Axomiaii.com ৱেবছাইটৰ উদ্যোগত আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো আমাৰ "Assam Competitive Exam Ebook 2023" শীৰ্ষক অসমীয়া মাধ্যমৰ সংস্কৰণটো। তলত আপুনি "Read Book" option ত ক্লিক কৰিলে Ebook খন slide book আকাৰে পঢ়িব পাৰিব অৰ্থাৎ কিতাপৰ পাত লুটিওৱাৰ দৰে লুটিয়াই পঢ়িব পাৰিব আৰু "Pdf Download " option ত ক্লিক কৰিলে Ebook খন download কৰিব পাৰিব।