Type Here to Get Search Results !

অসমীয়া চলচ্চিত্ৰৰ কুইজ - Assamese Movie's Quiz

অসমীয়া চলচ্চিত্ৰ জগতৰ কুইজ


অসমীয়া চলচ্চিত্ৰ জগতৰMock Test
Mock test for Assam Competitive Exam
LanguageAssamese
Subjctঅসমীয়া চলচ্চিত্ৰ
Question40
Website Axomiaii.com
Time60 second per question

⇩ 𝗔𝘀𝘀𝗮𝗺𝗲𝘀𝗲 𝗚𝗸 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗛𝗶𝘀𝘁𝗼𝗿𝘆 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗚𝗲𝗼𝗴𝗿𝗮𝗽𝗵𝘆 ⇩

⇩ 𝗔𝘀𝘀𝗮𝗺 𝗚𝗸 ⇩

⇩ 𝗜𝗻𝗱𝗶𝗮𝗻 𝗛𝗶𝘀𝘁𝗼𝗿𝘆 ⇩

⇩ 𝗜𝗻𝗱𝗶𝗮𝗻 𝗚𝗲𝗼𝗴𝗿𝗮𝗽𝗵𝘆 ⇩

⇩ 𝗠𝗮𝘁𝗵 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩ 𝗖𝘂𝗿𝗿𝗲𝗻𝘁 𝗔𝗳𝗳𝗮𝗶𝗿𝘀 ⇩

⇩ 𝗖𝗼𝗺𝗽𝘂𝘁𝗲𝗿 𝗚𝗸 ⇩

⇩ 𝗥𝗲𝘀𝗼𝗻𝗶𝗻𝗴 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩ 𝗦𝗰𝗶𝗲𝗻𝗰𝗲 𝗚𝗸 𝗠𝗖𝗤 ⇩

⇩𝗪𝗼𝗿𝗹𝗱 𝗚𝗸 𝗠𝗖𝗤 ⇩

অসমীয়া চলচ্চিত্ৰ জগতৰ কুইজ

1. অসমত চলচ্চিত্ৰৰ ভেটি প্রতিস্থা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি?

(a) ইন্দ্ৰমালতী

(b) জয়মতী

(c) মনোমতী

(d) ৰূপহী

উত্তৰ : (b) জয়মতী

Assamese Movie related Quiz


2. ‘জয়মতী’ চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? (a) জ্যোতিপ্ৰসাদ আগৰৱালা 

(b) ভূপেন হাজৰিকা 

(c) দীপেন বৰুৱা 

(d) ৰোহিণী বৰুৱা 

উত্তৰ : (a) জ্যোতিপ্ৰসাদ আগৰৱালা 


3. ‘জয়মতী’ চলচ্চিত্রই কিমান চনত মুক্তি লাভ কৰিছিল? 

(a) ১৯৩১ চনত 

(b) ১৯৩২ চনত

(c) ১৯৩৪ চনত

(d) ১৯৩৫ চনত

উত্তৰ : (d) ১৯৩৫ চনত


 4. অসমত প্রতিষ্ঠিত প্রথমটো ষ্টুডিঅ'ৰ নাম কি?

(a) চিত্রবন

(b) এন. কে. প্ৰডাকচন 

(c) জ্যোতি চিত্ৰবন

(d) এটাও নহয়

উত্তৰ : (a) চিত্রবন , স্থাপিত: ১৯৬১


5. 'ইন্দ্ৰমালতী’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? 

(a) ১৯৩৫ চনত

(b) ১৯৩৯ চনত

(c) ১৯৪১ চনত

(d) ১৯৩৪ চনত

উত্তৰঃ (b)১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ


6. ‘মনোমতী’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৩৫ চনত

(b) ১৯৩৯ চনত

(c) ১৯৪১ চনত

(d) ১৯৪০ চনত

উত্তৰঃ (c)৩ এপ্ৰিল ১৯৪১ চনত পৰিচালক ৰোহিনী কুমাৰ বৰুৱা 


7. দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবি কি?

(a) ৰামধেনু 

(b) বৃষ্টি 

(c) শকুন্তলা  

(d) জয়মতী

উত্তৰঃ (b) বৃষ্টি ১৯৭৪ চনত মুক্তি পোৱা , দেউতি বৰুৱাৰ দ্বাৰা পৰিচালিত 


8. ‘চিৰাজ’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৪৫ চনত

(b) ১৯৪২ চনত

(c) ১৯৪৮ চনত

(d) ১৯৫০ চনত

উত্তৰঃ (c)১৯৪৮ চনত ছবিখন যুটীয়াভাবে পৰিচালনা কৰিছিল বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই।


9. ‘সতী বেউলা’ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল?

(a) ১৯৪৮ চনত

(b) ১৯৫৪ চনত

(c) ১৯৪৮ চনত

(d) ১৯৫০ চনত

উত্তৰঃ(c)


10. অষ্কাৰৰ মনোণয়ণৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমখন অসমীয়া ছবি কি?

(a) ভিলেজ ৰকষ্টাৰ্ছ 

(b) আমিষ

(c) অদাহ্য

(d) ৰামধেনু

উত্তৰঃ (a)



11. ‘নিমিলা অংক’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? 

(a) ১৯৫৫ চনত

(b) ১৯৬০ চনত

(c) ১৯৫০ চনত

(d) ১৯৭২ চনত

উত্তৰঃ (a) ১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীৰ দ্বাৰা পৰিচালিত 


12. ‘এৰা বাটৰ সুৰ’ ছবিখনৰ পৰিচালক কোন আছিল? 

(a) ফণী শৰ্মা

(b) ড° ভূপেন হাজৰিকা

(c) লক্ষ্যধৰ চৌধুৰী 

(d) সুনীল গাংগুলী

উত্তৰঃ (b) ড° ভূপেন হাজৰিকা ৩০ নবেম্বৰ, ১৯৫৬ চনত মুক্তি লাভ কৰিছিল 


13. প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? 

(a) ভাইটি

(b) শকুন্তলা

(c) জয়মতী

(d) ভাগ্য

উত্তৰঃ (a) ভাইটি ১৯৭২ চনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে আৰু চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই


14. হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি?

(a) মৰিচিকা

(b) বৃষ্টি 

(c) ভাগ্য

(d) অগ্নিস্নান

উত্তৰঃ (c) ভাগ্য ১৯৬৭ চনত মুক্ত লাভ কৰিছিল 


15. বিদেশত প্রদর্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি?

(a) অগ্নিস্নান

(b) ভাগ্য

(c) অবুজ বেদনা

(d) পূবেৰুণ

উত্তৰঃ (d)পূবেৰুণ ১৯৫৯ চনত মুক্তি লাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া কথাছবি। ১৯৫৯ত ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। পূবেৰুণ ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল । 


16. ‘এৰা বাটৰ সুৰ’ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল ?

(a) ১৯৫৬ চনত 

(b) ১৮৯৯ চনত

(c) ১৯৫০ চনত  

(d) ১৯৬২ চনত

উত্তৰ : (a)


17. ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠ চিত্রনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?

(a) সতী বেউলা

(b) ভাগ্য

(c) অগ্নিস্নান

(d) শকুন্তলা

উত্তৰঃ (c) অগ্নিস্নান  ভবেন্দ্ৰনাথ শইকীয়াই দ্বাৰা পৰিচালিত , ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে ।


18. অসমীয়া ছবিয়ে কিমান চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিল?

(a) ১৯৫৫ চনত 

(b) ১৯৭৫ চনত

(c) ১৯৯৫ চনত  

(d) ১৯৮৫ চনত 

উত্তৰঃ (d)১৯৮৫ চনত  জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰৰ বাবে 


19. ইন্দিয়ান পেনোৰাম’ত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি?

(a) অগ্নিস্নান

(b) ইতিহাস

(c) শকুন্তলা

(d) এৰা বাটৰ সুৰ

উত্তৰঃ (b)


20. স্বর্ণকমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি?

(a) অগ্নিস্নান

(b) হালধীয়া চৰায়ে বাও ধান খায়

(c) জীৱন সুৰভি

(d) ৰঙা পুলিচ

উত্তৰঃ (b)হালধীয়া চৰায়ে বাও ধান খায়


21. স্বর্ণকমল বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া পৰিচালক কোন?

(a) জাহ্নু বৰুৱা 

(b) নীপ বৰুৱা

(c) ড° ভূপেন হাজৰিকা 

(d) আব্দুল মজিদ

উত্তৰ : (a)


22. প্রথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? 

(a) ৰঙা পুলিচ 

(b) অবুজ বেদনা

(c) নযণমণি 

(d) পিয়লী ফুকন

উত্তৰঃ (b)  


23. প্ৰথমখন অসমীয়া শিশু চলচ্চিত্ৰই কিমান চনত মুক্তি লাভ কৰিছিল ?

(a) ১৯৬৮ চনত 

(b) ১৯৯৪ চনত

(c) ১৯৯৩ চনত

(d) ১৯৯১ চনত

উত্তৰঃ (c)


24. ‘সাগৰলৈ বহুদূৰ’ ছবিখনৰ পৰিচালক কোন আছিল

?

(a) নীপ বৰুৱা

(b) জয় বৰুৱা

(c) সত্যপ্ৰসাদ বৰুৱা

(d) জাহ্নু বৰুৱা

উত্তৰঃ (d) 


25. দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি কি আছিল?

(a) নয়ণমণি

(b) বৃষ্টি

(c) অবুজ বেদনা

(d) ৰঙা পুলিচ

উত্তৰঃ (b)



26. ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি?

(a) জাহ্নু বৰুৱা 

(b) ড° ভূপেন হাজৰিকা

(c) ব্ৰজেন বৰুৱা  

(d) নিপ বৰুৱা

উত্তৰঃ (d)


27. ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল?

(a) ৰঙা পুলিচ

(b) জয়মতী

(c) চামেলি মেমচাব

(d) অদাহ্য

উত্তৰঃ (a)

28. শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?

(a) চামেলি মেমচাব 

(b) অগ্নিস্নান 

(c) হৃদয়ৰ আঁৰে আঁৰে

(d) ফিৰিঙতি

উত্তৰঃ (a)


29. 'চামেলি মেমচাব’ৰ শ্ৰেষ্ঠ সংগীত পৰিচালকগৰাকী কোন আছিল?

(a) জাহ্নু বৰুৱা

(b) ড° ভূপেন হাজৰিকা 

(c) জয় বৰুৱা

(d) আব্দুল মজিদ

উত্তৰঃ (b)


30. সংগীত নাটক অকাডেমীৰ বাবে নির্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া কোন?

(a) আব্দুল মজিদ 

(b) জাহ্নু বৰুৱা

(c) ড° ভূপেন হাজৰিকা 

(d) মঞ্জু বৰুৱা 

উত্তৰঃ (c)


31. মামণি ৰয়ছম গোস্বামীৰ 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসৰ আধাৰত ৰচিত অসমীয়া ছবিখনৰ নাম কি?

(a) এৰাবাটৰ সুৰ

(b) পখী

(c) মৎস্যগন্ধা

(d) আদাহ্য

উত্তৰঃ (d)


32. জ্যোতি চিত্ৰবন কিমান চনত প্ৰতিষ্ঠা হৈছিল?

(a) ১৯৬৮ চনত 

(b) ১৯৭৮ চনত

(c) ১৯৮৮ চনত 

(d) ১৯৫৮ চনত

উত্তৰঃ (a)  



33. ‘প্রতিধ্বনি’ ছবিখনৰ মূল আধাৰ কি আছিল?

(a) কাৰ্বি লোককথা 

(b) খাচি লোককথা 

(c) ৰাভা লোককথা 

(d) মিচিং লোককথা 

উত্তৰঃ (b)


34. ব্যৱসায়িকভাৱে প্ৰযোজিত হোৱা প্ৰথমখন অসমীয়া ছবিৰ নাম কি?

(a) এৰাবাটৰ সুৰ 

(b) চামেলি মেমচাব

(c) চিকমিক বিজুলী

(d) ভাগ্য

উত্তৰ : (c)

35. প্ৰথমখন আৱেগ মিশ্ৰিত থ্রিলাৰ সদৃশ অসমীয়া

ছবিৰ নাম কি? 

(a) গঙা চিলনীৰ পাখি

(b) ডাঃ বেজবৰুৱা 

(c) ভাইটি

(d) যোগ বিয়োগ

উত্তৰঃ (b)


36. হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ হোৱা প্ৰথমখন অসমীয়া ছবি কি?

(a) ডাঃ বেজবৰুৱা

(b) জাংফাই জোনাক

(c) অপৰাজেয়

(d) মুকুতা

উত্তৰঃ (b)


37. অসমীয়া ছবিলৈ হাই ডেফিনেচন ডিজিটেল পদ্ধতি কাঢ়িয়াই অনা প্ৰথমগৰাকী পৰিচালক কোন?

(a) ড° ভূপেন হাজৰিকা

(b) জাহ্নু বৰুৱা

(c) নীপ বৰুৱা

(d) সঞ্জীৱ সভাপণ্ডিত 

উত্তৰঃ (d)


38. জাহ্নু বৰুৱাই কোনখন ছবিৰ বাবে শ্রেষ্ঠ পৰিবেশ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল?

(a) হালধীয়া চৰায়ে বাওধান খায়

(b) বনানী

(c) অনিবার্ণ

(d) মুকুতা

উত্তৰঃ (b)


39. অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি?

(a) মনিষা হাজৰিকা 

(b) মঞ্জু বৰা 

(c) ৰীমা দাস 

(d) তৰালি শৰ্মা

উত্তৰ : (a)


40. বাংলা কথাছবিৰ কৰা প্ৰথমগৰাকী পৰিচালক হিচাপে খ্যাতি লাভ অসমীয়া পৰিচালক কোন? 

(a) সীমা বিশ্বাস 

(b) ড° ভূপেন হাজৰিকা 

(c) প্ৰমথেশ বৰুৱা 

(d) সুমন হৰিপ্ৰিয়া

উত্তৰঃ (c)


41. ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্রথম বঙালী কথাছবিখনৰ নাম কি?

(a) মাহুদ বন্ধুৰে 

(b) দেৱদাস

(c) বনানী

(d) কদম তলে কৃষ্ণ নাচে

উত্তৰ : (a)


42. 'ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড' লাভ কৰা প্ৰথমগৰাকী অসমীয়া কঠাশিল্পী কোন?

(a) অংগৰাগ পাপন মহন্ত

(b) জয় বৰুৱা

(c) ড° ভূপেন হাজৰিকা

(d) জুবিন গাৰ্গ

উত্তৰঃ (d)


43. ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অন্তৰীপ' উপন্যাসৰ আধাৰত নির্মিত চলচ্চিত্ৰখনৰ নাম কি? 

(a) কালসন্ধা 

(b) অগ্নিস্নান

(c) কোলাহল  

(d) বেদুইন

উত্তৰঃ (b)


44. ১৯৫৫ চনত ‘ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট’ সন্মান লাভ কৰা অসমীয়া ছবিখনৰ নাম কি? 

(a) জাংফাই জোনাক 

(b) বকুৰ মাজত জ্বলে 

(c) পিয়লি ফুকন 

(d) অগ্নিস্নান

উত্তৰঃ (c)


45. অসমীয়া চলচিত্ৰলৈ প্ৰথম ৰাষ্ট্ৰীয় পুৰষ্কাৰ কঢ়িয়াই অনা অসমীয়া পৰিচালকগৰাকী কোন?

(a) ড° ভূপেন হাজৰিকা

(b) জাহ্নু বৰুৱা

(c) ড° ভবেন্দ্রনাথ শইকীয়া

(d) ৰীমা দাস

উত্তৰ : (a)


46. ২০০৬ চনৰ মালয়েছিয়াৰ কোৱালামপুৰত অনুষ্ঠিত ‘গ্লৱেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড’ অনুষ্ঠানত শ্রেষ্ঠ কণ্ঠশ্লিপীৰ সন্মান পোৱ অসমীয়া শিল্পীগৰাকী কোন?

(a) জয় বৰুৱা

(b) অনুৰাগ শইকীয়া 

(c) জুবিন গাৰ্গ

(d) অংগৰাগ পাপন মহন্ত

উত্তৰঃ (c)


47. ড° ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা একমাত্ৰ হিন্দী ছবিখনৰ নাম কি? 

(a) অনিবার্ণ 

(b) কালসন্ধ্যা

(c) ভাগ্য

(d) হস্তৰী কন্যা 

উত্তৰঃ (b) 


48. ‘নিমিলা অংক’ ছবিখনৰ পৰিচালক কোন আছিল? 

(a) নিপ বৰুৱা 

(b) লক্ষ্যধৰ চৌধুৰী

(c) ফণী শৰ্মা 

(d) ড° ভূপেন হাজৰিকা

উত্তৰঃ (b)  


49. পৰিচালক নিপ বৰুৱাই ১৯৫৭ চনত উৎকৰ্ষতাৰ মানপত্ৰ লাভ কৰা ছবিখন কি আছিল? 

(a) মাক আৰু মৰম 

(b) স্মৃতিৰ পৰশ 

(c) প্রতিধ্বনি 

(d) মন প্রজাপতি 

উত্তৰ : (a)


50. সবার্ধিক অসমীয়া ছবি পৰিচালনা কৰা পৰিচালকগৰাকী কোন?

(a) ড° ভূপেন হাজৰিকা 

(b) নিপ বৰুৱা

(c) ড° ভবেন্দ্ৰনাথ শইকীয়া

(d) ব্ৰজেন বৰুৱা

উত্তৰঃ (b)


51. ‘চিকমিক বিজুলী’ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? •

(a) ১৯৫৯ চনত

(b) ১৯৬৭ চনত 

(c) ১৯৬৯ চনত

(d) ১৯৮৯ চনত

উত্তৰ : (c)


52. প্ৰথমবাৰৰ বাবে শ্রেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ বঁটা লাভ কৰা ছবিখনৰ নাম কি?

(a) শকুন্তলা

(b) প্রতিধ্বনি

(c) ৰঙা পুলিচ  

(d) ডাক্তৰ বেজবৰুৱা

উত্তৰঃ (d)


53. প্ৰথম অসমীয়া হাস্য-ব্যংগ ৰসাত্মক ছবিখনৰ নাম কি আছিল?

(a) ইটো সিটো বহুতো 

(b) ৰঙা পুলিচ

(c) লটিঘটি 

(d) ভাক্তৰ বেজবৰুৱা 

উত্তৰ : (a)


54. প্রথম অসমীয়া হাস্য-ব্যংগ ৰসাত্মক ছবি পৰিচালকগৰাকী নাম কি?

(a) ড° ভূপেন হাজৰিকা

(b) ব্ৰজেন বৰুৱা

(c) নিপ বৰুৱা 

(d) আব্দুল মজিদ


উত্তৰঃ (b)


55. অসমৰ প্ৰথমখন বাস্তৱধৰ্মী চলচ্চিত্ৰৰ নাম কি? (a) অপৰাজেয় 

(b) সন্ধ্যাৰাগ

(c) কল্লোল

(d) পুতলা ঘৰ

 উত্তৰ  : (a)


56. বিদেশৰ চলচ্চিত্র মহোৎসৱত প্রদর্শিত প্ৰথমখন অসমীয়া চলচ্চিত্র নাম কি?

(a) অনিবার্ণ

(b) অগ্নিস্নান

(c) সন্ধ্যাৰাগ

(d) অপৰূপা

উত্তৰঃ (c)


57. ‘ককাদেউতা, নাতি আৰু হাতী’ শীর্ষক ছবিখনৰ পৰিচালক কোন আছিল?

(a) শিৱপ্ৰসাদ বৰুৱা 

(b) নিপ বৰুৱা 

(c) দ্বিবন বৰুৱা 

(d) ব্ৰজেন বৰুৱা

উত্তৰঃ (b)


58. ইন্দিৰা গান্ধী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া

ছবি কি আছিল?

(a) সাগৰকৈ বহুদূৰ

(b) ইতিহাস 

(c) ৰাগ-বিৰাগ 

(d) অদাহ্য

উত্তৰঃ (c)


59. ইণ্ডিয়ান পেনোৰামাৰ উদ্ধোধনী ছবিৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? 

(a) ৰাগ-বিৰাগ 

(b) অদ্যহ্য

(c) কুশনা

(d) মহাৰথী

উত্তৰ : (a)


60. বাংলা ছবিত অভিনয় কৰা প্ৰথমগৰাকী অসমীয়া শিল্পী কোন?

(a) ড° ভূপেন হাজৰিকা

(b) প্ৰমথেশ বৰুৱা

(c) আশা বৰদলৈ

(d) আইমী বৰুৱা

উত্তৰঃ (b)


61. হিন্দীৰ পৰা অসমীয়ালৈ প্ৰছমবাৰৰ বাবে কিমান চনত অসমীয়া ছবিৰ ভাষান্তৰ (ডাবিং) হৈছিল? 

(a) ১৯৫০ চনত 

(b) ১৯৫৬ চনত

(c) ১৯৬৮ চনত 

(d) ১৯৭০ চনত 

উত্তৰঃ (c)


62. ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?

(a) এৰা বাটৰ সুৰ 

(b) পিয়লী ফুকন

(c) ডাক্তৰ বেজবৰুৱা 

(d) ৰঙা পুলিচ 

উত্তৰঃ (b)


63. অনা অসমীয়া শিল্পীয়ে অভিনয় কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি?

(a) এৰা বাটৰ সুৰ 

(b) অদাহ্য 

(c) ভাগ্য 

(d) পূবেৰুণ

উত্তৰ : (a)


64. বিদেশত প্ৰদৰ্শিত প্রথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

(a) অদাহ্য

(b) পূবেৰুণ

(c) পিয়লি ফুকন 

(d) অগ্নিস্নান

উত্তৰঃ (b)


67. বড়ো ভাষাৰ প্ৰথমখন ছবি কি?

(a) ছোংগালি

(b) গদান মুগা

(c) আলয়াৰণ 

(d) জিউনি চিমাং 

উত্তৰঃ (c)


65. প্রথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? 

(a) ৰামধেনু 

(b) কোলাহল

(c) আজলী নবৌ 

(d) নয়ণমণি

উত্তৰ : (c)  


66. প্রথম অসমীয়া ধৰ্মমূলক ছবিখনৰ নাম কি?

(a) পানেই জংকী 

(b) সতী বেউলা

(c) নয়ণমণি   

(d) চিক্‌মিক্‌ বিজুলী 

উত্তৰঃ (b)


68. দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবি কি?

(a) ৰামধেনু 

(b) বৃষ্টি 

(c) শকুন্তলা  

(d) জয়মতী

উত্তৰঃ (b)


69. 



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!