Type Here to Get Search Results !

Assamese Quiz - অসমীয়া কুইজ

Assamese Quiz - অসমীয়া কুইজ


Assam GkMock Test
Mock test for Assam Competitive Exam
LanguageAssamese
SubjctAssam gk
Question50+
Mark50+
Time45 second per question
Apu
Right 0Wrong 0

Total Questions:

Attempt:

Correct:

Wrong:

Percentage:

Assamese Quiz - অসমীয়া কুইজ

1. অসমত চলচ্চিত্ৰৰ ভেটি প্রতিস্থা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? 

(a) ইন্দ্ৰমালতী 

(b) জয়মতী

(c) মনোমতী

(d) ৰূপহী

উত্তৰ : (b)জয়মতী

(ads1)

2. ‘জয়মতী' চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? 

(a) জ্যোতিপ্ৰসাদ আগৰৱালা

(b) ভূপেন হাজৰিকা

(c) দীপেন বৰুৱা

(d) ৰোহিণী বৰুৱা

উত্তৰ : (a)জ্যোতিপ্ৰসাদ আগৰৱালা

3. ‘জয়মতী’ চলচ্চিত্রই কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৩১ চনত

(b) ১৯৩২ চনত

(c) ১৯৩৪ চনত

(d) ১৯৩৫ চনত

উত্তৰ : (d)১৯৩৫ চনত

4. অসমত প্রতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ'ৰ নাম কি?

(a) চিত্রবন 

(b) এন. কে. প্ৰডাকচন

(c) জ্যোতি চিত্ৰবন  

(d) এটাও নহয় 

উত্তৰ: (a) চিত্রবন

5.‘ইন্দ্ৰমালতী’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৩৫ চনত

(b) ১৯৩৯ চনত

(c) ১৯৪১ চনত

(d) ১৯৩৪ চনত

উত্তৰ: (b)১৯৩৯ চনত

6. ‘মনোমতী’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৩৫ চনত

(b) ১৯৩৯ চনত

(c) ১৯৪১ চনত

(d) ১৯৪০ চনত

উত্তৰ : (c)১৯৪১ চনত

7. মনোমতী ছবিখনৰ পৰিচালক কোন আছিল? 

(a) কমল নাৰায়ণ চৌধুৰী 

(b) ৰোহিণী বৰুৱা

(c) পাৰ্বতিপ্ৰসাদ বৰুৱা

(d) ভূপেন হাজৰিকা

উত্তৰ: (b)ৰোহিণী বৰুৱা

8. ‘চিৰাজ’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল ?

(a) ১৯৪৫ চনত

(b) ১৯৪২ চনত

(c) ১৯৪৮ চনত

(d) ১৯৫০ চনত

উত্তৰ: (c)১৯৪৮ চনত

9. ‘সতী বেউলা’ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৪৮ চনত 

(b) ১৯৫৪ চনত 

(c) ১৯৫০ চনত 

(d) ১৯৪৪ চনত 

উত্তৰ: (b)১৯৫৪ চনত 

10. ‘সতী বেউলা’ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৪৮ চনত 

(b) ১৯৫৪ চনত 

(c) ১৯৫০ চনত 

(d) ১৯৪৪ চনত 

উত্তৰ: (b)১৯৫৪ চনত 

11. ‘নিমিলা অংক’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৫৫ চনত 

(b) ১৯৬০ চনত 

(c) ১৯৫০ চনত 

(d) ১৯৭২ চনত

উত্তৰ:(a) ১৯৫৫ চনত 

12. ‘এৰা বাটৰ সুৰ’ ছবিখনৰ পৰিচালক কোন আছিল? 

(a) ফণী শৰ্মা

(b) ড° ভূপেন হাজৰিকা  

(c) লক্ষ্যধৰ চৌধুৰী 

(d) সুনীল গাংগুলী

উত্তৰ (b)ড° ভূপেন হাজৰিকা

13. প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি?

(a) ভাইটি

(b) শকুন্তলা

(c) জয়মতী

(d) ভাগ্য

উত্তৰ: (a) ভাইটি

14. হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি?

(a) মৰিচিকা

(b) বৃষ্টি 

(c) ভাগ্য

(d) অগ্নিস্নান

উত্তৰ: (c) ভাগ্য

15. বিদেশত প্রদর্শিত প্রথমখন অসমীয়া ছবিৰ নাম কি?

(a) অগ্নিস্নান

(b) ভাগ্য 

(c) অবুজ বেদনা

(d) পূবেৰুণ

উত্তৰ : (d) পূবেৰুণ

16. ‘এৰা বাটৰ সুৰ’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৫৬ চনত

(b) ১৮৯৯ চনত

(c) ১৯৫০ চনত

(d) ১৯৬২ চনত

উত্তৰ: (a) ১৯৫৬ চনত

17. ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠ চিত্রনাট্যৰ সন্মান পোৱা প্ৰথম

অসমীয়া ছবিখনৰ নাম কি?

(a) সতী বেউলা

(b) ভাগ্য

(c) অগ্নিস্নান

(d) শকুন্তলা

উত্তৰ: (c) অগ্নিস্নান

18. অসমীয়া ছবিয়ে কিমান চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিল?

(a) ১৯৫৫ চনত 

(b) ১৯৭৫ চনত 

(c) ১৯৯৫ চনত 

(d) ১৯৮৫ চনত 

উত্তৰঃ (d) ১৯৮৫ চনত 

19. ইন্দিয়ান পেনোৰাম’ত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি?

(a) অগ্নিস্নান

(b) ইতিহাস

(c) শকুন্তলা

(d) এৰা বাটৰ সুৰ

উত্তৰ: (b)ইতিহাস

20. স্বর্ণকমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি?

(a) অগ্নিস্নান

(b) হালধীয়া চৰায়ে বাও ধান খায়

(c) জীৱন সুৰভি

(d) ৰঙা পুলিচ

উত্তৰ : (b) হালধীয়া চৰায়ে বাও ধান খায়

21. স্বর্ণকমল বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া পৰিচালক কোন?

(a) জাহ্নু বৰুৱা

(b) নীপ বৰুৱা

(c) ড° ভূপেন হাজৰিকা 

(d) আব্দুল মজিদ

উত্তৰ : (a) জাহ্নু বৰুৱা

22. প্রথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? 

(a) ৰঙা পুলিচ 

(b) অবুজ বেদনা 

(c) নযণমণি

(d) পিয়লী ফুকন  

উত্তৰঃ (b) অবুজ বেদনা 

23. প্ৰথমখন অসমীয়া শিশু চলচ্চিত্রই কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৬৮ চনত

(b) ১৯৯৪ চনত

(c) ১৯৯৩ চনত

(d) ১৯৯১ চনত

উত্তৰ : (c) ১৯৯৩ চনত

24. ‘সাগৰলৈ বহুদূৰ’ ছবিখনৰ পৰিচালক কোন আছিল?

(a) নীপ বৰুৱা

(b) জয় বৰুৱা

(c) সত্যপ্ৰসাদ বৰুৱা 

(d) জাহ্নু বৰুৱা 

উত্তৰ : (d)জাহ্নু বৰুৱা

25. দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি কি আছিল?

অসমীয়া কুইজ


(a) নয়ণমণি

(b) বৃষ্টি

(c) অবুজ বেদনা

(d) ৰঙা পুলিচ

উত্তৰ: (b)বৃষ্টি

26. ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি?

(a) জাহ্নু বৰুৱা 

(b) ড° ভূপেন হাজৰিকা 

(c) ব্ৰজেন বৰুৱা

(d) নিপ বৰুৱা 

উত্তৰ:(d) নিপ বৰুৱা 

27. ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল?

(a) ৰঙা পুলিচ

(b) জয়মতী

(c) চামেলি মেমচাব

(d) অদাহ্য

উত্তৰ : (a)ৰঙা পুলিচ

28. শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? 

(a) চামেলি মেমচাব 

(b) অগ্নিস্নান 

(c) হৃদয়ৰ আঁৰে আঁৰে 

(d) ফিৰিঙতি

উত্তৰ : (a)চামেলি মেমচাব 

29. 'চামেলি মেমচাব’ৰ শ্ৰেষ্ঠ সংগীত পৰিচালকগৰাকী কোন আছিল?

(a) জাহ্নু বৰুৱা

(b) ড° ভূপেন হাজৰিকা 

(c) জয় বৰুৱা

(d) আব্দুল মজিদ

উত্তৰ: (b)ড° ভূপেন হাজৰিকা 

30. সংগীত নাটক অকাডেমীৰ বাবে নির্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া কোন?

(a) আব্দুল মজিদ 

(b) জাহ্নু বৰুৱা

(c) ড° ভূপেন হাজৰিকা

(d) মঞ্জু বৰুৱা

উত্তৰ: (c)ড° ভূপেন হাজৰিকা

31. মামণি ৰয়ছম গোস্বামীৰ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসৰ আধাৰত ৰচিত অসমীয়া ছবিখনৰ নাম কি?

(a) এৰাবাটৰ সুৰ

(b) পখী

(c) মৎস্যগন্ধা

(d) আদাহ্য

উত্তৰঃ (d)আদাহ্য

32. জ্যোতি চিত্ৰবন কিমান চনত প্ৰতিষ্ঠা হৈছিল?

(a) ১৯৬৮ চনত

(b) ১৯৭৮ চনত

(c) ১৯৮৮ চনত

(d) ১৯৫৮ চনত

উত্তৰ : (a)১৯৬৮ চনত

33. ‘প্ৰতিধ্বনি’ ছবিখনৰ মূল আধাৰ কি আছিল? 

(a) কাৰ্বি লোককথা 

(b) খাচি লোককথা

(c) ৰাভা লোককথা 

(d) মিচিং লোককথা 

উত্তৰ: (b)খাচি লোককথা

34. ব্যৱসায়িকভাৱে প্ৰযোজিত হোৱা প্ৰথমখন অসমীয়া ছবিৰ নাম কি?

(a) এৰাবাটৰ সুৰ 

(b) চামেলি মেমচাব 

(c) চিকমিক বিজুলী 

(d) ভাগ্য

উত্তৰঃ (c)চিকমিক বিজুলী 

35. প্ৰথমখন আৱেগ মিশ্ৰিত থ্রিলাৰ সদৃশ অসমীয়া

ছবিৰ নাম কি? 

(a) গঙা চিলনীৰ পাখি 

(b) ডাঃ বেজবৰুৱা 

(c) ভাইটি

(d) যোগ বিয়োগ

উত্তৰ: (b)ডাঃ বেজবৰুৱা 

36. হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ হোৱা প্ৰথমখন অসমীয়া ছবি কি?

(a) ডাঃ বেজবৰুৱা

(b) জাংফাই জোনাক

(c) অপৰাজেয়

(d) মুকুতা

উত্তৰ: (b)জাংফাই জোনাক

37. অসমীয়া ছবিলৈ হাই ডেফিনেচন ডিজিটেল পদ্ধতি কাঢ়িয়াই অনা প্ৰথমগৰাকী পৰিচালক কোন?

(a) ড° ভূপেন হাজৰিকা

(b) জাহ্নু বৰুৱা

(c) নীপ বৰুৱা

(d) সঞ্জীৱ সভাপণ্ডিত

উত্তৰ: (d)সঞ্জীৱ সভাপণ্ডিত

38. জাহ্নু বৰুৱাই কোনখন ছবিৰ বাবে শ্রেষ্ঠ পৰিবেশ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল?

(a) হালধীয়া চৰায়ে বাওধান খায়

(b) বনানী

(c) অনিবার্ণ

(d) মুকুতা

উত্তৰ: (b)বনানী

39. অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি?

(a) মনিষা হাজৰিকা 

(b) মঞ্জু বৰা 

(c) ৰীমা দাস 

(d) তৰালি শৰ্মা

উত্তৰ : (a)মনিষা হাজৰিকা 

40. বাংলা কথাছবিৰ পৰিচালক হিচাপে খ্যাতি লাভ কৰা প্ৰথমগৰাকী অসমীয়া পৰিচালক কোন? 

(a) সীমা বিশ্বাস 

(b) ড° ভূপেন হাজৰিকা 

(c) প্ৰমথেশ বৰুৱা 

(d) সুমন হৰিপ্ৰিয়া

উত্তৰঃ (c)প্ৰমথেশ বৰুৱা 

41. ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্রথম বঙালী কথাছবিখনৰ নাম কি?

(a) মাহুদ বন্ধুৰে 

(c) বনানী 

(b) দেৱদাস 

(d) কদম তলে কৃষ্ণ নাচে 

উত্তৰ : (a)মাহুদ বন্ধুৰে 

42. ‘ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড’ লাভ কৰা প্ৰথমগৰাকী অসমীয়া কঠাশিল্পী কোন?

(a) অংগৰাগ পাপন মহন্ত

(b) জয় বৰুৱা

(c) ড° ভূপেন হাজৰিকা

(d) জুবিন গাৰ্গ

উত্তৰ : (d)জুবিন গাৰ্গ

43. ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অন্তৰীপ' উপন্যাসৰ আধাৰত নির্মিত চলচ্চিত্ৰখনৰ নাম কি? 

(a) কালসন্ধা 

(b) অগ্নিস্নান 

(c) কোলাহল 

(d) বেদুইন 

উত্তৰ : (b)অগ্নিস্নান 

44. ১৯৫৫ চনত ‘ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট’ সন্মান লাভ কৰা অসমীয়া ছবিখনৰ নাম কি? 

(a) জাংফাই জোনাক 

(b) বকুৰ মাজত জ্বলে 

(c) পিয়লি ফুকন 

(d) অগ্নিস্নান

উত্তৰঃ (c)পিয়লি ফুকন 

45. অসমীয়া চলচিত্ৰলৈ প্ৰথম ৰাষ্ট্ৰীয় পুৰষ্কাৰ কঢ়িয়াই

অনা অসমীয়া পৰিচালকগৰাকী কোন?

(a) ড° ভূপেন হাজৰিকা

(b) জাহ্নু বৰুৱা

(c) ড° ভবেন্দ্রনাথ শইকীয়া 

(d) ৰীমা দাস

উত্তৰ : (a)ড° ভূপেন হাজৰিকা

46. ২০০৬ চনৰ মালয়েছিয়াৰ কোৱালামপুৰত অনুষ্ঠিত ‘গ্লৱেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড' অনুষ্ঠানত শ্রেষ্ঠ কণ্ঠশিল্পীৰ সন্মান পোৱা অসমীয়া শিল্পীগৰাকী কোন?

(a) জয় বৰুৱা

(b) অনুৰাগ শইকীয়া 

(c) জুবিন গাৰ্গ

(d) অংগৰাগ পাপন মহন্ত

উত্তৰ: (c)জুবিন গাৰ্গ

47. ড° ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা একমাত্ৰ হিন্দী ছবিখনৰ নাম কি? 

(a) অনিবার্ণ 

(b) কালসন্ধ্যা

(c) ভাগ্য

(d) হস্তৰী কন্যা

উত্তৰ: (b)কালসন্ধ্যা

48. ‘নিমিলা অংক’ ছবিখনৰ পৰিচালক কোন আছিল?

(a) নিপ বৰুৱা

(b) লক্ষ্যধৰ চৌধুৰী

(c) ফণী শৰ্মা

(d) ড° ভূপেন হাজৰিকা

উত্তৰ : (b)লক্ষ্যধৰ চৌধুৰী

49. পৰিচালক নিপ বৰুৱাই ১৯৫৭ চনত উৎকৰ্ষতাৰ

মানপত্ৰ লাভ কৰা ছবিখন কি আছিল?

(a) মাক আৰু মৰম 

(b) স্মৃতিৰ পৰশ 

(c) প্রতিধ্বনি 

(d) মন প্রজাপতি

উত্তৰ : (a)মাক আৰু মৰম 

50. সর্বাধিক অসমীয়া ছবি পৰিচালনা কৰা

পৰিচালকগৰাকী কোন?

(a) ড° ভূপেন হাজৰিকা 

(b) নিপ বৰুৱা

(c) ড° ভবেন্দ্রনাথ শইকীয়া

(d) ব্ৰজেন বৰুৱা

উত্তৰ: (b)নিপ বৰুৱা

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!