Type Here to Get Search Results !

100 Assam Polity MCQ

Assam Polity MCQ 

Assam PolityMock Test
Mock test for Assam Competitive Exam
LanguageAssamese
SubjctAssam Polity
Question100
Mark100
Time60 second per question
Apu
Right 0Wrong 0

Total Questions:

Attempt:

Correct:

Wrong:

Percentage:

⇩ 𝗔𝘀𝘀𝗮𝗺𝗲𝘀𝗲 𝗚𝗸 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗛𝗶𝘀𝘁𝗼𝗿𝘆 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗚𝗲𝗼𝗴𝗿𝗮𝗽𝗵𝘆 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗚𝗸 ⇩

⇩ 𝗜𝗻𝗱𝗶𝗮𝗻 𝗛𝗶𝘀𝘁𝗼𝗿𝘆 ⇩

⇩ 𝗜𝗻𝗱𝗶𝗮𝗻 𝗚𝗲𝗼𝗴𝗿𝗮𝗽𝗵𝘆 ⇩

⇩ 𝗠𝗮𝘁𝗵 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩ 𝗖𝘂𝗿𝗿𝗲𝗻𝘁 𝗔𝗳𝗳𝗮𝗶𝗿𝘀 ⇩

⇩ 𝗖𝗼𝗺𝗽𝘂𝘁𝗲𝗿 𝗚𝗸 ⇩

⇩ 𝗥𝗲𝘀𝗼𝗻𝗶𝗻𝗴 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩ 𝗦𝗰𝗶𝗲𝗻𝗰𝗲 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩𝗪𝗼𝗿𝗹𝗱 𝗚𝗸 𝗠𝗖𝗤 ⇩


 assam  polity

1. জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থকাটো বাধ্যতামূলক?
(a) 8000
(b) ৩০০০
(c) ২০০০
(d) ৫০০০
উত্তৰ : (a)
(ads1)
2. কিমান চনত অসমৰ ছিলেট জিলা পাকিস্তানৰ
অন্তর্ভূক্ত হয়?


(a) ১৯৪৫ চনত
(b) ১৯৪৭ চনত
(c) ১৯৪৮ চনত
(d) ১৯৫০ চনত

উত্তৰ: (b)

3. স্বৰাজোত্বৰ অসমৰ প্ৰথম বিধানসভা কিমান
চনত গঠিত হৈছিল?

(a) ১৯৫৩ চনত
(b) ১৯৫৪ চনত
(c) ১৯৫২ চনত
(d) ১৯৫৫ চনত
উত্তৰঃ (c)

4. কিমান চনত অসমৰ বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰৰ পৰিৱৰ্তে ছয় বছৰ কৰা হৈছিল?
(a) ১৯৭২-৭৬ চনত
(b) ১৯৭৩-৭৭ চনত
(c) ১৯৭২-৭৮ চনত
(d) ১৯৭৮-৮৪ চনত
উত্তৰ : (a)

5. অসম বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ
বাবে কিমানখন আসন সংৰক্ষিত থাকে?

(a) ৫ খন
(b) ৬ খন
(c) ৭ খন
(d) ৮ খন

উত্তৰঃ (d)

6. অসম বিধানসভা নির্বাচনত অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে?
(a) ১৬ খন
(b) ১৪ খন
(c) ১৫ খন
(d) ১৮ খন
উত্তৰ : (a)

7. দেশৰ পৰা লোকসভালৈ অসমৰ কিমানগৰাকী সাংসদ নির্বাচিত হয়?
(a) ১৬ জন
(b) ১৪ জন
(c) ১৫ জন
(d) ১২ জন
উত্তৰঃ (b)

8. দেশৰ ৰাজ্যসভালৈ অসমৰ পৰা কিমানজন সাংসদ নির্বাচিত হয়?
(a) ৫ জন
(b) ৮ জন
(c) ৭ জন
(d) ৯ জন
উত্তৰ : (c)

9. লোকসভা আসনৰ কিমানখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত থাকে?
(a) ৫ খন
(b) ১ খন
(c) ৩ খন
(d) ৪ খন
উত্তৰঃ (b)

10. লোকসভা আসনৰ কিমানখন আসন অনুসূচিত জন-জাতিৰ বাবে সংৰক্ষিত থাকে?
(a) ২ খন
(b) ১ খন
(c) ৩ খন
(d) ৫ খন
উত্তৰ: (a)

11. অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি?

(a) নলবাৰী
(b) যোৰহাট
(c) ৰটাবাৰী
(d) শদিয়া
উত্তৰঃ (c)

12. কৰিমগঞ্জ লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তর্ভুক্ত আছে?
(a) ৮ টা
(b) ৫ টা
(c) ৯ টা
(d) ১০ টা
উত্তৰঃ (a)

13. শিলচৰ লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি সংযুক্ত আছে?
(a) ৫ টা
(b) ৬ টা
(c) ৮ টা
(d) ৭ টা
উত্তৰঃ (d)

14. স্বায়ত্বশাসিত জিলা লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি সংপৃক্ত আছে?
(a) ৪ টা
(b) ৫ টা
(c) ২ টা
(d) ৮ টা
উত্তৰঃ (b)

15. ধুবুৰী লোকসভা সমষ্টিত কিমানটা বিধানসভা
সমষ্টি অন্তর্ভূক্ত আছে?

(a) ১০ টা
(b) ১০ টা
(c) ৮ টা
(d) ৭ টা
উত্তৰ : (a)

16. কোকৰাঝাৰ লোকসভা সমষ্টিত কিমানটা
বিধানসভা সমষ্টি অন্তর্ভূক্ত আছে?

(a) ১১ টা
(b) ৫ টা
(c) ৫ টা
(d) ৭ টা
উত্তৰঃ (b)

17. বৰপেটা লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তর্ভূক্ত আছে?
(a) ১২ টা
(b) ১১ টা
(c) ১০ টা
(d) ৮ টা
উত্তৰঃ (c)

18. গুৱাহাটী লোকসভা সমষ্টিত কিমানটা
বিধানসভা সমষ্টি সংযুক্ত হৈ আছে?

(a) ৮ টা
(b) ৯ টা
(c) ১১ টা
(d) ১০ টা
উত্তৰঃ (d)

19. মংগলদৈ লোকসভা সমষ্টিত কিমানটা
বিধানসভা সমষ্টি সংযুক্ত হৈ আছে?

(a) ১০ টা
(c) ৯ টা
(b) ৮ টা
(d) ১২ টা
উত্তৰ: (a)

20. তেজপুৰ লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তর্ভূক্ত আছে?
(a) ১০ টা
(b) ৯ টা
(c) ৮ টা
(d) ১১ টা
উত্তৰঃ (b)

21. নগাঁও লোকসভা সমষ্টিত কিমানটা বিধানসভা
সমষ্টি অন্তর্ভূক্ত আছে?

(a) ৫ টা
(b) ১০ টা
(c) ৯ টা
(d) ১১ টা
উত্তৰঃ (c)

22. কলিয়াবৰ লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি আছে?
(a) ৮ টা
(b) ৯ টা
(c) ১১ টা
(d) ১০ টা
উত্তৰঃ (d)

23. ডিব্ৰুগড় লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তর্ভূক্ত আছে?
(a) ৫ টা
(b) ৯ টা
(c) ৮ টা
(d) ১০ টা
উত্তৰঃ (b)

24.যোৰহাট লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তর্ভূক্ত আছে?

(a) ৭ টা
(b) ৮ টা
(c) ১০ টা
(d) ১১ টা
উত্তৰঃ (c)

Assam Polity MCQ


25. লখিমপুৰ লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তর্ভূক্ত আছে?
(a) ৯ টা
(b) ৫ টা
(c) ৭ টা
(d) ১০ টা
উত্তৰঃ (a)

26. গুৱাহাটী পৌৰনিগম কোন চনত স্থাপন হৈছিল?

(a) ১৯৮৫ চনত
(b) ১৯৭০ চনত
(c) ১৯৯০ চনত
(d) ১৯৮৮ চনত
উত্তৰ : (b)

27. পৌৰনিগম আইন কেতিয়া অনুমোদন জনোৱা হয়?
(a) ১৯৬৯ চনত
(b) ১৯৭৯ চনত
(c) ১৯৮৯ চনত
(d) ১৯৯৯ চনত
উত্তৰ : (a)

28. পৌৰনিগমৰ সৰ্ব্বোচ্চ সংখ্যা কিমান?
(a) ৫০
(b) ৬০
(c) ১০
(d) ৭০
উত্তৰঃ (b)

29. পৌৰ নিগমত মহিলাৰ বাবে কিমানখন আখন
সংৰক্ষণ থাকে?

(a) ৩০ খন
(b) ১৫ খন
(c) ২০ খন
(d) ১০ খন
উত্তৰ : (c)

30. পৌৰ নিগম এলেকাত কিমানখন স্থায়ী সমিতি
থাকে?

(a) ৫ খন
(b) 2 খন
(c) ৩ খন
(d) ১ খন
উত্তৰঃ (a)

31. কিমান চনত পৌৰ আইন পাছ কৰা হয়?
(a) ১৯৫৭ চনত
(b) ১৯৫৬ চনত
(c) ১৯৮৫ চনত
(d) ১৯৮৯ চনত
উত্তৰঃ (b)

32. পৌৰ সভাৰ সৰ্বনিম্ন সদস্যৰ সংখ্যা কিমান?
(a) ১২ জন
(b) ১৪ জন
(c) ১৭ জন
(d) ১৫ জন
উত্তৰঃ (d)

33. পৌৰ সভাৰ সৰ্ব্বোচ্চ সদস্য সংখ্যা কিমান?
(a) ৩০ জন
(b) ২৫ জন
(c) ২০ জন
(d) ১০ জন
উত্তৰ : (a)

34. এখন নগৰ সমিতিলৈ চৰকাৰে কিমান সদস্য
মনোনিত কৰিব পাৰে?

(a) ৩ জন
(b) ২ জন
(c) ৫ জন
(d) ৪ জন
উত্তৰঃ (b)

35. গুৱাহাটী উচ্চ ন্যায়লত নাগালেণ্ডক কিমান
চনত সংযোজিত কৰা হৈছিল?

(a) ১৯৫৬ চনত
(b) ১৯৮০ চনত
(c) ১৯৬৩ চনত
(d) ১৯৭২ চনত
উত্তৰঃ (c)

36. অসমত পঞ্চায়তীৰাজ আঁচনি কিমান চনত
প্ৰৱৰ্তন কৰা হয়?

(a) ১৯৫৯ চনত
(b) ১৯৯৪ চনত
(c) ১৯৫০ চনত
(d) ১৯৮৯ চনত
উত্তৰঃ (b)

37. অসমৰ স্থানীয় স্বায়ত্ব শাসনক কেইটা ভাগত
ভাগ কৰা হৈছে।
(a) চাৰিটা
(b) তিনিটা
(c) দুটা
(d) পাঁচটা
উত্তৰঃ (b)

38. ১৯৯৪ চনত অসম পঞ্চায়ত আইনত অধীনত
অসমৰ গাঁও অঞ্চলৰ স্বায়ত্ব শাসনত কেইটা ভাগত ভাগ কৰা হৈছে?
(a) দুটা
(b) চাৰিটা
(c) তিনিটা
(d) পাঁচটা
উত্তৰঃ (c)

39. গুৱাহাটী পৌৰনিগম আইন কিমান চনত স্থাপন কৰা হয়?
(a) ১৯৮৪ চনত
(b) ১৯৭৪ চনত
(c) ১৯৮৪ চনত
(d) ১৯৭৫ চনত
উত্তৰঃ(b)

40. অসমৰ স্বায়ত্ব শাসিত জিলা পৰিষদৰ সদস্য সংখ্যা কিমান?
(a) ২৪ গৰাকী
(b) ২৫ গৰাকী
(c) ২০ গৰাকী
(d) ৩০ গৰাকী
উত্তৰঃ(a)

41. ‘দাণ্ডী যাত্ৰা’ত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি?
(a) চন্দ্ৰধৰ বৰুৱা
(b) লীলাধৰ বৰুৱা
(c) কণকলাল বৰুৱা
(d)কৰুণাকান্ত বৰুৱা

উত্তৰঃ(b)

42. কিমান চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল?
(a) ১৯৮০ চনত
(b) ১৯৮৭ চনত
(c) ১৯৭৮ চনত
(d) ১৯৮২ চনত
উত্তৰঃ (c)

43. অসমত চৰকাৰ কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি?
(a) অৰূপ বৰবৰা
(b) শৰৎ চন্দ্ৰ সিংহ
(c) বিমলা প্রসাদ চলিহা
(d) গোলাপ বৰবৰা

উত্তৰঃ (d)

44. বিধানসভাৰ অধ্যক্ষক কোনে নির্বাচন কৰে?
(a) মুখ্যমন্ত্রীয়ে
(b) ৰাজ্যপালে
(c) বিধানসভাৰ সদস্যসকলে
(d) মুখ্য ন্যায়ধিশে

উত্তৰঃ (c)

45. কিমান সংখ্যক সদস্য উপস্থিত থাকিলে
বিধানসভা অধিবেশন অনুষ্ঠিত কৰিব পাৰি?
(a) এক দশমাংশ
(b) এক চতুর্থাংশ
(c) এক পঞ্চমাংশ
(d) এক তৃতীয়াংশ
উত্তৰঃ(a)

46. কোনগৰাকী অসমীয়া ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল?
(a) নৱকান্ত বৰুৱা
(b) দেৱকান্ত বৰুৱা
(c) ভূৱনেশ্বৰ কলিতা
(d) হিমন্তবিশ্ব শৰ্মা

উত্তৰঃ (b)

47. অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল?
(a) ১৯৭০ চনত
(b) ১৯৮৯ চনত
(c) ১৯৭৯ চনত
(d) ১৯৯০ চনত উত্তৰ : (c)

48. অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা
উপাধক্ষ্য গৰাকীৰ নাম কি?

(a) আনোৱাৰা টাইমূৰ
(b) বনেলি খংমেন
(c) শুচিব্ৰতা ৰায়চৌধুৰী
(d) ৰেণুকা দেৱী
উত্তৰঃ (b)

49. স্বাধীনতাৰ আগৰ অসমৰ প্ৰথমগৰাকী
মুখ্যমন্ত্ৰীৰ নাম কি আছিল?

(a) গোপীনাথ বৰদলৈ
(b) গোলাপ বৰবৰা
(c) মহম্মদ ছাদুল্লা
(d) বিমলা প্রসাদ চলিহা
উত্তৰঃ (c)

50. অসমৰ স্বীকৃতিপ্রাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি?
(a) জাতীয় কংগ্ৰেছ
(b) অসম গণ পৰিষদ
(c) অসম জাতীয় পৰিষদ
(d) ৰাইজৰ দল

উত্তৰঃ (b)

51. পৌৰনিগমৰ প্ৰধানজনক কি বুলি কোৱা হয়?

(a) মেয়ৰ
(c) বিধায়ক
(b) উপায়ুক্ত
(d) ওপৰৰ এটাও নহয়
উত্তৰ ঃ (a)

52. এগৰাকী ৰাজ্যপাল হ’বলৈ হ'লে নিম্মতম বয়স কিমান হোৱাটো বাঞ্চনীয়?
(a) ২৮ বছৰ
(b) ১৮ বছৰ
(c) ৩৫ বছৰ
(d) ৪০ বছৰ
উত্তৰঃ (c)

53. ভাৰতীয় সংসদে আই. এম. ডি. টি. আইনৰ
প্রতি কেতিয়া অনুমোদন জনাইছিল?

(a) ১৯৮৩ চনৰ ১২ ডিচেম্বৰত
(b) ১৯৮২ চনৰ ১৫ জুনত

(c) ১৯৮৩ চনৰ ১৬ ডিচেম্বৰত

(d) ১৯৯২ চনৰ ১০ জুনত


উত্তৰঃ (a)

54. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
(a) ১৫ আগষ্ট, ১৯৮৪
(b) ১৫ আগষ্ট, ১৯৮৫
(c) ১৫ আগষ্ট, ১৯৯২
(d) ১৭ আগষ্ট, ১৯৮৫

উত্তৰঃ (b)

55. অসম চুক্তি সময়ত ভাৰতৰ প্ৰধানমন্ত্রী কোন আছিল?
(a) জৱাহৰলাল নেহৰু
(b) ইন্দিৰা গান্ধী
(c) ৰাজীৱ গান্ধী
(d) মনমোহন সিং

উত্তৰঃ (c)

56. অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত অসমত কোনটো
আঞ্চলিক দলৰ জন্ম হৈছিল?

(a) অসম গণ পৰিষদ
(b) জাতীয় কংগ্ৰেছ
(c) অসম জাতীয় পৰিষদ
(d) অসম গণ মৰ্চা
উত্তৰঃ (a)

57. অসম গণ পৰিষদৰ জন্ম কেতিয়া হৈছিল?

(a) ১৪ অক্টোবৰ, ১৯৮৬
(b) ১৪ অক্টোবৰ, ১৯৮৫
(c) ১৫ আগষ্ট, ১৯৮৫
(d) ১৪ আগষ্ট, ১৯৮২
উত্তৰঃ(b)

58. আই. এম. ডি. টি. আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?
(a) প্ৰফুল্ল কুমাৰ মহন্ত
(b) তৰুণ গগৈ
(c) গোলাপ বৰবৰা
(d) হিতেশ্বৰ শইকীয়া
উত্তৰঃ (d)

59. অসম চুক্তিৰ নেতৃত্ব লোৱা অসমৰ ছাত্ৰ সংগঠনটোৰ নাম কি?
(a) আমছু
(b) আছু
(c) যুৱ ছাত্ৰ পৰিষদ
(d) এটাও নহয়
উত্তৰঃ (b)

60. অসম আন্দোলনৰ প্ৰথম ছহীদ কোন আছিল? (a) মোজামিল হক
(b) খৰ্গেশ্বৰ তালুকদাৰ
(c) মণিৰাম দেৱান
(d) পিয়লী ফুকন
উত্তৰঃ (b)

61. অসমৰ দ্বিতীয় সর্ববৃহৎ আন্দোল ‘কা’ আন্দোলন কেতিয়া হৈছিল?
(a) ২০১৯ চনত
(b) ২০২০ চনত
(c) ২০১৮ চনত
(d) ২০১৬ চনত
উত্তৰঃ (b)

62. “ৰাইজৰ দল’ কেতিয়া গঠিত হৈছিল?
(a) ২০১৮ চনত
(b) ২০১৯ চনত
(c) ২০২০ চনত
(d) ২০১৪ চনত
উত্তৰঃ (c)

63. ‘অসম জাতীয় পৰিষদ' (AJP) কেতিয়া
গঠিত হৈছিল?

(a) ২০১৭ চনত
(b) ২০২০ চনত
(c) ২০১৯ চনত
(d) ২০১৬ চনত
উত্তৰঃ(b)

64. ‘অসম জাতীয় পৰিষদ’ নামৰ আঞ্চলিক দলটো কোনটো ছাত্রসংগঠনৰ নেতৃত্বত গঠিত হৈছিল?

(a) অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ
(b) আমছু
(c) আছু
(d) অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদ
উত্তৰঃ (c)

65. BTAD ৰ সম্পূৰ্ণ ৰূপ কি?
(a) Bodoland Tribele Area District
(b) Bodoland Territorial Area District
(c) Bodoland Territorial Atomus District
(d) এটাও নহয়।
উত্তৰঃ (b)

66. BTC চুক্তি কিমান চনত চাক্ষৰিত হৈছিল?
(a) ২০০৫ চনত
(b) ২০০৩ চনত
(c) ২০০৯ চনত
(d) ২০২০ চনত
উত্তৰঃ (b)

67. BTAD ত কিমানটা পৰিষদীয় সমষ্টি আছে?
(a) ৫৬ টা
(b) ৪০ টা
(c) ৪৬ টা
(d) ৫৭ টা
উত্তৰঃ (c)

68. BTAD ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

(a) কোকৰাঝাৰত
(b) ওদালগুৰিত
(c) চিৰাংত
(d) বৰমাত
উত্তৰ : (a)

69. অসমৰ তৃতীয় বড়ো চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
(a) ২০০৫ চনত
(b) ২০০৯ চনত
(c) ২০১৮ চনত
(d) ২০২০ চনত
উত্তৰঃ (d)

70. BTR চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল?
(a) ২০২০ চনত
(b) ২০১৯ চনত
(c) ২০১৭ চনত
(d) ২০০৬ চনত
উত্তৰঃ (a)

71. কিমান চনত মিচিং স্বায়ত্ব শাসিত পৰিষদ গঠন হৈছিল?
(a) ২০১৫ চনত
(b) ২০১৭ চনত
(c) ২০১০ চনত
(d) ২০১৮ চনত
উত্তৰ : (a)

72 . কিমান চনত ৰাভা-হাছং স্বায়ত্ব পৰিষদ গঠন হৈছিল?
(a) ২০১৫ চনত
(b) ২০১৭ চনত
(c) ২০১০ চনত
(d) ২০১৮ চনত
উত্তৰঃ (a)

73. সোনোৱাল কছাৰী স্বায়ত্ব পৰিষদ কিমান চনত
গঠিত হয়?

(a) ২০০৭ চনত
(b) ২০০৫ চনত
(c) ২০০৯ চনত
(d) ২০০৮ চনত
উত্তৰঃ (b)

74. ৰাভা হাছং স্বায়ত্ব পৰিষদত প্ৰথমবাৰৰ বাবে কেতিয়া নির্বাচন অনুষ্ঠিত হৈছিল?
(a) ২০১৪ চনত
(b) ২০১৭ চনত
(c) ২০১৩ চনত
(d) ২০১৬ চনত
উত্তৰঃ (c)

75. তিৱা স্বায়ত্ব পৰিষদ কিমান চনত গঠিত হয়?
(a) ২০০৫ চনত
(b) ২০০৭ চনত
(c) ২০০০ চনত
(d) ২০১৮ চনত
উত্তৰ : (a)

76. অসমত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত বিধান পৰিষদ কেতিয়া গঠিত হৈছিল?
(a) ১৯১৪ চনত
(b) ১৯১২ চনত
(c) ১৯৫০ চনত
(d) ১৯৯০ চনত
উত্তৰঃ (b)

77. অসম বিধান পৰিষদত দ্বিতীয় নির্বাচন কেতিয়া
অনুষ্ঠিত হৈছিল?

(a) ১৯১৫ চনত
(a) ১৯১৫ চনত
(b) ১৯২০ চনত
(c) ১৯১৭ চনত
(d) ১৯১৬ চনত
উত্তৰ:(d)

78. ১৯৬৭ চনত লোকসভা নির্বাচনত নির্বাচিত
হৈ কোনগৰাকী সাংসদে সাংসদত অসমীয়া
ভাষাত ভাষণ দিছিল?

(a) ধীৰেশ্বৰ কলিতা
(b) গোলাপ বৰবৰা
(c) বিমালা প্রসাদ চলিহা
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (a)

79. আহোমৰ ৰাজত্ব কাল কিমান বছৰৰ আছিল?
(a) ছশ বছৰ
(b) তিনিশ বছৰ
(c) পাঁচশ বছৰ
(d) দুশ বছৰ

উত্তৰ:(a) ছশ বছৰ

80. অসমে ৰাজ্য হিচাপে কিমান চনত প্ৰতিষ্ঠা লাভ
কৰে?

(a) ১৯৪৫ চনত
(b) ১৯৫০ চনত
(c) ১৯৪৮ চনত
(d) ১৯৫৬ চনত
উত্তৰ: (b) ১৯৫০ চনত

81. অসমৰ ৰাজ্যিক প্ৰশাসনক কেইটা ভাগত ভাগ
কৰা হৈছে?

(a) ৫ টা
(b) ৬ টা
(c) ৮ টা
(d) ৩ টা
উত্তৰ : (d) ৩ টা

82. ৰাজ্যৰ সাংবিধানিক মূৰব্বী বুলি কাক কোৱা হয়?
(a) মুখ্যমন্ত্ৰীক
(b) গৃহমন্ত্ৰীক
(c) ৰাজ্যপালক
(d) মুখ্য ন্যায়পালিকা

উত্তৰ : (c)ৰাজ্যপালক

83. মুখ্যমন্ত্ৰীৰ নিযুক্তি কোনে কৰে?

(a) ৰাষ্ট্ৰপতিয়ে
(b) ৰাজ্যপালে
(c) প্রধানমন্ত্রীয়ে
(d) মুখ্য ন্যায়পালিকা
উত্তৰ : (b) ৰাজ্যপালে

84. অসমৰ মুঠ জিলাৰ সংখ্যা কিমান?
(a) ৩৫
(b) ৩৪
(c) ৩২
(d) ৩১
উত্তৰ : (a) ৩৫

85. অসমৰ মুঠ মহকুমাৰ সংখ্যা কিমান?

(a) ৫৪ টা
(b) ৬৫ টা
(c) ৭৮ টা
(d) ৭০ টা
উত্তৰঃ (c) ৭৮ টা

86. অসমত থকা ৰাজহ চক্ৰৰ সংখ্যা কিমান?
(a) ১৮৪ টা
(b) ১৮৬ টা
(c) ১৬৯ টা
(d) ১৫০ টা
উত্তৰ : (a) ১৮৪ টা

87. অসমত কিমানখন চহৰ আছে?
(a) ২৩৪ খন
(b) ২৬৫ খন
(c) ২১৪ খন
(d) ২৫৬ খন
উত্তৰঃ (c) ২১৪ খন

88. অসমত থকা মুঠ উন্নয়ন খণ্ডৰ সংখ্যা কিমান?

(a) ২১৯ টা
(b) ২২০ টা
(c) ২৩৪ টা
(d) ২৬০ টা
উত্তৰঃ (a) ২১৯ টা


89. অসমত কিমানখন গাঁও পঞ্চায়ত আছে?
(a) ২২০০
(b) ২২১০
(c) ২২০২
(d) ২২০১
উত্তৰ : (c) ২২০২

90. অসমত থকা মুঠ গাঁৱৰ সীমা কিমান?
(a) ২৬,৪৫০
(b) ২৬,৫৪০
(c) ২৬,৪০০
(d) ২৬,৩৯৫
উত্তৰ : (d) ২৬,৩৯৫

91. বজালী মহকুমাক জিলা হিচাপে কোন চনত স্বীকৃতি দিয়া হয়?
(a) ২০১৮ চনত
(b) ২০১৭ চনত
(c) ২০২০ চনত
(d) ২০১৬ চনত
উত্তৰ: (c) ২০২০ চনত

92. ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ?
(a) পাঁচ বছৰ
(b) চাৰি বছৰ
(c) তিনি বছৰ
(d) ছয় বছৰ
উত্তৰ : (a) পাঁচ বছৰ

93. বিধানসভাত গৃহীত হোৱা বিল এখনক আইনত পৰিণত কৰাৰ অধিকাৰ কাৰ হাতত ন্যস্ত থাকে?
(a) অধ্যক্ষৰ
(b) ৰাজ্যপালৰ
(c) উপাধ্যক্ষৰ
(d) প্রধানমন্ত্ৰীৰ
উত্তৰ :(b) ৰাজ্যপালৰ

94. ৰাজ্যপালৰ সচিবালয় কেইটা শাখাত বিভক্ত?

(a) পাঁচটা
(b) ছয়টা
(c) দুটা
(d) চাৰিটা
উত্তৰ: (c) দুটা

95. এখন ৰাজ্যৰ সৰ্বোচ্চ কার্যনির্বাহক ক্ষমতাৰ অধিকাৰী কোন?
(a) ৰাজ্যপাল
(b) ৰাষ্ট্ৰপতি
(c) গৃহমন্ত্রী
(d) মুখ্যমন্ত্রী
উত্তৰ : (d) মুখ্যমন্ত্রী


96. মুখ্যমন্ত্ৰীৰ কার্যকাল কিমান?
(a) ছয় বছৰ
(b) চাৰি বছৰ
(c) পাঁচ বছৰ
(d) তিনি বছৰ
উত্তৰ :(c) পাঁচ বছৰ

97. এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হোৱাটো বাঞ্ছনীয় ?
(a) ২৫ বছৰ
(b) ৩০ বছৰ
(c) ২৮ বছৰ
(d) ১৮ বছৰ
উত্তৰ : (a) ২৫ বছৰ

98. কিমান চনত শ্বিলঙত অসমৰ ৰাজধানী স্থাপন কৰা হৈছিল?
(a) ১৯৮৭ চনত
(b) ১৯৬৫ চনত
(c) ১৯৮৯ চনত
(d) ১৯৬৪ চনত
উত্তৰ: (d) ১৯৬৪ চনত

99. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হয়?
(a) ১৫ জুলাই, ১৯৮৫
(b) ১৫ জুলাই, ১৯৮৪
(c) ১৫ জুলাই, ১৯৮৭
(d) ১৫ জুলাই, ১৯৮৮
উত্তৰ : (a) ১৫ জুলাই, ১৯৮৫

100. স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ কোন আছিল?
(a) জৱাহৰলাল নেহেৰু
(b) গোপীনাথ বৰদলৈ
(c) বিমলা প্রসাদ চলিহা
(d) এটাও নহয়

উত্তৰ: (b) গোপীনাথ বৰদলৈ

101. স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন?
(a) বিষ্ণুৰাম মেধি
(b) হেম বৰুৱা
(c) পি ভি আচার্য
(d) আকবৰ হাইদৰ
উত্তৰ ঃ(d) আকবৰ হাইদৰ

102. অসমৰ বাহিৰত ৰাজ্যপাল আসন শুৱনি কৰা প্ৰথমগৰাকী অসমীয়া কোন?
(a) বিষ্ণুৰাম মেধি
(b) দেৱকান্ত বৰুৱা
(c) আকবৰ হাইদৰ
(d) এটাও নহয়
উত্তৰ : (a) বিষ্ণুৰাম মেধি

103. অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী ন্যায়াধীশৰ নাম কি?
(a) ৰঞ্জন গগৈ
(b) অৰূপ বৰবৰা
(c) হলিৰাম ডেকা
(d) হলিৰাম বৰুৱা
উত্তৰ ঃ (c) হলিৰাম ডেকা

104. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশৰ নাম কি?
(a) হলিৰাম ডেকা
(b) ৰঞ্জন গগৈ
(c) আলি হাইদৰ
(d) পাৰ্বতী কুমাৰ গোস্বামী
উত্তৰ ঃ (d) পার্বতী কুমাৰ গোস্বামী






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!