Type Here to Get Search Results !

Geography MCQ in Assamese

 Geography MCQ in Assamese 

Geography Mock Test
Mock test part68
Mock test for Assam Direct Recruitment 2022
LanguageAssamese
TopicAssamese Gk
Question40
Mark40
Time45 second per question
Geography MCQ Assamese
(ads1)

𝗘𝗡𝗧𝗘𝗥 𝗬𝗢𝗨𝗥 𝗡𝗔𝗠𝗘 𝗧𝗛𝗘𝗡 𝗖𝗟𝗜𝗖𝗞 𝗦𝗧𝗔𝗥𝗧 𝗠𝗢𝗖𝗞 𝗧𝗘𝗦𝗧
For Assam Direct Recruitment 2022, Assam Police SI / constable ab ub , DHS , TET , APSC , SSC etc.

Apu
Right 0Wrong 0

Total Questions:

Attempt:

Correct:

Wrong:

Percentage:

Geography MCQ in Assamese - Assamese Quiz

 1. ভাৰতৰ বৰ্তমান ৰাজ্য সংখ্যা কিমান?

(ক)২৮ খন

(খ) ২৬ খন

(গ) ২৫ খন

(ঘ) ২৭ খন

Ans: (ক)২৮ খন

২। পৃথিৱীৰ কোনখন চহৰৰ জনসংখ্যা সর্বাধিক?

(ক) জাপান

(গ) ট’কিঅ'

(খ) লণ্ডন

(ঘ) পেৰিছ

Ans:(গ) ট’কিঅ'

৩.সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

(ক) বুধ

(খ) ইউৰেনাছ

(গ) বৃহস্পতি

(ঘ) শুক্র

Ans:(গ) বৃহস্পতি

৪. ভাৰতৰ কোনখন চহৰৰ জনসংখ্যা সর্বাধিক?

(ক) দিল্লী

(খ) ক’লকাতা

(গ) মুম্বাই

(ঘ) চেন্নাই

Ans:(গ) মুম্বাই

৫. পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি?

(ক) এছিয়া

(খ) দক্ষিণ আমেৰিকা

(গ) আফ্রিকা

(ঘ) উত্তৰ আমেৰিকা

Ans:(ক) এছিয়া

৬. পৃথিৱীৰ কোনখন দেশত সর্বাধিক কপাহ উৎপন্ন হয়?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

(খ) ভাৰত

(গ) পাকিস্তান

(ঘ) ৰাছিয়া

Ans:(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

৭.পৃথিৱীৰ দীৰ্ঘতম নদীখন ক'ত অৱস্থিত?

(ক) ভাৰতত

খ) আমেৰিকা যুক্তৰাষ্ট্ৰত

(গ) ইজিপ্ট

(ঘ) চীনত

Ans: (গ) ইজিপ্ট

৮.কোৰিয়াৰ অন্য কি নামেৰেও জনা যায়? 

(ক) চিটী অৱ ছেভেন হিল্‌ছ

(খ) ইটাৰনেল চিটী

(গ) ল্যাণ্ড অৱ মৰ্ণিং কাম

(ঘ) এটাও নহয়

Ans: (গ) ল্যাণ্ড অৱ মৰ্ণিং কাম

৯.মানচিত্ৰত বৃষ্টিপাত কিহৰ দ্বাৰা দেখুওৱা হয় ?

(ক) আয়ছ’থাম্‌ছৰ দ্বাৰা

(খ) আয়ছ’বাৰ্ছৰ দ্বাৰা

(গ) আয়ন'স্ফেয়াৰৰ দ্বাৰা

(ঘ) আয়ছ’হাইটছৰ দ্বাৰা

Ans: (ঘ) আয়ছ’হাইটছৰ দ্বাৰা

১০।তলত দিয়াবোৰৰ ভিতৰত ভাৰতৰ কোনটো হ্ৰদৰ পানী সৰ্বাধিক লৱণাক্ত?

 (ক) ডল

(খ) চিল্কা

(গ) উলাৰ

(ঘ) সম্ভাৰ

Ans:(ঘ) সম্ভাৰ

১১। পৃথিৱীৰ ব্যাস কিমান?

(ক) ৪১,০০০ কিঃ মিঃ

(খ) ২৬,০০০ কিঃ মিঃ

(গ) ১২,৭৪২ কিঃ মিঃ

(ঘ) ৬,৪০০ কিঃ মিঃ

Ans:(গ) ১২,৭৪২ কিঃ মিঃ

১২। মানসৰোবৰ কোন নদীৰ উৎস?

(ক) গঙ্গা 

(খ) ব্ৰহ্মপুত্ৰ 

(গ) গোদাবৰী 

(ঘ) ৰবি 

Ans:(খ) ব্ৰহ্মপুত্ৰ 

১৩। পৃথিৱীৰ সৰ্বোচ্চ পর্বত শৃংগটোৰ নাম কি? 

(ক) মাউণ্ট আকনকাগুৱা 

(খ) মাউণ্ট ব্লানো 

(গ) মাউন্ট এভাৰেষ্ট 

(ঘ) মাউণ্ট কিলিমানজাৰো

Ans:(গ) মাউন্ট এভাৰেষ্ট 

১৪। পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি? 

(ক) দক্ষিণ আমেৰিকাৰ ছালভাদোৰ

(খ) ভাৰতৰ মৌচিনৰাম

(গ) ব্রাজিলৰ ব্রাজিলিয়া

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো

Ans:(খ) ভাৰতৰ মৌচিনৰাম

১৫। কোনখন মহাদেশত ‘ছাহাৰা’ মৰুভূমি আছে?

(ক) আফ্রিকা

(খ) উত্তৰ আমেৰিকা

(গ) দক্ষিণ আমেৰিকা

(ঘ) এছিয়া

Ans:(ক) আফ্রিকা

১৬। কোনখন চহৰ ৰক গার্ডেন (Rock Garden) ৰ বাবে বিখ্যাত?

(ক) ৰায়পুৰ

(খ) চণ্ডিগড়✅

(গ) জয়ছলমাৰ

(ঘ) ক’লকাতা

১৭। সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা সর্বাধিক?

(ক) নেপচুন

(খ) মঙ্গল

(গ) শুক্র

(ঘ) বৃহস্পতি✅

১৮। চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰিবলৈ কিমান দিন লয়?

(ক) ৩১½

(খ) ৩০½দিন

(গ) ২৯½ দিন✅

(ঘ) ২৮½ দিন 

১৯। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কি?

(ক)ইউৰেনাছ

(খ) বুধ✅

(গ) মঙ্গল

(ঘ) বৃহস্পতি 

Assamese Quiz

২০। হেলীৰ ধুমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা যায়?

(ক) ৯২ বছৰ

(খ) ৭৬ বছৰ ✅

(গ) ৮৮ বছৰ

(ঘ) ৯৯ বছৰ

২১। সূৰ্য্যৰ পোহৰ পৃথিৱীলৈ আহোতে কিমান সময় লয়?

(ক) ৫ মিনিট

(খ) ৮ মিনিট✅

(গ) ২০ মিনিট

(ঘ) ৬ মিনিট

২২। আকাশত কোনটো তৰাৰ স্থান পৰিৱৰ্তন নহয় বুলি ধাৰণা কৰা হয়?

ক) ধ্ৰুৱতৰা✅

(খ) সপ্তর্ষি মণ্ডল

(গ) আলফা চেণ্টাউৰি

(ঘ) এটাও নহয়

২৩। গ্রেট ইণ্ডিয়ান ডেজার্টৰ সোমাজেৰে পাৰ হোৱা ভাৰতৰ একমাত্ৰ নদীখনৰ নাম কি?

ক) ঝেলাম

(খ) লুনি✅

(গ) ৰবি

(ঘ) চেনাব

২৪। ভূমিকম্পৰ তৰংগই________ত দ্ৰুতভাবে সঞ্চালিত হয়।

(ক) গলিত শিলাত

(খ) গোটা শিলাত✅

(গ) কঠিন শিলাত

(ঘ) জুলীয়া পদাৰ্থত

২৫। কোনবিধ শিলত জীৱাশ্ম পোৱা যায় ?

(ক) আগ্নেয় শিলত

(খ) গেদীয় শিলত

(গ) ৰূপান্তৰিত শিলত✅

(ঘ) ওপৰৰ এটাও নহয়

২৬। তলৰ কোনবিধৰ আকৃতি ‘উপ বৃত্তাকাৰ’?

(ক) পৃথিৱী ✅

(খ) চন্দ্ৰ

(গ) সূৰ্য্য

(ঘ) এটাও নহয়

২৭। মহাবৃত্ত (Great Circle) ক সাধাৰণতে কি নামেৰে জনা যায়? 

(ক) মকৰ ক্ৰান্তি 

(খ) কর্কট ক্রান্তি 

(গ) নিৰক্ষ ৰেখা ✅

(ঘ) এটাও নহয়

২৮। ভাৰতে পৃথিৱীৰ ভিতৰত কোনবিধ খনিজ পদাৰ্থ সৰ্বাধিক আমদানি কৰে?

(ক) ৰূপ 

(খ) সোণ✅

(গ) হীৰা 

(ঘ) প্লেটিনাম

২৯। কোনটো গ্ৰহক পৃথিৱীৰ 'যমজ' বোলে?

(ক) শুক্র✅

(খ) মঙ্গল

(গ) নেপচুন

(ঘ) বুধ

Geography MCQ Quiz

৩০। কোনটো গ্ৰহত বায়ু নাই? 

(ক) ইউৰেনাছ

(খ) বৃহস্পতি

(গ) মঙ্গল

(ঘ) বুধ✅

৩১। গংগা নদীখনক বাংলাদেশত কি নামেৰে জনা যায়?

(ক) পদ্মিনী 

(খ) পদ্মা✅

(গ) পদ্মাৱতী

(ঘ) যমুনা

৩২। ভাৰতবৰ্ষৰ বৃহত্তম উপদ্বীপটোৰ নাম কি ? 

(ক) গোদাবৰী ✅

(খ) ৰবি

(গ) কৃষ্ণা

(ঘ) ঝেলাম

৩৩। কোনটো ঋতুত বায়ুমণ্ডলৰ আৰ্দ্ৰতা সর্বাধিক?

(ক) বসন্ত

(খ) গ্রীষ্ম

(গ) বাৰিষা✅

(ঘ) শীত

৩৪। পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কি? 

(ক) আটলান্টিক মহাসগৰ 

(খ) প্রশান্ত মহাসগৰ✅

(গ) উত্তৰ মহাসগৰ

(ঘ) ভাৰত মহাসগৰ

৩৫। নাথুলা পাচে চীনৰ সৈতে ভাৰতৰ কোনখন ৰাজ্যক সংলগ্ন কৰিছে?

(ক) অৰুণাচল প্রদোশ 

(খ) মিজোৰাম 

(গ) ছিকিম ✅

(ঘ) পশ্চিম বংগ 

৩৬। তলৰ কোনখন মহাদেশক ‘ক’লা মহাদেশ' হিচাপে জনা যায়? 

(ক) আফ্রিকা✅

(খ) অষ্ট্রেলিয়া  

(গ) এছিয়া 

(ঘ) ইউৰোপ

৩৭। গ্রীণউইচ মান সময় আৰু ভাৰতীয় মান সময়ৰ মাজত কিমান সময়ৰ ব্যৱধান আছে?

(ক) 4½ ঘণ্টা

(খ) 5 ঘণ্টা

(গ) 5½ ঘণ্টা✅

(ঘ) ৬ ঘণ্টা

৩৮। মাৰ্বল এক প্ৰকাৰৰ_______।

(ক) আগ্নেয় শিল

(খ) গেদীয় শিল

(গ) ৰূপান্তৰিত শিল✅

(ঘ) ওপৰৰ এটাও নহয়

৩৯। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন কি?

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

(খ) জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান 

(গ) কৰবেট ৰাষ্ট্ৰীয় উদ্যান✅

(ঘ) সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান

৪০। ভাৰতৰ বৃহত্তম তেল শোধনাগাৰ কোনটো? 

(ক) হালদীয়া

(খ) ট্রমলে✅

(গ) দুর্গাপুৰ 

(ঘ) মথুৰা


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!