Type Here to Get Search Results !

Assam History MCQ

 Assam History MCQ For Assam Comparative Exam Preparation, DHS Assam Direct Recruitment 2022, TET, APSC, Assam Police, APSC

Assam HistoryMock Test
Mock test for Assam Competitive Exam
LanguageAssamese
SubjctAssam History
Question100
Mark100
Time60 second per question
Assam History MCQ

1➤ পুৰণি অসমৰ প্ৰাচীন নাম কি?

2➤ প্রাচীন অসম কেইটা ভাগত বিভক্ত?

3➤ নৰকাসুৰৰ ৰাজধানী ক’ত আছিল?

4➤ নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

5➤ জোঙ্গাল বলহু গড় কোনে সজাইছিল?

6➤ বাণ ৰজাৰ কন্যাৰ নাম কি আছিল?

7➤ অগ্নিগড় ক’ত অৱস্থিত?

8➤ অগ্নি গড় কোনে সজাইছিল?

9➤ পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন?

10➤ শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল ?

11➤ বৰ্মণ বংশৰ শ্ৰেষ্ঠা ৰজা কোন আছিল?

12➤ হর্ষবর্ধন আৰুৰুকুমাৰ ভাস্কৰ বৰ্মাৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম কি আছিল?

13➤ কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল?

14➤ কোচ ৰাজ্য কোনে স্থাপন কৰিছিল?

15➤ কোচ শব্দৰ উৎপত্তিৰ উৎস কি?

16➤ চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল?

17➤ চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা হৈছিল?

18➤ সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

19➤ কাৰ শাসনভাৰত মিৰজুমলাই গড়গাঁও অধিকাৰ কৰিছিল?

20➤ অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্রথম স্বৰ্গদেউ কোন আছিল?

21➤ কোনগৰাকী ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?

22➤ আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?

23➤ আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজাৰ নাম কি?

24➤ বুৰঞ্জী শব্দটো কোন ভাষাৰ শব্দ?

25➤ আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেৱৰ নাম কি আছিল?

26➤ আহোমসকল অসমলৈ কেতিয়া আহিছিল?

27➤ কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল?

28➤ চিলাৰায় দেৱৰ প্ৰকৃত নাম কি আছিল?

29➤ নৰনাৰায়ণৰ প্ৰকৃত নাম কি?

30➤ কছাৰীসকল কোন জনগোষ্ঠীৰ লোক?

31➤ চুতীয়াসকলে পুৰোহিতক কি বুলি সম্বোধন কৰে?

32➤ চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল?

33➤ তেজপুৰত ৰায়ত সভা কেতিয়া গঠন হৈছিল?

34➤ মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল?

35➤ শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?

36➤ শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

37➤ শৰাইঘাটৰ যুদ্ধত আহোমক নেতৃত্ব দিয়া সেনাপতি কোন আছিল ?

38➤ বাঘ হাজৰিকা কোন আছিল?

39➤ গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল?

40➤ জয়দল কোনে নিৰ্মাণ কৰিছিল?

41➤ মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হোৱাৰ সময়ত আহোমৰ ৰজা কোন আছিল?

42➤ শুক্ৰেশ্বৰ মন্দিৰ কোন ৰজাৰ নেতৃত্বত স্থাপন হৈছিল?

43➤ মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?

44➤ মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল ?

45➤ অসমলৈ মান অনা ব্যক্তিগৰাকী কোন আছিল?

46➤ ফ্রানচেংমুং বৰপাত্ৰগোহাঞিৰ পত্নীৰ নাম কি আছিল?

47➤ ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?

48➤ ‘বেগম ৰহমন বাণু’ কোন অসমীয়া জীয়ৰীৰ নাম?

49➤ ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল?

50➤ শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল?

51➤ আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ?

52➤ আহোমৰ শেষৰজন ৰজা কোন আছিল?

53➤ ‘চাওফা’ শব্দৰ অৰ্থ কি?

54➤ আহোমৰ শেষৰ ৰাজধানী ক’ত আছিল?

55➤ অসমীয়া ভাষাত লিখা প্ৰথমখন বুৰঞ্জীৰ নাম কি?

56➤ আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়?

57➤ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল?

58➤ কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল?

59➤ মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল?

60➤ ‘হস্তীবিদ্যার্ণৱ’ পুথিখনৰ ৰচক কোন?

61➤ মিৰজুমলাই কেতিয়া অসম আক্রমণ কৰিছিল?

62➤ কোচ ৰজাৰ ৰাজধানী ক’ত আছিল?

63➤ আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ক’ত হৈছিল?

64➤ দৰঙত কোচ ৰাজ্য স্থাপন কৰা ৰজাজন কোন আছিল?

65➤ কোনজন আহোম ৰজাই তামৰ ফলি খোদাই মাটি দান দিয়াৰ প্ৰথাটো ৰূপায়ণ কৰিছিল?

66➤ বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজাজন কোন আছিল?

67➤ কোনজন আহোম ৰজাক ‘ভগনীয়া ৰজা’ আখ্যা দিয়া হৈছিল?

68➤ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হয়?

69➤ ধোদৰ আলী কোন ৰজাই নিৰ্মাণ কৰাইছিল?

70➤ দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি?

71➤ কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লোৱা অসমৰ ৰজাজনো কোন আছিল?

72➤ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন?

73➤ ইংৰাজে পোন প্ৰথমে বন্দী কৰি থোৱা আহোম ৰজাজন কোন আছিল?

74➤ কোন ৰজাৰ সময়ত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নির্মাণ হয়?

75➤ ৰংপুৰ নগৰ কোনে প্রতিষ্ঠা কৰিছিল?

76➤ বুঢ়া ৰজাখ্যাত আহোম ৰজাজন কোন?

77➤ বুৰঞ্জী দাহ কোনজন ৰজাৰ দিনত সংঘটিত হৈছিল?

78➤ তলাতল ঘৰ কাৰ দিনত নিৰ্মাণ হৈছিল?

79➤ বৰফুকন পদ কোনে সৃষ্টি কৰিছিল?

80➤ কোচসকলৰ আদি পুৰুষ কোন?

81➤ তুৰ্বৰ্কৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথমগৰাকী অসমীয়া ৰমনী কোন আছিল?

82➤ বৰকলাত কোনজন আহোম ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিল?

83➤ মিৰজুমলাৰ লগত অসমলৈ অহা বুৰঞ্জীবিদজন কোন আছিল?

84➤ আহোম আৰু মোগলৰ মাজত হোৱা ইটাখুলিৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল?

85➤ বৰফুকনৰ শেষৰ সদৰ ক'ত আছিল?

86➤ ৰজাৰ বিৰুদ্ধে প্ৰজাৰ বিদ্রোহ সৃষ্টি হোৱা বিদ্ৰোহটোৰ নাম কি আছিল?

87➤ মটক ৰাজ্যৰ ৰাজধানী ক’ত অৱস্থিত?

88➤ মোৱামৰীয়া বিদ্ৰোহৰ পিছতে কামৰূপত হোৱা সর্ববৃহৎ বিদ্ৰোহটো কি আছিল?

89➤ গজপতি সন্মান পোৱা আহোম ৰজাজন কোন?

90➤ অসমত কোনে প্ৰথমবাৰৰ বাবে চিপাহী বিদ্রোহ আৰম্ভ কৰিছিল?

91➤ মণিৰাম দেৱানক বন্দী কৰি ৰখা জেইলখনৰ নাম কি আছিল?

92➤ অসমত কেতিয়া কৃষক বিদ্রোহ সংঘটিত হৈছিল?

93➤ পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?

94➤ ফুলগুৰি ধোৱা কেতিয়া হৈছিল?

95➤ মানৰ প্ৰথম অসম আক্রমণ কিমান চনত হৈছিল?

96➤ মহাত্মা গান্ধীয়ে অসমলৈ কেতিয়া আহিছিল?

97➤ মণিৰাম দেৱনাক কিমান চনত ফাঁচী দিয়া হৈছিল?

98➤ অসমৰ প্ৰথম বৃটিছ কমিছনাৰ্জন কোন আছিল?

99➤ মণিৰাম দেৱানক ক’ত বন্দী কৰা হৈছিল?

100➤ অসমত কাৰ সভাপতিত্বত স্বৰাজ গঠিত হৈছিল?

Your score is

⇩ 𝗔𝘀𝘀𝗮𝗺𝗲𝘀𝗲 𝗚𝗸 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗛𝗶𝘀𝘁𝗼𝗿𝘆 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗚𝗲𝗼𝗴𝗿𝗮𝗽𝗵𝘆 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗚𝗸 ⇩

⇩ 𝗜𝗻𝗱𝗶𝗮𝗻 𝗛𝗶𝘀𝘁𝗼𝗿𝘆 ⇩

⇩ 𝗜𝗻𝗱𝗶𝗮𝗻 𝗚𝗲𝗼𝗴𝗿𝗮𝗽𝗵𝘆 ⇩

⇩ 𝗠𝗮𝘁𝗵 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩ 𝗖𝘂𝗿𝗿𝗲𝗻𝘁 𝗔𝗳𝗳𝗮𝗶𝗿𝘀 ⇩

⇩ 𝗖𝗼𝗺𝗽𝘂𝘁𝗲𝗿 𝗚𝗸 ⇩

⇩ 𝗥𝗲𝘀𝗼𝗻𝗶𝗻𝗴 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩ 𝗦𝗰𝗶𝗲𝗻𝗰𝗲 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩𝗪𝗼𝗿𝗹𝗱 𝗚𝗸 𝗠𝗖𝗤 ⇩

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!