্জী
(c) টাই আহোম বুৰঞ্জী
(d) তুংখুঙ্গীয়া বুৰঞ্জী
উত্তৰঃ (b) আসাম বুৰঞ্জী

56. আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়?
(a) বিয়া
(b) চকলং
(c) নিকাহ
(d) এটাও নহয়
উত্তৰঃ (b) চকলং

57. শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল?
(a) ৰামসিংহ
(b) শিৱসিংহ
(c) উদয়াদিত্য সিংহ
(d) গদাধৰ সিংহ
উত্তৰ: (c) উদয়াদিত্য সিংহ

58. কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল?
(a) ৰাজেশ্বৰ সিংহ
(b) ৰাম সিংহ
(c) গদাধৰ সিংহ
(d) শিৱ সিংহ
উত্তৰ : (a) ৰাজেশ্বৰ সিংহ

59. মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল?
(a) পূৰ্ণানন্দ বৰগোহাঁই
(b) পুৰন্দৰ সিংহ
(c) পূৰ্ণানন্দ বুঢ়াগোহাঁই
(d) এটাও নহয়

উত্তৰ: (c) পূৰ্ণানন্দ বুঢ়াগোহাঁই

60. ‘হস্তীবিদ্যার্ণৱ’ পুথিখনৰ ৰচক কোন?
(a) সুকুমাৰ বৰকাইথো
(b) সুকুমাৰ বৰগোহাঁই
(c) সুকুমাৰ সেন
(d) সুকুমাৰ মেহতাব
উত্তৰ : (a) সুকুমাৰ বৰকাইথো

61. মিৰজুমলাই কেতিয়া অসম আক্রমণ কৰিছিল?

(a) ১৬৬৪ খৃষ্টাব্দত
(b) ১৫৪৩ খৃষ্টাব্দত
(c) ১৬৬২ খৃষ্টাব্দত
(d) ১৪৩২ খৃষ্টাব্দত
উত্তৰঃ (c) ১৬৬২ খৃষ্টাব্দত

62. কোচ ৰজাৰ ৰাজধানী ক’ত আছিল?
(a) পশ্চিমবংগত
(b) চৰাইদেউত
(c) কোচবিহাৰত
(d) শিৱসাগৰত
উত্তৰ : (c) কোচবিহাৰত

63. আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ক’ত হৈছিল?
(a) কোচ বিহাৰত
(b) ইটাখুলিত
(c) শৰাইঘাটত
(d) গড়গাঁৱত
উত্তৰ : (b) ইটাখুলিত

64. দৰঙত কোচ ৰাজ্য স্থাপন কৰা ৰজাজন কোন আছিল?
(a) প্রমত্ত সিংহ
(b) গদাধৰ সিংহ
(c) প্রতাপ সিংহ
(d) ৰুদ্ৰ সিংহ
উত্তৰঃ (c) প্রতাপ সিংহ

65. কোনজন আহোম ৰজাই তামৰ ফলি খোদাই মাটি দান দিয়াৰ প্ৰথাটো ৰূপায়ণ কৰিছিল?
(a) জয়ধ্বজ সিংহই
(b) প্রমত্ত সিংহই
(c) শিৱ সিংহই
(d) শুক্ৰধ্বজ সিংহই
উত্তৰ: (a) জয়ধ্বজ সিংহই

66. বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজাজন কোন আছিল?
(a) চুহুংমুং
(b) ৰুদ্ৰ সিংহ
(c) গদাপানি
(d) ল’ৰা ৰজা
উত্তৰ : (d) ল’ৰা ৰজা

67. কোনজন আহোম ৰজাক ‘ভগনীয়া ৰজা’ আখ্যা দিয়া হৈছিল?

(a) চুখামফাক
(b) চুকাফাক
(c) চুহুংমুঙক
(d) চুলিকফাক
উত্তৰ : (c) চুহুংমুঙক

68. অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হয়?
(a) পোন্ধৰ শকিতাৰ পৰা
(b) ষোল্ল শতিকাৰ পৰা
(c) সোতৰ শতিকাৰ পৰা
(d) ওঠৰ শতিকাৰ পৰা

উত্তৰ : (b) ষোল্ল শতিকাৰ পৰা

69. ধোদৰ আলী কোন ৰজাই নিৰ্মাণ কৰাইছিল?
(a) প্রমত্ত সিংহই
(b) ৰুদ্ৰ সিংহই
(c) গদাধৰ সিংহই
(d) ল'ৰা ৰজাই
উত্তৰ : (c) গদাধৰ সিংহই

70. দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি?
(a) চুহুংমুং
(b) গদাধৰ সিংহ
(c) চুকাফা
(d) এটাও নহয়
উত্তৰ : (a) চুহুংমুং

71. কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লোৱা অসমৰ ৰজাজনো কোন আছিল?
(a) জয়দত্ত
(b) নৰকাসুৰ
(c) ভগদত্ত
(d) শুকতি
উত্তৰ: (d) শুকতি

72. কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন?
(a) নৰকাসুৰ
(b) ভগদত্ত
(c) দুর্যোধন
(d) এটাও নহয়
উত্তৰ : (a) নৰকাসুৰ

73. ইংৰাজে পোন প্ৰথমে বন্দী কৰি থোৱা আহোম ৰজাজন কোন আছিল?
(a) গদাধৰ সিংহ
(b) পুৰন্দৰ সিং
(c) ৰুদ্ৰ সিংহ
(d) এটাও নহয়
উত্তৰ: (b) পুৰন্দৰ সিং

74. কোন ৰজাৰ সময়ত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নির্মাণ হয়?
(a) ৰঘুদেৱৰ
(b) গদাধৰৰ
(c) প্রমত্ত সিংহ
(d) পুৰন্দৰ সিংহ
উত্তৰ: (a) ৰঘুদেৱৰ

75. ৰংপুৰ নগৰ কোনে প্রতিষ্ঠা কৰিছিল?
(a) শিৱ সিংহই
(b) ৰুদ্ৰ সিংহই
(c) চুকাফাই
(d) ৰঘুদেৱে
উত্তৰ : (b) ৰুদ্ৰ সিংহই

76. বুঢ়া ৰজাখ্যাত আহোম ৰজাজন কোন?
(a) চক্ৰধ্বজ সিংহ
(b) চুলিকফা
(c) প্রতাপ সিংহ
(d) ৰাজেশ্বৰ সিংহ
উত্তৰ : (c) প্ৰতাপ সিংহ

77. বুৰঞ্জী দাহ কোনজন ৰজাৰ দিনত সংঘটিত হৈছিল?
(a) ল’ৰা ৰজাৰ দিনত
(b) গদাপানিৰ দিনত
(c) ৰাজেশ্বৰ সিংহৰ দিনত
(d) এটাও নহয়
উত্তৰ : (c) ৰাজেশ্বৰ সিংহৰ দিনত

78. তলাতল ঘৰ কাৰ দিনত নিৰ্মাণ হৈছিল?
(a) ৰুদ্ৰ সিংহৰ দিনত
(b) ৰাজেশ্বৰ সিংহৰ দিনত
(c) শুক্লধ্বজৰ দিনত
(d) শিৱ সিংহৰ দিনত
উত্তৰ : (a) ৰুদ্ৰ সিংহৰ দিনত

79. বৰফুকন পদ কোনে সৃষ্টি কৰিছিল?
(a) প্রমত্ত সিংহই
(b) প্রতাপ সিংহই
(d) এটাও নহয়
(c) ল'ৰা ৰজাই
উত্তৰ : (b) প্রতাপ সিংহই

80. কোচসকলৰ আদি পুৰুষ কোন?
(a) লালুক খোলা
(b) হাৰিয়া মণ্ডল
(c) গৌৰী নাথ
(d) ভোটাই ডেকা
উত্তৰ : (b) হাৰিয়া মণ্ডল

81. তুৰ্বৰ্কৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথমগৰাকী অসমীয়া ৰমনী কোন আছিল?
(a) ৰমণী গাভৰু
(b) মূলাগাভৰু
(c) কনকলতা
(d) এটাও নহয়।
উত্তৰ: (b) মূলাগাভৰু

82. বৰকলাত কোনজন আহোম ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিল?
(a) লালুকখোলাই
(b) ল'ৰা ৰজাই
(c) গদাধৰ সিংহই
(d) শিৱ সিংহই
উত্তৰ: (c) গদাধৰ সিংহই

83. মিৰজুমলাৰ লগত অসমলৈ অহা বুৰঞ্জীবিদজন কোন আছিল?

(a) চাহাবুদ্দিন
(b) চিহাবুদ্দিন
(c) চেৰচাহ
(d) চেৰখা
উত্তৰ ঃ (b) চিহাবুদ্দিন

84. আহোম আৰু মোগলৰ মাজত হোৱা ইটাখুলিৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল?
(a) মনচুৰ খাঁ
(b) মনচুৰ আলী
(c) মনচুৰ আকবৰ
(d) এটাও নহয়
উত্তৰ : (a) মনচুৰ খাঁ

85. বৰফুকনৰ শেষৰ সদৰ ক'ত আছিল?
(a) ৰাজগড়
(b) গুৱাহাটী
(c) টীয়ক
(d) যোৰহাট
উত্তৰ: (b) গুৱাহাটী

86. ৰজাৰ বিৰুদ্ধে প্ৰজাৰ বিদ্রোহ সৃষ্টি হোৱা বিদ্ৰোহটোৰ নাম কি আছিল?
(a) মানৰ বিদ্ৰোহ
(b) মোৱামৰীয়া বিদ্রোহ
(c) নগীয়া বিদ্রোহ
(d) কৃষ্ণক বিদ্রোহ
উত্তৰ: (b) মোৱামৰীয়া বিদ্ৰোহ

87. মটক ৰাজ্যৰ ৰাজধানী ক’ত অৱস্থিত?
(a) জগড়ত
(b) শিৱসাগৰত
(c) ৰঙাগড়াত
(d) চৰাইদেউত
উত্তৰ : (c) ৰঙাগড়াত

৪৪. মোৱামৰীয়া বিদ্ৰোহৰ পিছতে কামৰূপত হোৱা
সর্ববৃহৎ বিদ্ৰোহটো কি আছিল?

(a) দন্দুৱাদ্ৰোহ
(b) কৃষক বিদ্ৰোহ
(c) সত্যাগ্রহ
(d) এটাও নহয়
উত্তৰ: (a) দন্দুৱাদ্ৰোহ

89. গজপতি সন্মান পোৱা আহোম ৰজাজন কোন?

(a) জয়ধ্বজ সিংহ
(b) শিৱ সিংহ
(c) ৰুদ্ৰ সিংহ
(d) প্রতাপ সিংহ
উত্তৰ : (a) জয়ধ্বজ সিংহ

90. অসমত কোনে প্ৰথমবাৰৰ বাবে চিপাহী বিদ্রোহ আৰম্ভ কৰিছিল?
(a) পিয়লি বৰুৱাই
(b) কনকলতাই
(c) মণিৰাম দেৱানে
(d) গোমধৰ কোঁৱৰে
উত্তৰ : (c) মণিৰাম দেৱানে

91. মণিৰাম দেৱানক বন্দী কৰি ৰখা জেইলখনৰ নাম কি আছিল?
(a) গুৱাহাটী জেইল
(b) তেজপুৰ জেইল
(c) আলিপুৰ জেইল
(d) নলবাৰী জেইল
উত্তৰ : (c) আলিপুৰ জেইল

92. অসমত কেতিয়া কৃষক বিদ্রোহ সংঘটিত হৈছিল?
(a) ১৮৬০ চনত
(b) ১৮৬১ চনত
(c) ১৯০২ চনত
(d) ১৮৬৫ চনত
উত্তৰ: (b) ১৮৬১ চনত

93. পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?
(a) ১৮৯৪ চনত
(b) ১৮৯৬ চনত
(c) ১৮৭৬ চনত
(d) ১৯১২ চনত
উত্তৰ : (a) ১৮৯৪ চনত

94. ফুলগুৰি ধোৱা কেতিয়া হৈছিল?
(a) ১৮৬৪ চনত
(b) ১৮৬১ চনত
(c) ১৮৭৬ চনত
(d) ১৮৯৬ চনত
উত্তৰ : (b) ১৮৬১ চনত

95. মানৰ প্ৰথম অসম আক্রমণ কিমান চনত হৈছিল?
(a) ১৮১৭ চনত
(b) ১৭১৮ চনত
(c) ১৮১৯ চনত
(d) ১৫৩৪ চনত
উত্তৰ : (a) ১৮১৭ চনত

96. মহাত্মা গান্ধীয়ে অসমলৈ কেতিয়া আহিছিল?
(a) ১৮২১ চনত
(b) ১৯২২ চনত
(c) ১৯২১ চনত
(d) ১৯৩৪ চনত
উত্তৰ: (c) ১৯২১ চনত

97. মণিৰাম দেৱনাক কিমান চনত ফাঁচী দিয়া হৈছিল?
(a) ১৯৫৮ চনত
(b) ১৮৫৮ চনত
(c) ১৯৮৭ চনত
(d) ১৮৮৫ চনত
উত্তৰ: (b) ১৮৫৮ চনত

98. অসমৰ প্ৰথম বৃটিছ কমিছনাৰ্জন কোন আছিল?
(a) ডেভিদ হান্ট
(b) জর্জ ডেভিড
(c) ডেভিড স্কট
(d) হেনৰী জনচ
উত্তৰ: (c) ডেভিড স্কট

99. মণিৰাম দেৱানক ক’ত বন্দী কৰা হৈছিল?
(a) যোৰহাটত
(b) নগাঁৱত
(c) বিহাৰত
(d) কলিকতাত

উত্তৰ : (d) কলিকতাত

100.অসমত কাৰ সভাপতিত্বত স্বৰাজ গঠিত হৈছিল?
(a) মণিৰাম দেৱনাৰ
(b) পিয়লি ফুকনৰ
(c) চন্দ্ৰধৰ বৰুৱাৰ
(d) তৰুণৰাম ফুকনৰ
উত্তৰ : (d) তৰুণৰাম ফুকনৰ গঠিত হৈছিল।

101. তেজপুৰত ৰায়ত সভা কেতিয়া গঠন হৈছিল?
(a) ১৮৮৪ চনত
(b) ১৭৮৯ চনত
(c) ১৭৫৬ চনত
(d) ১৮৫৪ চনত
উত্তৰ : (a) ১৮৮৪ চনত


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!