Type Here to Get Search Results !

Assamese Gk

Assamese Gk


Assamese GkMock Test
Mock test for Assam Competitive Exam
LanguageAssamese
SubjctAssamese Gk
Question20
Mark20
Time60 second per question

⇩ 𝗔𝘀𝘀𝗮𝗺𝗲𝘀𝗲 𝗚𝗸 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗛𝗶𝘀𝘁𝗼𝗿𝘆 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗚𝗲𝗼𝗴𝗿𝗮𝗽𝗵𝘆 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗚𝗸 ⇩

⇩ 𝗜𝗻𝗱𝗶𝗮𝗻 𝗛𝗶𝘀𝘁𝗼𝗿𝘆 ⇩

⇩ 𝗜𝗻𝗱𝗶𝗮𝗻 𝗚𝗲𝗼𝗴𝗿𝗮𝗽𝗵𝘆 ⇩

⇩ 𝗠𝗮𝘁𝗵 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩ 𝗖𝘂𝗿𝗿𝗲𝗻𝘁 𝗔𝗳𝗳𝗮𝗶𝗿𝘀 ⇩

⇩ 𝗖𝗼𝗺𝗽𝘂𝘁𝗲𝗿 𝗚𝗸 ⇩

⇩ 𝗥𝗲𝘀𝗼𝗻𝗶𝗻𝗴 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩ 𝗦𝗰𝗶𝗲𝗻𝗰𝗲 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩𝗪𝗼𝗿𝗹𝗱 𝗚𝗸 𝗠𝗖𝗤 ⇩

(ads1)

 1. অসমত কিমান শতিকাৰ পৰা লিপিৰ প্ৰচলন হৈছিল?

(a) চতুর্থ শতিকা
(b) পঞ্চম শতিকা
(c) দ্বাদশ শতিকা
(d) একবিংশ শতিকা
উত্তৰ: (b)

2. আহোমসকলে কেতিয়াৰ পৰা ৰাজ্যত শিক্ষাৰ প্ৰচলন কৰিছিল?
(a) একাদশ শতিকা
(b) দ্বাদশ শতিকা
(c) ত্রয়োদশ শতিকা
(d) অষ্টম শতিকা
উত্তৰ : (c)

3.প্ৰথমবাৰৰ বাবে অসমত কিমান চনত ইংৰাজী বিদ্যালয় স্থাপন হৈছিল?
(a) ১৯৩২ চনত
(b) ১৮৩৪ চনত
(c) ১৯০১ চনত
(d) ১৮৫০ চনত
উত্তৰ : (b)

4. অসমত স্থাপন হোৱা প্ৰথমখন ইংৰাজী বিদ্যালয়ৰ নাম কি?
(a) কটন কলেজ
(b) সন্দিকৈ কলেজ
(c) সোণাৰাম হাইস্কুল
(d) গৌহাটী ছেমিনাৰী
উত্তৰ : (d)

5. অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষা কিমান চনত অনুষ্ঠিত হৈছিল?
(a) ১৮৫৭ চনত
(b) ১৮৫৮ চনত
(c) ১৯৫৭ চনত
(d) ১৮৬২ চনত
উত্তৰ :(b)

6. অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ দ্বায়িত্ব লাভ কৰা বিদ্যালয়খনৰ নাম কি?
(a) কটন কলেজিয়েট স্কুল
(b) কটন কলেজ
(c) সোণাৰাম হাইস্কুল
(d) এটাও নহয়
উত্তৰ : (a)

7. অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ অনুমতি দিয়া বিশ্ববিদ্যালয়খনৰ নাম কি?
(a) গুৱাহাটী বিশ্ববিদ্যালয়
(b) কলিকতা বিশ্ববিদ্যালয়
(c) ডিব্ৰুগড় বিশ্ববিদ্যালয়
(d) মাদ্রাজ বিশ্ববিদ্যালয়
উত্তৰ: (b)

8. কিমান চনত অসমৰ শিক্ষানুষ্ঠানৰ পৰা অসমীয়া ভাষা অপসাৰণ কৰা হৈছিল?
(a) ১৮৩৫ চনত
(b) ১৮৩২ চনত
(c) ১৮৩৬ চনত
(d) ১৯৭৩ চনত
উত্তৰ: (c)

9. কিমান চনৰ পৰা কিমান চনলৈ অসমীয়া ভাষাক অসমৰ শিক্ষানুষ্ঠানৰ পৰা অপসাৰণ কৰা হৈছিল?
(a) ১৮৩৫-৭২ চনলৈ
(b) ১৮৩৬-৭৩ চনলৈ
(c) ১৮৪০-৮০ চনলৈ
(d) ১৮৩৫-৭৮ চনলৈ
উত্তৰ: (b)


10. মুৰাৰিচাঁদ কলেজ কিমান চনত স্থাপন হৈছিল?
(a) ১৮৯০ চনত
(b) ১৮৭০ চনত
(c) ১৮৯২ চনত
(d) ১৯০১ চনত
উত্তৰ : (b)

11. কটন কলেজক কিমান চনত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছিল?
(a) ২০১৫ চনৰ ১ জুনত
(b) ২০১৬ চনৰ ৫ জুনত
(c) ২০১৭ চনৰ ১ জুনত
(d) ২০২০ চনৰ ১ আগষ্ট
উত্তৰ : (c)

12. অবিভক্ত অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়ৰ নাম কি?
(a) লেডি কিন কলেজ
(b) সন্দিকৈ কলেজ
(c) নলবাৰী ছোৱালী মহাবিদ্যালয়
(d) এটাও নহয়

উত্তৰ : (a)

13. লেডি কিন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?
(a) ১৯৭৩ চনত
(b) ১৯৩৫ চনত
(c) ১৮৯২ চনত
(d) ১৯১৫ চনত
উত্তৰ: (b)

14. গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় কিমান
চনত স্থাপন হৈছিল?
(a) ১৯৩৫ চনত
(b) ১৯৩২ চনত
(c) ১৯৩৯ চনত
(d) ১৮৯১ চনত

উত্তৰ : (c)

15. সন্দিকৈ ছোৱালী মহাবিদ্যালয় স্থাপনৰ মুখ্য ব্যক্তিগৰাকী কোন আছিল?
(a) ৰাজবালা দাস
(b) আইদেউ সন্দিকৈ
(c) ইন্দিৰা মিৰী
(d) কনকলতা বৰুৱা
উত্তৰ : (a)

16. স্বাধীন অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয়ৰ নাম কি?
(a) নলবাৰী ছোৱালী মহাবিদ্যালয়
(b) যোৰহাট ছোৱালী মহাবিদ্যালয়
(c) গুৱাহাটী ছোৱালী মহাবিদ্যালয়
(d) সন্দিকৈ ছোৱালী মহাবিদ্যালয়
উত্তৰ: (d)

17. অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয় স্থাপন হোৱা ঠাইখনৰ নাম কি?
(a) নলবাৰী
(b) গুৱাহাটী
(c) নগাঁও
(d) যোৰহাট
উত্তৰ: (b)

18. অসমত বাধ্যতামূলক শিক্ষা আইন কিমান চনত
বলবৎ কৰা হৈছিল?
(a) ১৯২০ চনত
(b) ১৯৩৫ চনত
(c) ১৯২৬ চনত
(d) ১৯৫০ চনত
উত্তৰ: (c)

19. বুনীয়াদী শিক্ষা আইন কিমান চনত প্ৰয়োগ হৈছিল?
(a) ২০০৫ চনত
(b) ১৯৫৪ চনত
(c) ২০১২ চনত
(d) ২০০১ চনত
উত্তৰ: (b)

20. অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় নাম কি?
(a) ডিব্ৰুগড় বিশ্ববিদ্যালয়
(b) গুৱাহাটী বিশ্ববিদ্যালয়
(c) অসম বিশ্ববিদ্যালয়
(d) তেজপুৰ বিশ্ববিদ্যালয়
উত্তৰ: (b)
Assamese Gk


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!