Type Here to Get Search Results !

অসমীয়া চলচ্চিত্ৰৰ কুইজ ভাগ ২ - Assamese Movie's Quiz Part 2

অসমীয়া চলচ্চিত্ৰৰ কুইজ ভাগ ২


অসমীয়া চলচ্চিত্ৰ জগতৰMock Test Part 2
Mock test for Assam Competitive Exam
LanguageAssamese
Subjctঅসমীয়া চলচ্চিত্ৰ
Question30
Website Axomiaii.com
Time60 second per question
কুইজ দিবলৈ নিজৰ নামটো লিখি ( Enter Name) কিহৰ কাৰণে প্ৰস্তুতি চলায় আছে (Preparation For) সেইটো লিখি Continue ত ক্লিক কৰক , তাৰ পিছত Start The Quiz ত ক্লিক কৰক (alert-error)

⇩ 𝗔𝘀𝘀𝗮𝗺𝗲𝘀𝗲 𝗚𝗸 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗛𝗶𝘀𝘁𝗼𝗿𝘆 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗚𝗲𝗼𝗴𝗿𝗮𝗽𝗵𝘆 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗚𝗸 ⇩

⇩ 𝗜𝗻𝗱𝗶𝗮𝗻 𝗛𝗶𝘀𝘁𝗼𝗿𝘆 ⇩

⇩ 𝗜𝗻𝗱𝗶𝗮𝗻 𝗚𝗲𝗼𝗴𝗿𝗮𝗽𝗵𝘆 ⇩

⇩ 𝗠𝗮𝘁𝗵 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩ 𝗖𝘂𝗿𝗿𝗲𝗻𝘁 𝗔𝗳𝗳𝗮𝗶𝗿𝘀 ⇩

⇩ 𝗖𝗼𝗺𝗽𝘂𝘁𝗲𝗿 𝗚𝗸 ⇩

⇩ 𝗥𝗲𝘀𝗼𝗻𝗶𝗻𝗴 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩ 𝗦𝗰𝗶𝗲𝗻𝗰𝗲 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩𝗪𝗼𝗿𝗹𝗱 𝗚𝗸 𝗠𝗖𝗤 ⇩

অসমীয়া চলচ্চিত্ৰৰ কুইজ ভাগ ২ - Assamese Movie's Quiz Part 2

1. ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্রথম বঙালী কথাছবিখনৰ নাম কি?

(a) মাহুদ বন্ধুৰে 

(b) দেৱদাস

(c) বনানী

(d) কদম তলে কৃষ্ণ নাচে

উত্তৰ : (a)


2. 'ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড' লাভ কৰা প্ৰথমগৰাকী অসমীয়া কঠাশিল্পী কোন?

(a) অংগৰাগ পাপন মহন্ত

(b) জয় বৰুৱা

(c) ড° ভূপেন হাজৰিকা

(d) জুবিন গাৰ্গ

উত্তৰঃ (d)


3. ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অন্তৰীপ' উপন্যাসৰ আধাৰত নির্মিত চলচ্চিত্ৰখনৰ নাম কি? 

(a) কালসন্ধা 

(b) অগ্নিস্নান

(c) কোলাহল  

(d) বেদুইন

উত্তৰঃ (b)


4. ১৯৫৫ চনত ‘ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট’ সন্মান লাভ কৰা অসমীয়া ছবিখনৰ নাম কি? 

(a) জাংফাই জোনাক 

(b) বকুৰ মাজত জ্বলে 

(c) পিয়লি ফুকন 

(d) অগ্নিস্নান

উত্তৰঃ (c)


5. অসমীয়া চলচিত্ৰলৈ প্ৰথম ৰাষ্ট্ৰীয় পুৰষ্কাৰ কঢ়িয়াই অনা অসমীয়া পৰিচালকগৰাকী কোন?

(a) ড° ভূপেন হাজৰিকা

(b) জাহ্নু বৰুৱা

(c) ড° ভবেন্দ্রনাথ শইকীয়া

(d) ৰীমা দাস

উত্তৰ : (a)


6. ২০০৬ চনৰ মালয়েছিয়াৰ কোৱালামপুৰত অনুষ্ঠিত ‘গ্লৱেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড’ অনুষ্ঠানত শ্রেষ্ঠ কণ্ঠশ্লিপীৰ সন্মান পোৱ অসমীয়া শিল্পীগৰাকী কোন?

(a) জয় বৰুৱা

(b) অনুৰাগ শইকীয়া 

(c) জুবিন গাৰ্গ

(d) অংগৰাগ পাপন মহন্ত

উত্তৰঃ (c)


7. ড° ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা একমাত্ৰ হিন্দী ছবিখনৰ নাম কি? 

(a) অনিবার্ণ 

(b) কালসন্ধ্যা

(c) ভাগ্য

(d) হস্তৰী কন্যা 

উত্তৰঃ (b) 


8. ‘নিমিলা অংক’ ছবিখনৰ পৰিচালক কোন আছিল? 

(a) নিপ বৰুৱা 

(b) লক্ষ্যধৰ চৌধুৰী

(c) ফণী শৰ্মা 

(d) ড° ভূপেন হাজৰিকা

উত্তৰঃ (b)  


9. পৰিচালক নিপ বৰুৱাই ১৯৫৭ চনত উৎকৰ্ষতাৰ মানপত্ৰ লাভ কৰা ছবিখন কি আছিল? 

(a) মাক আৰু মৰম 

(b) স্মৃতিৰ পৰশ 

(c) প্রতিধ্বনি 

(d) মন প্রজাপতি 

উত্তৰ : (a)


10. সবার্ধিক অসমীয়া ছবি পৰিচালনা কৰা পৰিচালকগৰাকী কোন?

(a) ড° ভূপেন হাজৰিকা 

(b) নিপ বৰুৱা

(c) ড° ভবেন্দ্ৰনাথ শইকীয়া

(d) ব্ৰজেন বৰুৱা

উত্তৰঃ (b)


11. ‘চিকমিক বিজুলী’ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? 

(a) ১৯৫৯ চনত

(b) ১৯৬৭ চনত 

(c) ১৯৬৯ চনত

(d) ১৯৮৯ চনত

উত্তৰ : (c)


12. প্ৰথমবাৰৰ বাবে শ্রেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ বঁটা লাভ কৰা ছবিখনৰ নাম কি?

(a) শকুন্তলা

(b) প্রতিধ্বনি

(c) ৰঙা পুলিচ  

(d) ডাক্তৰ বেজবৰুৱা

উত্তৰঃ (d)


13. প্ৰথম অসমীয়া হাস্য-ব্যংগ ৰসাত্মক ছবিখনৰ নাম কি আছিল?

(a) ইটো সিটো বহুতো 

(b) ৰঙা পুলিচ

(c) লটিঘটি 

(d) ভাক্তৰ বেজবৰুৱা 

উত্তৰ : (a)


14. প্রথম অসমীয়া হাস্য-ব্যংগ ৰসাত্মক ছবি পৰিচালকগৰাকী নাম কি?

(a) ড° ভূপেন হাজৰিকা

(b) ব্ৰজেন বৰুৱা

(c) নিপ বৰুৱা 

(d) আব্দুল মজিদ

উত্তৰঃ (b)


15. অসমৰ প্ৰথমখন বাস্তৱধৰ্মী চলচ্চিত্ৰৰ নাম কি? 

(a) অপৰাজেয় 

(b) সন্ধ্যাৰাগ

(c) কল্লোল

(d) পুতলা ঘৰ

 উত্তৰ  : (a)


16. বিদেশৰ চলচ্চিত্র মহোৎসৱত প্রদর্শিত প্ৰথমখন অসমীয়া চলচ্চিত্র নাম কি?

(a) অনিবার্ণ

(b) অগ্নিস্নান

(c) সন্ধ্যাৰাগ

(d) অপৰূপা

উত্তৰঃ (c)


17. ‘ককাদেউতা, নাতি আৰু হাতী’ শীর্ষক ছবিখনৰ পৰিচালক কোন আছিল?

(a) শিৱপ্ৰসাদ বৰুৱা 

(b) নিপ বৰুৱা 

(c) দ্বিবন বৰুৱা 

(d) ব্ৰজেন বৰুৱা

উত্তৰঃ (b)


18. ইন্দিৰা গান্ধী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল?

(a) সাগৰকৈ বহুদূৰ

(b) ইতিহাস 

(c) ৰাগ-বিৰাগ 

(d) অদাহ্য

উত্তৰঃ (c)


19. ইণ্ডিয়ান পেনোৰামাৰ উদ্ধোধনী ছবিৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? 

(a) ৰাগ-বিৰাগ 

(b) অদ্যহ্য

(c) কুশনা

(d) মহাৰথী

উত্তৰ : (a)

অসমীয়া চলচ্চিত্ৰ কুইজ


20. বাংলা ছবিত অভিনয় কৰা প্ৰথমগৰাকী অসমীয়া শিল্পী কোন?

(a) ড° ভূপেন হাজৰিকা

(b) প্ৰমথেশ বৰুৱা

(c) আশা বৰদলৈ

(d) আইমী বৰুৱা

উত্তৰঃ (b)


21. হিন্দীৰ পৰা অসমীয়ালৈ প্ৰছমবাৰৰ বাবে কিমান চনত অসমীয়া ছবিৰ ভাষান্তৰ (ডাবিং) হৈছিল? 

(a) ১৯৫০ চনত 

(b) ১৯৫৬ চনত

(c) ১৯৬৮ চনত 

(d) ১৯৭০ চনত 

উত্তৰঃ (c)


22. ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?

(a) এৰা বাটৰ সুৰ 

(b) পিয়লী ফুকন

(c) ডাক্তৰ বেজবৰুৱা 

(d) ৰঙা পুলিচ 

উত্তৰঃ (b)


23. অনা অসমীয়া শিল্পীয়ে অভিনয় কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি?

(a) এৰা বাটৰ সুৰ 

(b) অদাহ্য 

(c) ভাগ্য 

(d) পূবেৰুণ

উত্তৰ : (a)


24. বিদেশত প্ৰদৰ্শিত প্রথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

(a) অদাহ্য

(b) পূবেৰুণ

(c) পিয়লি ফুকন 

(d) অগ্নিস্নান

উত্তৰঃ (b)


25. বড়ো ভাষাৰ প্ৰথমখন ছবি কি?

(a) ছোংগালি

(b) গদান মুগা

(c) আলয়াৰণ 

(d) জিউনি চিমাং 

উত্তৰঃ (c)


26. প্রথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? 

(a) ৰামধেনু 

(b) কোলাহল

(c) আজলী নবৌ 

(d) নয়ণমণি

উত্তৰ : (c)  


27. প্রথম অসমীয়া ধৰ্মমূলক ছবিখনৰ নাম কি?

(a) পানেই জংকী 

(b) সতী বেউলা

(c) নয়ণমণি   

(d) চিক্‌মিক্‌ বিজুলী 

উত্তৰঃ (b)


28. দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবি কি?

(a) ৰামধেনু 

(b) বৃষ্টি 

(c) শকুন্তলা  

(d) জয়মতী

উত্তৰঃ (b)বৃষ্টি 

29. কোনখন অসমীয়া ছবিয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিল?
(a) অগ্নিস্নান
(b) ৰঙা পুলিচ
(c) সাগৰলৈ বহুদূৰ
(d) হালধীয়া চৰায়ে বাওধান খায়
উত্তৰঃ (d) হালধীয়া চৰায়ে বাওধান খায়

30. ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালক আছিল?
(a) নীপ বৰুৱা
(b) জয় বৰুৱা
(c) সত্যপ্ৰসাদ বৰুৱা
(d) জাহ্নু বৰুৱা
উত্তৰঃ(a) নীপ বৰুৱা

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!