Type Here to Get Search Results !

Assam History MCQ

Assam History MCQ


Assam HistoryMock Test
Mock test for Assam Competitive Exam
LanguageAssamese
SubjctAssam History
Question50+
Mark50+
Time60 second per question
Right 0 Wrong 0
Quiz Result

Dear Apu

Total Questions:

Attempt:

Correct:

Wrong:

Percentage:

Assam History MCQ

1. পুৰণি অসমৰ প্ৰাচীন নাম কি? 

(a) কামৰূপ 

(b) প্ৰাগজ্যোতিষপুৰ

(c) অসম

(d) ওপৰৰ এটাও নহয়

উত্তৰ : (a) কামৰূপ

(ads1)

2. প্রাচীন অসম কেইটা ভাগত বিভক্ত?

(a) দুটা 

(b) তিনিটা

(c) চাৰিটা

(d) ছয়টা

উত্তৰ : (c) চাৰিটা

3. নৰকাসুৰৰ ৰাজধানী ক’ত আছিল?

(a) অসমত

(b) প্ৰাগজোতিষপুৰত

(c) কামৰূপত

(d) এটাও নহয়

উত্তৰ : (b) প্ৰাগজোতিষপুৰত

4. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

(a) কৌম বংশ

(b) মৌর্য বংশ

(c) ভৌম বংশ

(d) অসুৰ বংশ

উত্তৰ : (c) ভৌম বংশ

5. জোঙ্গাল বলহু গড় কোনে সজাইছিল?

(a) জোঙ্গাল বলহুৱে 

(b) আৰিমত্ত ৰজাই 

(c) মহীৰংগ দানৱে 

(d) লাচিতে

উত্তৰ : (a) জোঙ্গাল বলহুৱে 

6. বাণ ৰজাৰ কন্যাৰ নাম কি আছিল? 

(a) কমলা কুঁৱৰী 

(b) ঊষা 

(c) চিত্ৰংগদা 

(d) এটাও নহয় 

উত্তৰ: (b) ঊষা

7. অগ্নি গড় কোনে সজাইছিল?

(a) শ্রীকৃষ্ণই

(b) ভাস্কৰ বৰ্মনে

(c) বাণ ৰজাই

(d) হংসবেগে

উত্তৰ : (c) বাণ ৰজাই

8. অগ্নিগড় ক’ত অৱস্থিত ? 

(a) তেজপুৰত 

(b) ডিব্ৰুগড়ত 

(c) কমতাপুৰত 

(d) শোণিতপুৰত 

উত্তৰ : (a) তেজপুৰত 

9. পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন? 

(a) হৰি পাল 

(b) ব্রহ্মপাল 

(c) ক্ষুদ্রপাল 

(d) শীলভদ্র

উত্তৰ: (b) ব্ৰহ্মপাল

10. শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল? 

(a) শীলভদ্র 

(b) নীল 

(c) ত্যাগ সিংহ 

(d) ভাস্কৰ বৰ্মন 

উত্তৰ: (c) ত্যাগ সিংহ 

11. বৰ্মণ বংশৰ শ্ৰেষ্ঠা ৰজা কোন আছিল? 

(a) ভাস্কৰ বৰ্মণ 

(b) ভগদত্ত 

(c) পাল বর্মণ 

(d) বিশ্বসিংহ 

উত্তৰ : (a) ভাস্কৰ বৰ্মণ 

12. হর্ষবর্ধন আৰু কুমাৰ ভাস্কৰ বৰ্মণ ৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম কি আছিল?

(a) নীলধ্বজ 

(b) হংসবেগ

(c) ত্যাগ সিংহ

(d) হৰিপাল

উত্তৰ: (b) হংসবেগ 

13. কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল?

(a) নৱম শতিকাত 

(b) সপ্তম শতিকাত

(c) অষ্টম শতিকাত

(d) দশম শতিকাত

উত্তৰ: (d) দশম শতিকাত

14. কোচ ৰাজ্য কোনে স্থাপন কৰিছিল?

(a) বিশ্বসিংহই

(b) শিৱসিংহই

(c) নীলধ্বজ

(d) বাণ ৰজাই

উত্তৰ: (a) বিশ্বসিংহই

15. কোচ শব্দৰ উৎপত্তিৰ উৎস কি?

(a) কনৌজ

(b) কুৱাজ

(c) কৃনাজ

(d) এটাও নহয়

উত্তৰ: (b) কুৱাজ

16. চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল?

(a) ধর্মপাল

(b) ব্রহ্মপাল

(c) নিত্যপাল

(d) এটাও নহয়

উত্তৰ: (c) নিত্যপাল

17. চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা হৈছিল?

(a) ১২৩৪ খৃষ্টাব্দত 

(b) ১১৮৯ খৃষ্টাব্দত 

(c) ১৩৪৩ খৃষ্টাব্দত 

(d) ১১৯৮ খৃষ্টাব্দত 

উত্তৰ: (b) ১১৮৯ খৃষ্টাব্দত

18. সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ? 

(a) শুক্লধ্বজ 

(b) বিশ্বসিংহ 

(c) নীলধ্বজ 

(d) ভাস্কৰ বৰ্মা

উত্তৰ : (c) নীলধ্বজ

19. কাৰ শাসনভাৰত মিৰজুমলাই গড়গাঁও অধিকাৰ কৰিছিল?

(a) জয়ধ্বজ সিংহৰ 

(b) চন্দ্ৰকান্ত সিংহৰ 

(c) শুক্রধ্বজৰ

(d) শিৱসিংহৰ

উত্তৰ : (a) জয়ধ্বজ সিংহৰ

20. অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্রথম স্বৰ্গদেউ কোন আছিল?

(a) নৰনাৰায়ণ

(b) ধৰ্মনাৰায়ণ 

(c) স্বৰ্গ নাৰায়ণ

(d) জয়ধ্বজ সিংহ

উত্তৰ : (c) স্বৰ্গ নাৰায়ণ

21. কোনগৰাকী ৰজাই প্রথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? 

(a) জয়ধ্বজ সিংহই 

(b) শিৱ সিংহই 

(c) বল্লভ দেৱে 

(d) চুতেনফাই 

উত্তৰ: (a) জয়ধ্বজ সিংহই

22. আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?

(a) পাঁচশ বছৰ

(b) ছশবছৰ

(c) চাৰিশ বছৰ 

(d) সাতশ বছৰ 

উত্তৰ: (b) ছশবছৰ


23. আহোম সাম্রাজ্যৰ অন্তিমজন স্বাধীন ৰজাৰ নাম কি?

(a) ৰুদ্ৰ সিংহ

(b) চন্দ্ৰকান্ত সিংহ 

(c) শুক্ৰধ্বজ 

(d) জয়ধ্বজ সিংহ

উত্তৰ: (b) চন্দ্ৰকান্ত সিংহ

24. বুৰঞ্জী শব্দটো কোন ভাষাৰ শব্দ?

(a) টাই ভাষাৰ

(b) উর্দু ভাষাৰ

(c) ইংৰাজী ভাষাৰ

(d) সংস্কৃত ভাষাৰ

উত্তৰ: (a) টাই ভাষাৰ

25. আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেৱৰ নাম কি আছিল?

(a) চুহুংমুং 

(b) চুকাফা 

(c) দিহিঙীয়া ৰজা

(d) ৰুদ্ৰসিংহ

উত্তৰ: (b) চুকাফা 

Assam History MCQ


26. আহোমসকল অসমলৈ কেতিয়া আহিছিল ? 

(a) ১২২৪ খৃষ্টাব্দত 

(b) ১২৩৪ খৃষ্টাব্দত 

(c) ১২২৮ খৃষ্টাব্দত 

(d) ১৩৪২ খৃষ্টাব্দত 

উত্তৰ : (c) ১২২৮ খৃষ্টাব্দত

27. কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল? 

(a) ১৫৪১ খৃষ্টাব্দত 

(b) ১৫৮১ খৃষ্টাব্দত 

(c) ১৫৪৫ খৃষ্টাব্দত 

(d) ১৫২৩ খৃষ্টাব্দত 

উত্তৰ : (b) ১৫৮১ খৃষ্টাব্দত

28. চিলাৰায় দেৱৰ প্ৰকৃত নাম কি আছিল? 

(a) মল্লদেৱ 

(b) চুকাফা 

(c) শংকলা 

(d)  শুক্লধ্বজ 

উত্তৰ : (d) শুক্লধ্বজ

29. নৰনাৰায়ণৰ প্ৰকৃত নাম কি?

(a) মল্লদেৱ

(b) শুক্লধ্বজ

(c) চুদেনফো

(d) নীলধ্বজ

উত্তৰ : (a) মল্লদেৱ

30. কছাৰীসকল কোন জনগোষ্ঠীৰ লোক?

(a) বড়ো

(b) দেউৰী

(c) মংগোলীয়

(d) এটাও নহয়

উত্তৰ : (c) মংগোলীয়

31. চুতীয়াসকলে পুৰোহিতক কি বুলি সম্বোধন কৰে? 

(a) দেউৰী 

(b) গুৰু

(c) আপা 

(d) প্রভৃ 

উত্তৰ : (a) দেউৰী

32. চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল? 

(a) ৰুদ্ৰসিংহ 

(b) বীৰপাল 

(c) ধর্মপাল 

(d) ৰত্নপাল

উত্তৰ : (b) বীৰপাল

33. `পোন প্ৰথমবাৰৰ বাবে মোগলে অসম কেতিয়া আক্ৰমণ কৰিছিল?

(a) ১২০৯ খৃষ্টাব্দত 

(b) ১২২৬ খৃষ্টাব্দত 

(c) ১২০৬ খৃষ্টাব্দত 

(d) ১৫২৬ খৃষ্টাব্দত 

উত্তৰ: (c) ১২০৬ খৃষ্টাব্দত

34. মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ

ৰজা কোন আছিল?

(a) ৰজা পৃথু

(b) কমতেশ্বৰ 

(c) দুৰ্লভনাৰায়ণ

(d) শুক্লধ্বজ

উত্তৰ : (a) ৰজা পৃথু

35. শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?

(a) ১৫৬১ খৃষ্টাব্দত 

(b) ১৬৭২ খৃষ্টাব্দত 

(c) ১৬৭১ খৃষ্টাব্দত 

(d) ১৭৬১ খৃষ্টাব্দত

উত্তৰ: (c) ১৬৭১ খৃষ্টাব্দত

36. শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? 

(a) ইংৰাজ আৰু আহোম 

(b) আহোম আৰু মোগল 

(c) মান আৰু আহোম

(d) মান আৰু ইংৰাজ 

উত্তৰ: (b) আহোম আৰু মোগল

37. শৰাইঘাটৰ যুদ্ধত আহোমক নেতৃত্ব দিয়া সেনাপতি

কোন আছিল?

(a) পুৰন্দৰ সিংহ

(b) লাচিত বৰফুকন 

(c) গদাধৰ কোঁৱৰ

(d) গদাপানি

উত্তৰ : (b) লাচিত বৰফুকন

38. বাঘ হাজৰিকা কোন আছিল?

(a) ইছমাইল ছিদ্দিক 

(b) ইছমাইল হুছেইন 

(c) পৃথু

(d) এটাও নহয় 

উত্তৰ: (a) ইছমাইল ছিদ্দিক

39. গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল?

(a) মুলাগাভৰু

(b) ফুলমতি

(c) জয়মতী কুঁৱৰী

(d) ৰমনী গাভৰু

উত্তৰ : (c) জয়মতী কুঁৱৰী

40. জয়দল কোনে নিৰ্মাণ কৰিছিল?

(a) ৰুদ্ৰসিংহ

(b) শিৱসিংহ

(c) গদাপানি

(d) প্রমত্ত সিংহ

উত্তৰ : (a) ৰুদ্ৰসিংহ

41. মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হোৱাৰ সময়ত

আহোমৰ ৰজা কোন আছিল?

(a) প্রমত্ত সিংহ

(b) ৰুদ্ৰ সিংহ 

(c) ৰাজেশ্বৰ সিংহ 

(d) লাচিত বৰফুকন 

উত্তৰ : (c) ৰাজেশ্বৰ সিংহ

42. শুক্ৰেশ্বৰ মন্দিৰ কোন ৰজাৰ নেতৃত্বত স্থাপন হৈছিল?

(a) ৰুদ্ৰ সিংহ

(b) প্রমত্ত সিংহ 

(c) গদাধৰ সিংহ

(d) বদনচন্দ্ৰ

উত্তৰ: (b) প্রমত্ত সিংহ

43. মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? 

(a) ১৪ বাৰ 

(b) ১৩ বাৰ 

(c) ৪ বাৰ 

(d) ১৭ বাৰ

উত্তৰ : (d) ১৭ বাৰ

44. মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল ?

(a) ৩ বাৰ

(b) ৫ বাৰ

(c) ৭ বাৰ

(d) ২ বাৰ

উত্তৰ : (a) ৩ বাৰ

45. অসমলৈ মান অনা ব্যক্তিগৰাকী কোন আছিল?

(a) বদন ফুকন 

(b) গদাধৰ সিংহ

(c) লাচিত ফুকন

(d) ৰুদ্ৰ সিংহ

উত্তৰ : (a) বদন ফুকন

46. ফ্ৰানচেংমুং বৰপাত্ৰগোহাঞিৰ পত্নীৰ নাম কি আছিল?

(a) ৰমনী গাভৰু

(b) মূলা গাভৰু

(c) জয়মতী কুঁৱৰী

(d) এটাও নহয়

উত্তৰ: (b) মূলা গাভৰু

47. ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?

(a) ১৮৫৬ চনত

(b) ১৮৭৫ চনত

(c) ১৮২৬ চনত

(d) ১৫৫৬ চনত

উত্তৰ: (c) ১৮২৬ চনত

48. ‘বেগম ৰহমন বাণু’ কোন অসমীয়া জীয়ৰীৰ নাম?

 (a) জয়মতী কুঁৱৰী 

(b) মূলাগাভৰু 

(c) ৰমনী গাভৰু 

(d) এটাও নহয়

উত্তৰ : (c) ৰমনী গাভৰু

49. ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল?

(a) ১৫৪৩ খৃষ্টাব্দত 

(b) ১৬৭৫ খৃষ্টাব্দত 

(c) ১৭৮৬ খৃষ্টাব্দত 

(d) ১৬৮২ খৃষ্টাব্দত 

উত্তৰ: (d) ১৬৮২ খৃষ্টাব্দত

50. শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল? 

(a) ৰামসিংহ 

(b) পুৰন্দৰ সিংহ

(c) লাচিত বৰফুকন 

(d) টিপু চুলতান

উত্তৰ : (a) ৰামসিংহ

51. আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল? 

(a) শিৱসাগৰত 

(b) চৰাইদেউত 

(c) তেজপুৰত 

(d) এটাও নহয় 

উত্তৰ: (b) চৰাইদেউত 

52. আহোমৰ শেষৰজন ৰজা কোন আছিল? 

(a) পুৰন্দৰ সিংহ 

(b) শুক্লধ্বজ সিংহ 

(c) ৰুদ্ৰ সিংহ 

(d) চুকাফা

উত্তৰ: (a) পুৰন্দৰ সিংহ 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!